জোনাইত অধিক শোচনীয় বান পৰিস্থিতি, বিপদসীমাৰ ওপৰত চিয়াং, ব্ৰহ্মপুত্ৰ

ধেমাজি জিলাৰ আটাইতকৈ পূব প্ৰান্তৰ জোনাই মহকুমাত শুকুৰবাৰে বান পৰিস্থিতি অধিক শোচনীয় হৈ পৰিছে। চিয়াং, লালি আৰু ব্ৰহ্মপুত্ৰৰ বানপানীয়ে মহকুমাটোৰ...

Read moreDetails

জি এম চি এইচত পুনৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু : মৃতকৰ সংখ্যা ৩৭ গৰাকীলৈ বৃদ্ধি

অসমত পুনৰ আৰু এগৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে। স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিজৰ টুইটাৰ একাউন্টত টুইট কৰি...

Read moreDetails

কলকাতা আৰক্ষীৰ বাবে কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব ইডেন গাৰ্ডেন

ক'ৰ'নাৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কলকাতাৰ ঐতিহাসিক ইডেন গাৰ্ডেন খেলপথাৰক কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিমবংগ...

Read moreDetails

শিৱসাগৰত পুনৰ সাত গৰাকী কোভিড১৯ পজিটিভ : ৭০ জনলৈ বৃদ্ধি আক্ৰান্ত সংখ্যা

আজি শিৱসাগৰত পুনৰ সাত গৰাকীৰ দেহত কোভিড১৯ পজিটিভ পোৱা গৈছে। ইয়াৰে চাৰিগৰাকী ব্যক্তি ডিমৌৰ কোৱাৰেন্টাইন চেন্টাৰৰ আৰু দুগৰাকী আমগুৰিৰ কোৱাৰেন্টাইন...

Read moreDetails

জাহিৰ খানৰ বাবেই ধোনী শ্ৰেষ্ঠ ভাৰতীয় টেষ্ট অধিনায়ক হিচাপে পৰিগণিত হৈছে : গৌতম গম্ভীৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা খেলুৱৈ তথা বৰ্তমানৰ বিজেপিৰ সাংসদ গৌতম গম্ভীৰে জাহিৰ খানৰ বাবে মহেন্দ্ৰ সিং ধোনী সফল ভাৰতীয়...

Read moreDetails

অসহায় চৰকাৰ-গুৱাহাটী মহানগৰ প্ৰশাসন! : গুৱাহাটীত ১৯ জুলাইলৈ বৃদ্ধি পালে লকডাউন

গুৱাহাটীত ১৯ জুলাইলৈ লকডাউন বৃদ্ধি পালে। ১২ জুলাইৰ নিশা ১২ বজাৰ পৰা ১৯ জুলাই নিশা ১২ বজা পৰ্যন্ত বৃদ্ধি হ'ব...

Read moreDetails

বজালীত পহুমাৰা নৈৰ বানৰ তাণ্ডৱ; দুঠাইত মথাউৰি চিঙি বিস্তীৰ্ণ অঞ্চল প্লাৱিত

বিগত কিছুদিন ধৰি ভূটান পাহাৰ আৰু ইয়াৰ পাদদেশত হোৱা নেৰানেপেৰা বৰষুণ আৰু কুৰিশ্বো জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ফেনেফুটুকাৰে...

Read moreDetails

অখিল গগৈ ক’ভিড পজিটিভ চিনাক্ত

পুনৰবাৰ অখিল গগৈ কোভিড-১৯ পজিটিভত আক্ৰান্ত হোৱাৰ খবৰ আহিছে। জেইল কৰ্তৃপক্ষই অখিল গগৈৰ অধিবক্তাক জনাইছে এই কথা। আজি বিয়লি পুনৰ এন্টিজেন...

Read moreDetails

কোভিড১৯ নিগেটিভ মাতৃয়ে জন্ম দিয়া নৱজাতকৰ শৰীৰত কোভিড পজিটিভ : হতবাক চিকিৎসক

দেশৰ চিকিৎসক মহলক হতবাক কৰি দিয়া এক ঘটনা ঘটিছে দেশৰ ৰাজধানী নতুন দিল্লীত। কোভিড১৯ নিগেটিভ হোৱা এগৰাকী মাতৃয়ে জন্ম দিয়া...

Read moreDetails

শীঘ্ৰে দলং নিৰ্মাণৰ দাবীত কাউলীত মটঙা নৈৰ পানীত নামি ৰাইজৰ তীব্ৰ প্ৰতিবাদ

কুমাৰীকাটা সংযোগী পথত মটঙা নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবীত আজি অঞ্চলটোৰ ৰাইজে নদীৰ পানীত নামি অভিনৱ পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত...

Read moreDetails
Page 3227 of 6000 1 … 3,226 3,227 3,228 … 6,000

Stay Connected

Recent News