বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ মতাদৰ্শ ভিন্ন হ’লেও দেশৰ দুৰ্যোগৰ সময়ত সকলো এক, এই কথাই প্ৰমাণিত কৰি অসম আৰোগ্য নিধিলৈ...
Read moreDetailsভাৰতত মহামাৰী ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই ১০০০ অতিক্ৰম কৰিছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে বুধবাৰে ভাৰতত...
Read moreDetailsযোৰহাট জিলাৰ টীয়কৰ চটাইত অৱস্থিত যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনস্থ শীতলীকৰণ গৃহটো উদ্বোধন কৰাৰ পাছতো আজি পৰ্যন্ত ব্যৱহাৰৰ অনুপযোগী...
Read moreDetailsৰাজধানী দিল্লীত কৰ্মৰত অৱস্থাত ক’ৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা অসমৰ ইক্ৰাম হুছেইন নামৰ চি আৰ পি এফৰ জোৱান গৰাকীৰ সৈতে...
Read moreDetailsবিশ্বৰ অন্য প্ৰান্তৰ লগতে ভাৰততো সংহাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ হ্ৰাস নোপৱাত পুনৰ এবাৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে...
Read moreDetailsৰাজধানী দিল্লীত উন্নত চিকিৎসাৰ বাবে গৈ ক’ৰ'নাত আক্ৰান্ত হৈছে বোকাখাতৰ এহাল স্বামী-স্ত্ৰী। বোকাখাতৰ মহমাইকী গাঁৱৰ নিৱাসী অজিত শইকীয়াই তেওঁৰ পত্নী...
Read moreDetailsমহাৰাষ্ট্ৰ সচিবালয়ত কৰ্মৰত চাৰিগৰাকী কৰ্মচাৰীৰ দেহত মৰাত্মক ক’ৰ’না মহামাৰীৰ উপস্থিতি ধৰা পৰাৰ পাছত মহাৰাষ্ট্ৰ চৰকাৰে চেনিটাইজ কৰাৰ বাবে দুদিনৰ বাবে...
Read moreDetailsবিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰত অব্যাহত আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। দেশখনত এই পৰ্যন্ত ১০ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ...
Read moreDetailsজনপ্ৰিয় এপ ইষ্টাগ্ৰামৰ এটা লাইভ ভিডিঅ’ত ভাৰতীয় দলৰ বেগী বলাৰ দীপক চাহাৰে তেওঁ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ অনুগামী বুলি...
Read moreDetailsত্ৰিপুৰা ৰাজ্যিক চৰকাৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী কাৰ্য্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান আৰু অন্যান্য ৰাজহুৱা স্থানত মাস্ক পৰিধান বাধ্যতামূলক...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd