স্বাস্থ্য মন্ত্ৰীৰ কেশৱ মহন্তৰ নিজা সমষ্টিতে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে সমষ্টিবাসীয়ে। যোৱা সোমবাৰে কলিয়াবৰৰ বামুনি পথাৰৰ অম্বুৰীশ দাস নামৰ...
Read moreDetailsঅপৰিৱৰ্তনীয় হৈয়ে আছে ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতি। বুধবাৰে দিনটোত ডিব্ৰুগড়ত ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড অৱস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু...
Read moreDetailsঅসমৰ প্ৰথমগৰাকী ব্লেক ফাংগাছ ৰোগীৰ মৃত্যু হৈছে। নগাঁও জিলাৰ ধিঙৰ পলমণি বৰা নামৰ ২৭ বছৰীয়া যুৱকজন ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত...
Read moreDetailsগোৱালপাৰা জিলাত পুনঃ বৃদ্ধি পাইছে কনটেইনমেন্ট জ’নৰ সংখ্যা৷ জিলাখনত ইতিমধ্যে নাৰেংগাবাৰী, বৰবৰী, ডুবাপাৰা আৰু পাখিৰীগুৰি, লালাৰড়ী অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে...
Read moreDetailsগোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীক বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিদায় সম্ভাষণ জনোৱা হয়। উপায়ুক্ত হিচাপে গোলাঘাটত এবছৰৰো অধিক কাল...
Read moreDetailsঅসমত ক'ভিড আক্ৰান্তৰ শৰীৰত ব্লেক ফাংগাছৰ উপস্থিতিৰ আংশকাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ব্লেক ফাংগাছৰ বিষয়টো অধ্যয়ন কৰি ৰাজ্য...
Read moreDetailsৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । আজিৰ দিনটোতে কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৮৯ গৰাকী লোকৰ প্ৰাণ ।...
Read moreDetailsইচ্ছুক ব্যক্তিয়ে বিদেশলৈ গৈ ভেকচিন গ্ৰহণ কৰিব পাৰিব। লগতে দুয়ো পালি টিকাৰ মাজৰ সময়ৰ ব্যৱধানত দেশখন ভ্ৰমণো কৰিব পৰা যাব।...
Read moreDetailsহাজাৰ হাজাৰ ক'ভিড ভেকচিন ভস্মীভূত কৰা হৈছে এখন দেশত। পূব আফ্ৰিকাৰ এখন দেশ মালাৱীত ১৯৬১০ টা অষ্ট্ৰঝেনেকা ভেকচিন স্বাস্থ্য কৰ্তৃপক্ষই...
Read moreDetailsনগাঁও জিলা নবনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তৎপৰতাত আজি আৰক্ষী উপ-পৰিদৰ্শক কল্যাণ দাসৰ নেতৃত্বত অভিযান চলাই বটদ্ৰৱাৰ কদমনি বজাৰৰ কাষৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd