খবৰ নাই জনপ্ৰতিনিধিৰ; ওদালগুৰিত গঞা ৰাইজে বান্ধিলে বান্ধ

শাসনাধিষ্ঠ বিজেপি আৰু ইয়াৰ মিত্ৰদল বি পি এফে বি টি চি অঞ্চলত যিমানেই উন্নয়নৰ দাবী কৰি নাথাকক কিয় কাৰ্যক্ষেত্ৰত কিন্তু...

Read moreDetails

চীনা সীমাত থকা এগৰাকী ভোটাৰৰ মতদান ল’বলৈ বাটকুৰি বাই যাব নিৰ্বাচনী বিষয়াৰ দল

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চীনা সীমাত থকা অৰুণাচল প্ৰদেশৰ এটা ভোটকেন্দ্ৰৰ কাহিনীয়ে গণতন্ত্ৰৰ সৌন্দৰ্য্যক তুলি ধৰা দেখা গৈছে। অৰুণাচল...

Read moreDetails

‘মধ্যাহ্ন ভোজন’ এন জি অ’ক সঁপাৰ ‘সিদ্ধান্ত’ চৰকাৰৰ, শিৱসাগৰত প্ৰতিবাদ থলুৱা মহিলাৰ

অসমৰ ৰাজহুৱা বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্বৰ পৰা থলুৱা মহিলাক গুচাই অহা ১ এপ্ৰিলৰ পৰা বেচৰকাৰী সংস্থাক সঁপিবলৈ চৰকাৰে লোৱা “সিদ্ধান্ত”ৰ...

Read moreDetails

শান্ত মহন্ত, ক’লে ‘কঠিন’ হ’ব নিৰ্বাচনী যুঁজ

অগপ-বিজেপিৰ মিত্ৰতাৰ সিদ্ধান্তত অসন্তুষ্ট হৈ দলত মুকলি বিদ্ৰোহ কৰা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কাষ চাপিল অগপৰ সভাপতি আৰু...

Read moreDetails

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি আকৌ স্বৰ্ণজয় দৌৰৰাণী হিমাৰ

সমালোচকক যোগ্য প্ৰত্যুত্তৰ দি ভাৰতীয় এথলেটিকছৰ নৱতম চাঞ্চল্য হিমা দাসে আজি অনুষ্ঠিত এখন প্ৰতিযোগিতাৰ ৪০০ মিটাৰ শাখাত স্বৰ্ণ পদক দখল...

Read moreDetails

লোকসভা নিৰ্বাচন : ৰাজ্যত ৩৩টা কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ দল মোতায়েন

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে আজি...

Read moreDetails

মেঘালয় বিজেপিত খহনীয়াৰ পিছত অৰুণাচলতো বিজেপিৰ সাধাৰণ সম্পাদকৰ দলত্যাগ

মেঘালয়ত বিজেপিৰ ৩জনকৈ নেতাই সমৰ্থকসহ দলত্যাগ কৰাৰ এদিন পিছতে একে ধৰণৰ এটা আঘাত অৰুণাচল প্ৰদেশ বিজেপিৰ মূৰতো পৰে। লোকসভা আৰু...

Read moreDetails

সত্ৰীয়া সংস্কৃতিৰ গুৰু টংকেশ্বৰ হাজৰিকা বৰ বায়নলৈ ড° জগন্নাথ মহন্ত স্মাৰক বঁটা

শ্ৰী শ্ৰী কমলাবাৰী সত্ৰৰ বৰবায়ন, সত্ৰীয়া সংস্কৃতিৰ সাধক টংকেশ্বৰ হাজৰিকালৈ আগবঢ়োৱা হৈছে ড° জগন্নাথ মহন্ত স্মাৰক বঁটা। ড° জগন্নাথ মহন্ত...

Read moreDetails

ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলাত ২২ মাৰ্চত স্থানীয় বন্ধ ঘোষণা

ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ২২ মাৰ্চত জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে। ২২ মাৰ্চত কামৰূপ মহানগৰ জিলাত...

Read moreDetails

ৰাষ্ট্ৰীয় নেতৃত্বই হিমন্তক দেশৰ যিকোনো এটা সমষ্টি বাছি ল’বলৈ কোৱা কথা ‘অসত্য’ প্ৰমাণ হ’ল

মাত্ৰ দুদিন পূৰ্বে কোৱা নিজৰ কথাকে ‘ভিত্তিহীন’ বুলি নিজেই প্ৰমাণ কৰিলে ৰঞ্জিত দাসে। ১৫ মাৰ্চত সংবাদ মাধ্যমৰ আগত কৈছিল যে...

Read moreDetails
Page 4537 of 5969 1 4,536 4,537 4,538 5,969

Stay Connected

Recent News