বান আক্ৰান্ত পবিতৰা অভয়াৰণ্য পৰিদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ; বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চৰকাৰক দাবী

আমফানৰ প্ৰভাৱৰ বাবে বিগত সপ্তাহত ৰাজ্যত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত প্লাবিত হৈ পৰিছে অসম গৌৰৱ এশিঙীয়া গঁড়ৰ বিচৰণস্থলী পবিতৰা অভয়াৰণ্য।...

Read moreDetails

বিস্ফোৰণৰ ৪৮ ঘণ্টাৰ পিছতো অব্যাহত আছে বাঘজান তেলখাদৰ তেল-গেছ নিৰ্গমণ, শিহুকে ধৰি বিভিন্ন প্ৰাণীৰ মৃত্যু

যোৱা ২৭ মে’ত বিস্ফোৰণ সংঘটিত হোৱা ডিব্ৰু–ছৈখোৱাৰ সমীপৰ অইল ইণ্ডিয়া লিমিটেডৰ ৫নং বাঘজান তেলখাদৰ পৰা এতিয়াও অহৰহভাৱে খাৰুৱা তেল আৰু...

Read moreDetails

মাস্ক পৰিধান নকৰা বাবে ত্ৰিপুৰাত তিনিগৰাকী যান-বাহন আৰক্ষীক নিলম্বন

ত্ৰিপুৰাত যান-বাহন নিয়ন্ত্ৰণত ব্যস্ত হৈ থকা তিনিগৰাকী যান-বাহন আৰক্ষীক মাস্ক পৰিধান নকৰাৰ বাবে নিলম্বন কৰা হৈছে। নিলম্বনৰ সন্মুখিন হোৱা যান-বাহন...

Read moreDetails

ৰাজ্যত বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ২২ গৰাকী ক’ৰ’না আক্ৰান্ত; স্বাস্থ্য মন্ত্ৰীয়ে দিলে ভাল খবৰ

ৰাজ্যত ক’ৰ’না ভাইৰাছৰ অপ্ৰতিৰোধ্য গতি অব্যাহত থকাৰ সময়তে অন্য এক ভাল খবৰ দিছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি...

Read moreDetails

সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণতন্ত্ৰত সংবাদ মাধ্যমৰ দায়িত্ব

পৃথিৱীৰ বৃহৎ গণতান্ত্ৰিক দেশখনৰ নামেই হ’ল ভাৰতবৰ্ষ আৰু আপুনি এই গণতান্ত্ৰিক দেশৰ এজন নাগৰিক হিচাপে এই কথাত গৌৰৱান্বিত হোৱা উচিত।...

Read moreDetails

চামগুৰিত নৈশবাছ আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ; থিতাতে নিহত এজন

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গটঙাত আজি ট্ৰাক আৰু বাছৰ মাজত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত...

Read moreDetails

অভিনেতা চনু চুড প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ভগৱান; সহায়ৰ ৰহস্য উদঘাটন

লকডাউনৰ কাৰণে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে ভগৱানৰ ৰূপত থিয় দিছে বলিউদৰ জনপ্ৰিয় অভিনেতা চনু চুডে। প্ৰশাসনৰ অনুমতিত...

Read moreDetails

ক’ৰ’নাতংক : ভাৰতত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ

ভাৰতত চতুৰ্থ পৰ্যায়ৰ লকডাউন অন্ত পৰিবলৈ ৪৮ ঘণ্টা বাকী থকা অৱস্থাত সাংঘাটিকভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাৰ সংক্ৰমণ। স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব...

Read moreDetails

গৃহ মন্ত্ৰ্যালয়ৰ ফেচবুক পেইজত সুৰাৰ বটলৰ ছবি; সৰ্বত্ৰ প্ৰতিক্ৰিয়া

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অফিচিয়েল ফেচবুক পেইজত সুৰাৰ বটলৰ ছবি আপলোড কৰাৰ এক ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। এনে অবাঞ্চিত ঘটনাৰ...

Read moreDetails

মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ চিকিৎসালয়

মহামাৰী ক’ৰ’না ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি মুকলি কৰা হ’ল উত্তৰ-পূবৰ প্ৰথমখন ক’ভিড-১৯ হাস্পতাল। গুৱাহাটীৰ ভঙাগড়স্থিত GMCH ৰ...

Read moreDetails
Page 3373 of 5985 1 … 3,372 3,373 3,374 … 5,985

Stay Connected

Recent News