প্ৰফুল্ল কুমাৰ মহন্তই দেওবাৰে আলফা (স্বাধীন) সেনাপ্ৰধান পৰেশ বৰুৱাৰ শেহতীয়া এক মন্তব্যৰ সত্যতা অস্বীকাৰ কৰিছে। আলফাৰ সহায়েৰে মহন্ত ’৯৬ত দ্বিতীয়বাৰ...
Read moreDetailsনাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এক সুস্থ, ঐক্যবদ্ধ, শৃংখলাবদ্ধ, শান্তিপূৰ্ণ, শক্তিশালী গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ উদ্দেশ্যৰে নগাঁৱৰ পুৰণিগুদামত স্থানীয় সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ...
Read moreDetailsশিশুৰ দত্তক গ্ৰহণৰ (Adoption) নামত দৰং জিলাত চলি আছে শিশুৰ অবৈধ আৰু অনৈতিক সৰবৰাহ। শিশুৰ অধিকাৰৰ হৈ কাম কৰা ক্ৰিষ্টেল...
Read moreDetailsনাগৰিকত্ব (সংশোধন) আইন ২০১৯ৰ বিৰুদ্ধে চলিত প্ৰতিবাদৰ মাজতে সদৌ অসম ছাত্ৰ সন্থাই দেওবাৰে পোহৰলৈ আনিছে অসমৰ ক্ষেত্ৰত কেন্দ্ৰই কৰ্তন কৰা...
Read moreDetailsযদি কা' বাতিল কৰা নহয় তেন্তে অসমৰ সমূহ ৰাইজক ফিল্ম ফেয়াৰ এৱাৰ্ড বৰ্জনৰ বাবে আহ্বান জনাইছে বীৰ লাচিত সেনাই। শনিবাৰে...
Read moreDetailsঅসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে প্ৰতাৰক বিজেপি চৰকাৰক অসমৰ ৰাইজে আগন্তুক নিৰ্বাচনত প্ৰত্যাখ্যান কৰিব লাগে বুলি মন্তব্য কৰিছে আছুৰ...
Read moreDetailsকেন্দ্ৰীয় আইন মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদে শনিবাৰে কৈছে যে দেশজোৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত কেন্দ্ৰই ৰাজ্যসমূহৰ সৈতে আলোচনা কৰিব। এন...
Read moreDetailsজাতিটোলৈ সংকট কঢ়িয়াই অনা CAA-ৰ বিৰোধিতাত সকলো অসমীয়া ঐক্যবদ্ধ হোৱাৰ সময়তে বিভাজনৰ এপাট অস্ত্ৰ এৰি দিছে বিজেপিৰে সম্পৰ্কিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ...
Read moreDetailsচৰকাৰী পক্ষৰ সমৰ্থনকাৰী দল-সংগঠন সমূহৰ বাদে ৰাজ্যত এতিয়া প্ৰতিটো দল-সংগঠন তথা সাধাৰণ ৰাইজ নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে।...
Read moreDetailsঅসমলৈ আহিলেই ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ’ব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীৰ উজানবজাৰস্থিত চহিদ ন্যাসত এক সংবাদমেল সম্বোধন কৰি এই কথা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd