গুৱাহাটীলৈ আৰম্ভ হোৱা বাছ সেৱাৰ তদাৰকৰ বাবে বিশ্বনাথত উপস্থিত পৰিবহন নিগমৰ অধ্যক্ষ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষিত তৃতীয় পৰ্যায়ৰ ল’কডাউনৰ সময়ত কিছু শিথিলতাৰ মাজেৰে বাছসেৱা আৰম্ভ হৈছে। বৰ্তমানলৈ অসম ৰাজ্যিক পৰিবহন...

Read moreDetails

কোভিড১৯ ল’কডাউন পৰৱৰ্তী প্ৰত্যাহ্বান আৰু সম্ভাৱনা সম্পৰ্কে ৱেমিনাৰ আয়োজন GIMTৰ

মাহামাৰী কোভিড১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সম্প্ৰতি সমগ্ৰ দেশতে ল’কডাউন বলৱৎ হৈ আছে। ল’কডাউনে দেশৰ অৰ্থনীতিৰ, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰলৈ সংকট...

Read moreDetails

হতাশাত কৃষক; লকডাউনৰ বাবে পথাৰতে পচিছে কেইবা লাখ টকাৰ ভোট জলকীয়া

সমগ্ৰ বিশ্বজুৰী ত্ৰাসৰ সৃষ্টি কৰা ক'ভিড-১৯ ৰ লগতে দীৰ্ঘসময়ৰ লকডাউনে কেৱল খাদ্য সংকটেই নহয় কেঁচা ঘাম মাটিত পেলাই কষ্ট কৰা...

Read moreDetails

লকডাউনেই একমাত্ৰ বিকল্প নেকি?

পৃথিৱীৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখনৰ নাগৰিক হিচাপে আমি সবিনয়ে স্বীকাৰ কৰো যে আমাৰ দৰে পশ্চাদপদ, দাৰিদ্ৰতা, দুৰ্ভীক্ষ আৰু অন্ধবিশ্বাসেৰে আবৰা...

Read moreDetails

ইমৰাণ খানক ভাৰত আক্ৰমণ কৰাৰ আহ্বান পাক অধিকৃত কাশ্মীৰৰ প্ৰধান মন্ত্ৰীৰ

পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ প্ৰধান মন্ত্ৰী ৰাজা ফাৰুক হাইদৰে পাকিস্তানৰ প্ৰধান মন্ত্ৰী ইমৰাণ খানক সেনা বাহিনীৰ জৰিয়তে ভাৰত আক্ৰমণ কৰাৰ...

Read moreDetails

বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ

যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্যবিজ্ঞান বিভাগৰ এগৰাকী অধ্যাপকে আত্মহত্যা কৰিছে। বিশ্ববিদ্যালয়খনৰ নিজা বিভাগৰ কাৰ্যালয় কক্ষতে চিপ লৈ আত্মহত্যা কৰাৰ অৱস্থাত...

Read moreDetails

লাডাখ সীমান্তত উৰিল চীনৰ সেনাৰ হেলিকপ্টাৰ; ভাৰতেও উৰুৱালে যুদ্ধ বিমান

লাডাখ সীমান্তৰ ওচৰত চীনে তৎপৰতা প্ৰদৰ্শন কৰাৰ চেষ্টা দেখা গৈছে। মঙলবাৰে সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ উৰা দেখাৰ পাছত ভাৰতীয় সেনাও...

Read moreDetails

মাতৃৰ মমতা! ১১ বছৰীয়া কন্যা কোভিড১৯ত আক্ৰান্ত : চিকিৎসালয়ৰ সন্মুখত বাহৰ পাতিলে মাতৃয়ে

১১ বছৰীয়া এটি কন্যা সন্তান কোভিড১৯ আক্ৰান্ত হোৱাৰ পিছত সোমবাৰে চিকিৎসালয়ত ভর্তি কৰা হয়। নিজ কন্যাক চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত...

Read moreDetails

জিলা পৰ্যায়ত প্রতি মাহে ৮০০ কোভিড-১৯ টেষ্ট সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে স্বাস্থ্য মন্ত্ৰ্যালয়ে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে সোমবাৰে জিলা পৰ্যায়ত কোভিড-১৯ৰ টেষ্ট সম্পন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশজুৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱালৈ...

Read moreDetails

দিল্লী বিশ্ববিদ্যালয়ত উত্তৰ-পূবৰ ছাত্ৰীক হোষ্টেল এৰিবলৈ হেচা; জাতিগত বৈষম্যৰ অভিযোগ

উত্তৰ-পূবৰ একাংশ ছাত্ৰীয়ে দাখিল কৰা অভিযোগৰ পাছত দিল্লীৰ মহিলা আয়োগে (দি চি ডব্লিউ) দিল্লী বিশ্ববিদ্যালয়লৈ এক জাননী জাৰি কৰিছে। ছাত্ৰীসকলে...

Read moreDetails
Page 3435 of 5984 1 … 3,434 3,435 3,436 … 5,984

Stay Connected

Recent News