বিটিচিৰ দৰে তিৱা স্বায়ত্ত শাসিত পৰিষদো দখল কৰিব বিজেপিয়ে : মুখ্য মন্ত্ৰী সোণোৱাল

'আগতে যেনেকৈ কৈছিলো বিটিআৰত আমাৰ চৰকাৰ হ'ব, তেনেকৈয়ে হ'ল। এতিয়াও কও যে তিৱা স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনতো আমাৰ দলৰ চৰকাৰেই...

Read moreDetails

কাইলৈ অসমৰ এই কেইখন জিলাত স্থানীয় বন্ধ ঘোষণা, বন্ধ থাকিব স্কুল-কাৰ্য্যালয়

সদ্য সমাপ্ত নিৰ্বাচনত বিটিচিত হাগ্ৰামা মহিলাৰীৰ সুদীৰ্ঘ ১৫ বছৰীয়া ৰাজত্বৰ অন্ত পৰাৰ পাছত কাইলৈ বিটিচিত নতুনকৈ চৰকাৰ গঠন কৰিব বিজেপি,...

Read moreDetails

কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হকৰ মৃত্যু

গোৱালপাৰা জিলাৰ কৃষ্ণাই মাদ্ৰাছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হকৰ দেওবাৰে শেষ নিশা পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত অধ্যক্ষ মইনুল...

Read moreDetails

পাকিস্তানত থকা মহাৰজা ৰঞ্জিত সিঙৰ প্ৰতিমুৰ্তিত দ্বিতীয় বাৰৰ বাবে দুৰ্বৃত্তৰ আক্ৰমণ

১৯ শতিকাৰ শিখ শাসনকৰ্তা মহাৰজা ৰঞ্জিত সিঙৰ লাহোৰ দুৰ্গত থকা প্ৰতিমুৰ্তি দ্বিতীয়বাৰৰ বাবে ক্ষতিগ্ৰস্ত কৰা হৈছে। শ্বেৰ-ই-পঞ্জাৱ হিচাপ খ্যাত মহাৰজা...

Read moreDetails

অসম আৰু অসমীয়াৰ হকে কাম কৰাৰ উদ্দেশ্যে কংগ্ৰেছ এৰিলে কমল কুমাৰ মেধিয়ে

অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ লগতে আৰটিআই বিভাগৰ অধ্যক্ষ কমল কুমাৰ মেধিয়ে আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰে। পদত্যাগ সন্দৰ্ভত...

Read moreDetails

‘বাংলাদেশৰ কোনো কূটনৈতিক বিষয়াৰ পত্নীক আমি নিযুক্তি দিয়া নাই’; টপচেম চিমেণ্টৰ স্পষ্টীকৰণ

বাংলাদেশী কূটনৈতিক বিষয়াৰ পত্নীক টপচেম চিমেণ্টৰ কাৰ্য্যালয়ত নিযুক্তি দিয়া বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দাঙি ধৰিছে টপচেম চিমেণ্টে। নিৱনুৱাই চাকৰি...

Read moreDetails

অগপৰ সভাপতি অতুল বৰা আৰু কেশৱ মহন্তক ক’লা পতাকা প্ৰদৰ্শন

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদ আৰম্ভ হোৱাৰ সময়তেই আজি গোলাঘাট জিলাৰ সৰুপথাৰত অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অসম গণ...

Read moreDetails

ডিমাপুৰত অসম ৰাইফলছৰ অভিযানত এজন এন এছ চি এন(খাংগো) কেডাৰ আটক

অসম ৰাইফলছ আৰু নাগালেণ্ড আৰক্ষীৰ যুটীয়া অভিযানত অলপতে ডিমাপুৰ জিলাত এজন এন এছ চি এন(খাংগো) কেডাৰ আটক হয়। অসম ৰাইফলছে...

Read moreDetails

বিশিষ্ট সাহিত্যিক কৃষ্ণ গোস্বামীৰ “পদ্য উপপদ্য” আৰু “বিচ্ছুৰিত অনুভৱ” শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন

নগাঁৱৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰালত লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ ৰচিত দুখনকৈ অমূল্য গ্ৰন্থ উন্মোচন কৰা হয়। সোমবাৰে...

Read moreDetails

২৩ বছৰীয়া যুৱতীক ধৰ্ষণ : ৯ বছৰৰ কাৰাবাস ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰবিনহোৰ

ব্ৰাজিলৰ তাৰকা ফুটবলাৰ ৰবিনহোক এক ধৰ্ষণ কাণ্ডত জড়িত থকাৰ অপৰাধত ৯ বছৰৰ কাৰাদণ্ড বিহিছে ইটালিৰ মিলানৰ আদালতে। উল্লেখ্য যে ২০১৩...

Read moreDetails
Page 2670 of 5988 1 … 2,669 2,670 2,671 … 5,988

Stay Connected

Recent News