উত্তৰ-পূব কংগ্ৰেছ-শূন্য হৈছে : অসম বিজেপিৰ নিমাওমাও কাৰ্য্যালয়ত বহি সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ মত

কংগ্ৰেছে ৬০ বছৰ শাসন চলোৱাৰ পাছত বিজেপিক ৬০ মাহৰ সময় দিবলৈ দেশবাসীক আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দেশবাসীয়ে মোদীৰ...

Read moreDetails

প্ৰৱীণ চিপিআই (এম) নেতা আব্দুল লতিবৰ মৃত্যুত মোৰাঝাৰত শোকৰ ছাঁ‌

প্ৰৱীণ চিপিআই(এম) নেতা আব্দুল লতিবৰ মৃত্যুত শোকৰ ছাঁ‌ বিৰাজ কৰিছে মোৰাঝাৰ অঞ্চলত। মোৰাঝাৰৰ সুতাৰপুৰৰ বাসিন্দা আব্দুল লতিবৰ যোৱা কালি বিয়লি...

Read moreDetails

বগীবিল দলং উদ্বোধনৰ প্ৰস্তুতি পৰ্ব পৰিদৰ্শন মুখ্য মন্ত্ৰী সোণোৱালৰ

অহা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰীয়ে উদ্ধোধন কৰিব লগীয়া বগীবিল দলং পৰিদৰ্শন কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ইয়াৰ প্ৰস্তুতি পৰ্বৰ...

Read moreDetails

বাক্সাৰ নাগ্ৰীজুলিত উদ্ধাৰ ৰকেট লাঞ্চাৰ; নিষ্ক্ৰিয় কৰিলে সেনাৰ দলে

বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নাগ্রীজুলি আৰক্ষী চকীৰ অধীনস্থ বিমলানগৰত আজি এটি ৰকেট লাঞ্চাৰ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ...

Read moreDetails

বাক্সাত দিনতে দুৰ্বৃত্তৰ দলে কাঢ়ি নিলে ডেৰ লক্ষাধিক টকা

বাক্সাত আজি দিন দুপৰতে সংঘটিত এক ডকাইতিৰ ঘটনাই অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে আজি দিন দুপৰতে...

Read moreDetails

জিআইএছ প্ৰকল্প বাস্তৱায়নৰ বাবে মেঘালয় চৰকাৰৰ দ্বাৰা বুজাবুজিৰ চুক্তিত স্বাক্ষৰ

মেঘালয় ভৌগলিক তথ্য ব্যৱস্থা  (জিআইএছ) প্ৰকল্প বাস্তৱায়িত কৰাৰ বাবে যোৱাকালি ১০ ডিচেম্বৰত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰিত কৰা হৈছে। মেঘালয়ৰ সচিবালয়ত...

Read moreDetails

হিমন্ত বিশ্বৰ প্ৰলোভন সত্ত্বেও মিজোৰামৰ জনগণে বিজেপিক সুযোগ নিদিলে : দেৱব্ৰত শইকীয়া

“হিমন্ত বিশ্বৰ প্ৰলোভন সত্ত্বেও মিজোৰামৰ জনসাধাৰণে বিজেপিক স্থান নিদিলে।” আজি পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পিছতে মিজোৰামৰ ফলাফল সন্দৰ্ভত এই মন্তব্য...

Read moreDetails

কাইলৈ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা; শিৱসাগৰত প্ৰস্তুতি সম্পূৰ্ণ

কাইলৈ অৰ্থাৎ ১২ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসন সম্পূৰ্ণ সাজু হৈ উঠিছে। আজি শিৱসাগৰ...

Read moreDetails

লখিমপুৰৰ দিজু টী ইষ্টেট হস্পিটেললৈ শ্ৰেষ্ঠ বাগানীয়া চিকিৎসালয়ৰ সন্মান

লখিমপুৰৰ দিজু টী ইষ্টেট হস্পিটেল সমগ্ৰ অসমৰ ভিতৰতে সৰ্বোৎকৃষ্ট চাহ বাগানীয়া চিকিৎসালয় হিচাপে পৰিগণিত হৈছে। এই চিকিৎসালয়খনক যোৱা ২৩ নৱেম্বৰত...

Read moreDetails

বড়োসকলক পার্বত্য জনজাতি মৰ্যাদাৰ প্ৰতিবাদত কাৰ্বি আংলং, ডিমা হাছাও বন্ধৰ আহ্বান ছাত্ৰ সংগঠনৰ

বড়ো সকলক পার্বত্য জনজাতি  মৰ্য্যদা দিয়া বিধেয়কৰ প্ৰতিবাদত ডিমাছা ষ্টুডেন্টছ ইউনিয়ন, মাৰ স্টুডেন্ট এছোচিয়েশ্যন, কাৰ্বি ষ্টুডেন্টছ ইউনিয়নকে ধৰি মুঠ ৬টা...

Read moreDetails
Page 4787 of 5966 1 4,786 4,787 4,788 5,966

Stay Connected

Recent News