সুখৱৰ! ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত হ’ল দিহিং পাটকাই অভয়াৰণ্য

অসমৰ বাবে আৰু এটা সুখৱৰ, বিশেষকৈ পৰিৱেশপ্ৰেমীসকলৰ বাবে। ৰাজ্যপালৰ অনুমোদনৰ পাছত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যই লাভ কৰিছে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি।...

Read moreDetails

মাদ্ৰাছ আইআইটিৰ ৬৬ শিক্ষাৰ্থীৰ শৰীৰত কোভিড১৯; বন্ধ কৰি দিয়া হ’ল বিভাগ

ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান,(আইআইটি) মাদ্ৰাছৰ শীক্ষাৰ্থীৰ শৰীৰত ধৰা পৰিছে কোভিড১৯ৰ উপস্থিতিৰ। তামিলনাডুৰ ৰাজধানী চেন্নাইস্থিত উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ৬৬ গৰাকীকৈ শিক্ষাৰ্থীৰ দেহত...

Read moreDetails

জাতীয় অভিৱৰ্তনতে অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰীণজ্যোতি গগৈয়ে

অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতা লুৰীণজ্যোতি গগৈয়ে। আজি হোটেল প্ৰাগ কণ্টিনেণ্টেলত এক সংবাদমেল সম্বোধন কৰি এই কথা...

Read moreDetails

টীয়কত নিশা পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু

যোৰহাট জিলাৰ টীয়কৰ বলমা-নামচেচু সংযোগী পথত যোৱা নিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন প্ৰদ্যুৎ গগৈ...

Read moreDetails

‘শূদ্ৰসকলে একো কথাই বুজি নেপায়’, বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰৰ বিতৰ্কিত মন্তব্য

পুনৰ এক বিতৰ্কিত মন্তব্য কৰিছে বিজেপিৰ বিতৰ্কিত সাংসদ প্ৰজ্ঞা ঠাকুৰে। পশ্চিমবংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নেড্ডাৰ কনভয়ত সংঘটিত আক্ৰমণৰ ঘটনাৰ...

Read moreDetails

প্ৰণাম! আত্মবলিদান দি জুইৰ মাজৰ পৰা তিনিটি শিশুৰ জীৱন বচালে সৈনিক স্কুলৰ ছাত্ৰই

চকুৰ সন্মুখতে দাউ দাউকৈ জ্বলিছিল এটা ঘৰ।ঘৰটোৰ ভিতৰৰ পৰা ভাহি আহিছিল তিনিটি শিশুৰ আৰ্ত চিৎকাৰ। এনে পৰিস্থিতিত নিজকে চম্ভালি ৰাখিব...

Read moreDetails

মৰিগাঁও নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ উদ্যোগত মৰিগাঁৱত নাথ যোগী জাতীয় অভিবৰ্তনৰ সামৰণি

মৰিগাঁও জিলাৰ চৰাইবাহীত আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা সদৌ মৰিগাঁও জিলা নাথ যোগী সাহিত্য সংস্কৃতি সন্মিলনৰ জাতীয় অভিবৰ্তন এক উৎসৱ...

Read moreDetails

পাৰ্টিলৈ আমন্ত্ৰণ কৰি বন্ধুৰ ৰাছিয়ান পত্নীক ধৰ্ষণ; সেনাৰ কৰ্ণেলৰ বিৰুদ্ধে দাখিল এজাহাৰ

অ’ফিচাৰ্ছ মেচত সপত্নীক বন্ধুক আমন্ত্ৰণ জনাই তেওঁৰ ৰাছিয়ান পত্নীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ভাৰতীয় সেনাৰ এগৰাকী কৰ্ণেলৰ বিৰুদ্ধে। বৰ্তমান উত্তৰ...

Read moreDetails

য়ুপিপিএল-বিজেপি-জিএছপিক বিটিচিৰ পৰিষদ গঠন কৰিবলৈ আমন্ত্ৰণ ৰাজ্যপালৰ

অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে বিটিচিৰ পৰিষদ গঠনৰ বাবে য়ুপিপিএল-বিজেপি-গণ সুৰক্ষা পাৰ্টিক আমন্ত্ৰণ জনাইছে। উল্লেখ্য যে শনিবাৰে ফলাফল ঘোষণা কৰা ৪০...

Read moreDetails

সেনাৰ গুলীত নিহত দুজন পাকিস্তানী সন্ত্ৰাসবাদী, এজনক গ্ৰেপ্তাৰ

জম্মু-কাশ্মীৰৰ পুঞ্চত ভাৰতীয় সেনাৰ গুলীত নিহত হৈছে দুজন সন্ত্ৰাসবাদী। লগতে এজন সন্ত্ৰাসবাদীক সেনাই গ্ৰেপ্তাৰ কৰে। দেওবাৰে পুঞ্চত গুলীৰ সংঘৰ্ষৰ পাছত...

Read moreDetails
Page 2671 of 5988 1 … 2,670 2,671 2,672 … 5,988

Stay Connected

Recent News