মিছা কথাৰে প্ৰলোভনকাৰী বিজ্ঞাপনৰ বাবে হ’ব পাৰে ৫ বছৰ জেইল; ৫০ লাখ টকাৰ জৰিমনা

সাধাৰণতে টিভিৰ পৰ্দাত চকু থ’লেই দেখা পোৱা বা বাতৰিকাকত মেলিলেই দেখা কিছুমান চমক ভৰা অথচ সামঞ্জস্যহীন বিজ্ঞাপন চকুত পৰে। কোনোবাটোত...

Read moreDetails

নিষ্ঠুৰ মহানগৰ! ১০ ঘণ্টা ধৰি পদপথত ৰক্তাক্ত অৱস্থাত পৰি ৰ’ল দুজন লোক

মহানগৰীৰ লাচিত নগৰৰ হনুমান মন্দিৰৰ সমীপত অচিনাক্ত লোকে প্ৰহাৰ কৰিলে পদপথত আশ্ৰয় লোৱা দুজনকৈ লোকক। যোৱা নিশা প্ৰায় ১:৩০ বজাত...

Read moreDetails

ক’ৰোনা ভাইৰাছৰ পৰা বিশ্বক প্ৰথম সতৰ্ক কৰি দিয়া চীনৰ চিকিৎসকগৰাকীৰ মৃত্যু

ক’ৰোনা ভাইৰাছ সম্পৰ্কে সৰ্ব প্ৰথম বিশ্বক সতৰ্ক কৰি দিয়া চিকিৎসক লী বেনলিয়াংগৰ বৃহস্পতিবাৰে মৃত্যু হয়। চীনৰ চৰকাৰী বাতৰি কাকত গ্লোবেল...

Read moreDetails

বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত ভাগ ল’বলৈ আজি কোকৰাঝাৰলৈ আহিব নৰেন্দ্ৰ মোদী

তৃতীয় বড়ো শান্তি চুক্তিৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কোকৰাঝাৰলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দিনৰ ১১.১৫ বজাত...

Read moreDetails

পত্নী নিৰ্যাতনৰ গোচৰত পুনৰ বিপদত ক্ৰিকেটাৰ ছামী; আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

পত্নী নিৰ্যাতনৰ গোচৰত এইবাৰ বিপদত পৰিছে ভাৰতীয় ক্ৰিকেট দলৰ বেগী বলাৰ মহম্মদ ছামী। বৃহস্পতিবাৰে কলকাতা হাইকোৰ্টে ছামী বিৰুদ্ধে জাননী জাৰি...

Read moreDetails

বিশিষ্ট শল্য চিকিৎসক পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ জীৱনজোৰা সাধনা বঁটা

Srimanta Sankardeva University of Health Sciences (SSUHS)-এ বিশিষ্ট শল্য চিকিৎসক পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ চহৰীয়ালৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়াইছে। এগৰাকী শল্য চিকিৎসক...

Read moreDetails

অহা মঙ্গলবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ডিমা হাছাও বন্ধৰ ঘোষণা

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪(২) আৰু ২৭৫(১) দফাৰ অধীনত স্বায়ত্ত শাসিত পৰিষদৰ সৈতে এখন পৃথক স্বায়ত্ত শাসিত জিলা গঠনৰ দাবীত...

Read moreDetails

সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এন এছ চি এন(য়ু)ৰ দুৰ্ধৰ্ষ কেডাৰ আটক

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত ভাৰতীয় সেনা বাহিনীৰ দাও ডিভিজনে চলোৱা এক অভিযানত বুধবাৰে এন এছ চি এন (য়ু)ৰ এগৰাকী মুখ্য...

Read moreDetails

সোধ-পোচৰ বাবে মাতি নি NIA ই এৰি দিলে ছাত্ৰ নেতাক; প্ৰয়োজনত আকৌ মাতিব

সোধ-পোচৰ বাবে মাতি নি NIA ই এৰি দিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা তথা কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰাঞ্জল কলিতাক। বৃহস্পতিবাৰে...

Read moreDetails

মাৰ্ঘেৰিটাত জঘন্য ধৰ্ষণকাণ্ড; প্ৰথমে ধৰ্ষণ তাৰপাছত ডিঙি চেপি নৃশংস হত্যা পাঁচ সন্তানৰ মাতৃক

হাইদৰাবাদ ধৰ্ষণকাণ্ডৰ স্মৃতি মাৰ নৌযাওতেই বুধবাৰে নিশা অসমৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ইনথেম গাঁৱত এগৰাকী মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ...

Read moreDetails
Page 3737 of 5981 1 … 3,736 3,737 3,738 … 5,981

Stay Connected

Recent News