দেশৰ কিছু অঞ্চলৰ লোকৰ সহযোগিতাৰ অভাৱৰ বাবে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে : স্বাস্থ্য মন্ত্ৰ্যালয়

স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰ্যালয়ৰ যুটীয়া সচিৱ লাভ আগৰৱালে ক’ৰ’না ভাইৰাছ সম্বন্ধীয় চৰকাৰী তথ্য লৈ মঙলবাৰে সাংবাদ মাধ্যমক সম্বোধন কৰে।...

Read moreDetails

আন ৰাজ্যত আবদ্ধ অসমৰ লোকক তাতে থকাৰ আহ্বান, কৰা হৈছে থকা-খোৱাৰ ব্যৱস্থা

অসমৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই লকডাউনৰ বাবে আন ৰাজ্যত আবদ্ধ হৈ অসমৰ লোকসকলক তাতে থকাৰ আহ্বান জনাইছে। তেওঁ সদৰী...

Read moreDetails

‘বাঙালীৰ বাবে মিঠাই অপৰিহাৰ্য’, মমতালৈ আহ্বান দৈনিক খোলা ৰাখক মিঠাইৰ দোকান

বাঙালীৰসকলৰ জীৱন যাত্ৰাত মিঠাই অতি অপৰিহাৰ্য। ক’ৰ’না ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া ল’কডাউন অব্যাহত থকাৰ সময়ত পশ্চিমবংগৰ...

Read moreDetails

ইউ এছ অ’পেন টেনিছ প্ৰতিযোগিতাৰ ষ্টেডিয়ামক ৰূপান্তৰ কৰা হ’ল ৩৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ বিলি জেন কিং ৰাষ্ট্ৰীয় টেনিছ চেণ্টাৰক ৩৫০ খন বিচনাযুক্ত অস্থায়ী চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হৈছে বুলি ইউ এছ...

Read moreDetails

ল’কডাউনৰ দুৰ্দশা; আগ্ৰাত আত্মহত্যা মেঘালয়ৰ প্ৰব্ৰজিত এজন শ্ৰমিকৰ

ক'ৰ'না প্ৰতিৰোধৰ বাবে অব্যাহত থকা ল'কডাউনৰ বাবে আগ্ৰাত এজন শ্ৰমিকে আত্মহত্যা কৰিছে। সোমবাৰে আগ্ৰাত কৰ্মৰত মেঘালয়ৰ প্ৰব্ৰজিত শ্ৰমিকে আত্মহত্যা কৰে।...

Read moreDetails

টীয়কত কোৱাৰেণ্টাইন কক্ষ স্থাপনৰ বাবে জিলা প্ৰশাসনক হস্তান্তৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়

মহামাৰী ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ সমান্তৰালকৈ ৰাজ্যখনৰ বহু হৃদয়বান লোকেও বিভিন্ন প্ৰকাৰে এইক্ষেত্ৰত চৰকাৰলৈ সহায়ৰ...

Read moreDetails

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজ তবলিগীত প্ৰকৃততে কি ঘটিছিল? এই মাৰাত্মক ভুল কৰ্তৃপক্ষ নে চৰকাৰৰ!

দেশত ক’ৰ’না ভাইৰাছে সংহাৰ চলাই থাকোতে দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ তবলিগী জামাতে দেশজুৰি আতংকৰ সৃষ্টি কৰিছে। ইতিমধ্যে তবলিগী জামাত অংশগ্ৰহণ কৰা...

Read moreDetails

ক্ৰমাগত পঞ্চমবাৰ ক’ৰ’না ভাইৰাছ পৰীক্ষাত পজিটিভ কন্ঠশিল্পী কনিকা কাপুৰ

ক্ৰমাগত পঞ্চমবাৰৰ বাবে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ পৰীক্ষাত পজিটিভ পোৱা গৈছে বলিউদৰ কণ্ঠশিল্পী কনিকা কাপুৰক। বৰ্তমান কনিকা কাপুৰক সঞ্জয় গান্ধী পোষ্ট...

Read moreDetails

ক’ৰ’নাৰ সংক্ৰমণ: দিল্লীৰ তবলিগী জামাতৰ সমাৱেশত অংশ লৈছিল অসমৰো প্ৰায় তিনিশ লোকে

দিল্লীৰ হজৰত নিজামুদ্দিন তবলিগী জামাতৰ এক ধৰ্মীয় সমাৱেশত কৰ’না সংক্ৰমণৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দেশত কৰ’নাৰ আতংক বৃদ্ধি পাইছে। উক্ত...

Read moreDetails

COVID-19 : প্ৰশিক্ষণৰ বাবে GMCH লৈ অহা নাৰ্চক ঘূৰাই পঠিয়ালে নলবাৰীলৈ

দেশত মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ অসম চৰকাৰে চিকিৎসক, নাৰ্চ আৰু অন্যান্য স্বাস্থ্য কৰ্মীসকলৰ বাবে বিশেষ প্ৰশিক্ষণৰ...

Read moreDetails
Page 3594 of 5982 1 … 3,593 3,594 3,595 … 5,982

Stay Connected

Recent News