“মোৰ ভুল হৈ গ’ল” : চীনদেশক ক্ষমা খুজিলে ডব্লিউ ডব্লিউ ই তাৰকা জন চেনাই, কিন্তু কিয়?

ডব্লিউ ডব্লিউ ই চুপাৰষ্টাৰ জন চেনাই চীনদেশক ক্ষমা খুজিছে। চীন অধিকৃত টাইৱানক এখন দেশ বুলি এখন চিনেমাৰ প্ৰমোচনেল ভিডিঅ'ত জন...

Read moreDetails

কৰোণাৰ উৎসৰ তথ্যক লৈ আশ্বস্ত নহয় আমেৰিকা যুক্তৰাষ্ট্ৰ, স্বচ্ছভাৱে পুনৰ অনুসন্ধানৰ দাবী

কৰোণাৰ প্ৰকৃত উৎস সম্পৰ্কে পুনৰ অনুসন্ধান চলাবলৈ দাবী জনালে আমেৰিকা যুক্তৰাষ্ট্ৰই। দেশখনৰ শীৰ্ষস্থানীয় মহামাৰী বিশেষজ্ঞ তথা চিকিৎসা বিজ্ঞানী এণ্টনী ফৌচীয়ে...

Read moreDetails

কলিয়াবৰত অপ্ৰতিৰোধ্য কৰোনা : ১ হাজাৰ অতিক্ৰম কৰিলে আক্ৰান্তৰ সংখ্যাই

কলিয়াবৰত কোভিড আক্ৰান্তৰ সংখ্যাই স্পৰ্শ কৰিলে সহস্ৰাধিকৰ ঘৰ। কলিয়াবৰত মুঠ কোভিডত আক্ৰান্তৰ সংখ্যা হ'লগৈ ১০২৫ জন। মুঠ সাতটাকৈ কনটেইনমেণ্ট জ'ন...

Read moreDetails

ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰা খহনীয়াত ত্ৰস্তমান অফলাবাসী : শেষ ভৰসা যেন নৱনিৰ্বাচিত বিধায়ক অখিল গগৈ!

ৰাজ্যৰ চৌদিশে এতিয়া মহামাৰী কৰোনাৰ আতংক। কিন্তু ইয়াৰ মাজতে আন এক বিপদে শিৱসাগৰ জিলাৰ দিচাংমুখৰ অফলাবাসীৰ নিদ্ৰা হৰণ কৰিছে। অঞ্চলবাসীয়ে দীৰ্ঘদিনে...

Read moreDetails

কেন্দ্ৰীয় চৰকাৰৰ নতুন ডিজিটেল আইনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল হোৱাটছাপ

কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নতুন ডিজিটেল আইনৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল সামাজিক মাধ্যম 'হোৱাটছাপ'। সামাজিক মাধ্যমটোৰ তৰফৰ পৰা...

Read moreDetails

বিহালীত উলংগ অৱস্থাত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ : ধৰ্ষণ কৰি হত্যা কৰা অভিযোগ স্থানীয় ৰাইজৰ

এটা অতি নাৰকীয় তথা জঘন্য কাণ্ড পোহৰলৈ আহিছে। এগৰাকী অচিনাক্ত মহিলাৰ উলংগ মৃতদেহ উদ্ধাৰ হৈছে বিহালীত। ঘটনাৰ বিৱৰণীৰ মতে বিহালী...

Read moreDetails

ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বেহা!, লক্ষাধিক পৰিমাণৰ ড্ৰাগচসহ কামৰূপত এজন ব্যৱসায়ীক আটক আৰক্ষীৰ

দীৰ্ঘ দিনৰ পৰাই যে সমগ্ৰ ৰাজ্যতে ড্ৰাগছসহ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছিল সেয়া আৰক্ষীয়ে কিছুদিনৰ পৰা দেখুওৱা তৎপৰতাৰ পৰাই প্ৰমাণ...

Read moreDetails

গোসাইগাঁও সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু

বড়োলেণ্ড পিপলছ পাৰ্টিৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মআজেন্দ্ৰ নাৰ্জাৰীৰ কোভিড১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে। ৬৮ বছৰীয়া নৱনিৰ্বাচিত বিপিএফৰ বিধায়ক নাৰ্জাৰীৰ...

Read moreDetails

সঁচাই কৰোনাৰ ভেকচিন লোৱা সকলো মানুহৰে দুবছৰ ভিতৰত মৃত্যু হ’ব নেকি? প্ৰকৃত সত্যতা কি জানক

সমগ্ৰ বিশ্বতে কৰোনা ভাইৰাছ মৃত্যু দূতৰূপে পৰিগণিত হৈছে। যোৱা প্ৰায় ডেৰটা বছৰ সমগ্ৰ বিশ্বৰ চিকিৎসা আৰু ভেষজ বিজ্ঞানীসকলে মানৱ কুলক...

Read moreDetails

গোলাঘাটত কোভিড মৃত্যুৰ সংখ্যাই ৫০ স্পৰ্শ কৰিলে : আক্ৰান্তৰ সংখ্যাও দৈনিক বৃদ্ধি

গোলাঘাটত মংগলবাৰে কোভিড মৃত্যুৰ সংখ্যাই ৫০ ঘৰত ভৰি দিলে। চৰকাৰী সূত্ৰে প্ৰকাশ যে, সোমবাৰ আৰু মংগলবাৰৰ ভিতৰত জিলাখনত মুঠ ৪...

Read moreDetails
Page 2167 of 5983 1 … 2,166 2,167 2,168 … 5,983

Stay Connected

Recent News