গ্ৰেগ চেপেলেই ধ্বংস কৰিছিল পাঠানৰ কেৰিয়াৰ? মুখ খুলিলে ইৰফানে

ক্ৰিকেটৰ সকলো ফৰ্মৰ পৰা অৱসৰ ঘোষণা কৰা ভাৰতীয় দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ ইৰফান পাঠানে এইবাৰ মুখ খুলিছে ভাৰতীয় দলৰ প্ৰাক্তন প্ৰশিক্ষক...

Read moreDetails

সৰ্থেবাৰীৰ আমৃখোৱাত ৰন্ধন গেছৰ নাটনি

পেট্রলজাত সামগ্রীৰ মূল্য প্রতিদিনে বৃদ্ধি পোৱাত ৰাইজ অতিষ্ঠ হৈ পৰাৰ মাজতে এইবাৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ আমৃখোৱাত তীব্ৰ নাটনিয়ে দেথা দিছে...

Read moreDetails

আৰণ্যকৰ সদস্যৰ তৎপৰতাত বোকাখাতৰ লতাবাৰীত আহত ধনেশ চৰাই উদ্ধাৰ

বন্যপ্ৰাণীৰ গতিবিধি সম্পৰ্কীয় প্ৰকৃতি সংগঠন আৰণ্যকৰ এক প্ৰকল্পত কৰ্মৰত অনিমেষ হাজৰিকা আৰু অংকুৰ নাহক নামৰ যুৱক দুজনে সোমবাৰে এটা আহত...

Read moreDetails

অসমীয়া চিনেমাক বাংলা চিনেমা বুলি দেখুৱাই আনন্দবাজাৰ পত্ৰিকাৰ বিনোদন

কলকাতাৰ এখন আগশাৰীৰ বাংলা বাতৰিকাকত আনন্দবাজাৰ পত্ৰিকাৰ ৭জানুৱাৰি সংখ্যাৰ বিনোদন পৃষ্ঠাত এক আমোদজনক খবৰ প্ৰকাশ পাইছে। বাতৰিটোত বাংলা চলচ্চিত্ৰক আন্তৰ্জাতিক...

Read moreDetails

আই এছ এলত অসমৰ মিডফিল্ডাৰ বিনীত ৰায়ৰ চমৎকাৰী গ’ল

আই এছ এলত উজলি উঠিছে অসমৰ প্ৰতিভাৱান মিডফিল্ডাৰ বিনীত ৰায়। সোমবাৰে খেলা এখন খেলত ফুটবলাৰগৰাকীয়ে প্ৰদান কৰিছিল এটা দুৰ্দান্ত গ’ল।...

Read moreDetails

চৰকাৰী বিদ্যালয়ত তিনি লাখতকৈও অধিক ভুৱা ছাত্ৰ-ছাত্ৰী চিনাক্ত

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শিক্ষা অভিযান, অসমৰ সৈতে সোমবাৰে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ২০১৮-১৯ বৰ্ষৰ চৰকাৰী আৰু অপ্ৰাদেশীকৃত...

Read moreDetails

যান বাহন আইনক লৈ কেন্দ্ৰৰ সকীয়নি; ৰাজ্যই জৰিমনা হ্ৰাস কৰিলে হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন

কেন্দ্ৰীয় চৰকাৰে যান-বাহন (সংশোধন) আইন,২০১৯’ অমান্য কৰাৰাজ্যসমূহত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ ধমক দিছে। কেন্দ্ৰৰ মতে পৰিবহনৰ সংশোধিত নিয়মৰ বিৰুদ্ধে গৈ...

Read moreDetails

CAA বিৰোধী প্ৰতিবাদকাৰীক গুলীওৱা ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ

যোৱা ২ জানুৱাৰিৰ নিশা গোলাঘাট জিলাৰ হাবিয়াল গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সোমবাৰে ৰোহিনী কুমাৰ গগৈ নামৰ...

Read moreDetails

য়ুজাৰক বিৰক্ত কৰিবলৈ এইবাৰ হোৱাটছএপত নতুন ফিচাৰ!

হোৱাটছএপত য়ুজাৰৰ আকৰ্ষণ কৰিবলৈ সময় সময়ে নতুন ফিচাৰ আগবঢ়োৱাটো কোনো নতুন কথা নহয়। যোৱো বছৰো এই মেছেজিং এপটোৱে এলানি ফিচাৰ...

Read moreDetails

চোৰাং সুৰা সৰবৰাহত ব্যৱহৃত ডাক বিভাগৰ গাড়ী জব্দ

শিলচৰ ৰেইল ষ্টেশ্যন চৌহদত গোপন সূত্ৰৰ পম খেদি আবকাৰী বিভাগৰ দল এটাই অভিযান চলাই চোৰাং সুৰা সৰবৰাহত ব্যৱহাৰ কৰা ডাক...

Read moreDetails
Page 3799 of 5979 1 … 3,798 3,799 3,800 … 5,979

Stay Connected

Recent News