মাত্ৰ ১০ মিনিটৰ ব্যৱধানত এখন ট্ৰাকে খুন্দিয়ালে পাঁ‌চখনকৈ বাহন; ঘটনাক লৈ চাঞ্চল্য নগাঁৱৰ লাওখোৱাত

আজি দুপৰীয়া নগাঁও চহৰৰ লাওখোৱা পথত এখন ট্ৰাকে মাত্ৰ ১০ মিনিটমানৰ ব্যৱধানৰ ভিতৰতে ইখনৰ পিছত সিখনকৈ মুঠ পাঁচখন বাহনক খুন্দিওৱাত...

Read moreDetails

বিজেপিত খহনীয়া : মাৰ্ঘেৰিটাত শতাধিক বিজেপি কৰ্মীৰ কংগ্ৰেছত যোগদান

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত ৰাজ্যৰ বিভিন্ন বিধান সভা সমষ্টিৰ দৰে ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিটো শাসনাধিষ্ঠ বিজেপি...

Read moreDetails

ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ বড়ো সমাজৰ গভীৰ শ্ৰদ্ধাঞ্জলি; এবছুৰ পতাকা অৰ্ধনমিত

বড়ো ভাষা-সংস্কৃতিৰ গৱেষণাৰ কামত জীৱন উচৰ্গা কৰা আৰু নিজৰ কামেৰে বড়ো ভাষা অধ্যয়নক নতুন মাত্ৰা দিয়া সাহিত্যাচাৰ্য ড০ প্ৰমোদ ভট্টাচাৰ্য্যলৈ...

Read moreDetails

পৰহিলৈ ইছৰ’ই উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ দ্ৰুত কৰাৰ লক্ষ্যেৰে প্ৰেৰণ কৰিব কৃত্ৰিম উপগ্ৰহ

উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা ত্বৰান্বিত কৰাৰ বাবে ইছৰ'ই অহা ১৪ নৱেম্বৰত মহাকাশলৈ প্ৰেৰণ কৰিব এটা কৃত্ৰিম উপগ্ৰহ। GSAT-29 নামৰ  উক্ত কৃত্ৰিম...

Read moreDetails

বৰপেটাৰ আগৰজান টেকনাৰবালাত মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য

আজি বৰপেটাৰ আগৰজান টেকনাৰবালাত এটা মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এখন পকী দলঙৰ তলত...

Read moreDetails

অসম অৰুণাচল সীমান্তৱৰ্তী  বালিচাঙত দেউছি আৰু ভাইলো প্ৰতিযোগিতা সম্পন্ন

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বালিচাং আঞ্চলিক সমিতিৰ উদ্যোগত বালিচাঙত, মহজুলি,  ২ নং দিলিচাং , ভীমাজুলি,  ৰতনপুৰ, ৰূপালী বস্তি,  দিৰিং...

Read moreDetails

আমাৰ এতিয়াও বিষদাঁত আছে; গতিকে দুৰ্বল বুলি ভাবিব নালাগে : অনুপ চেতিয়া (ভিডিঅ’টো চাওক)

“আমাৰ জাতীয়তাবোধ আছে। আমি অসমখনক ভাল পাওঁ। সেয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মাতি আছো।” –আজি বংগভাষী অসমীয়া সমাজ আৰু...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে গোৱালপাৰা কংগ্ৰেছত খহনীয়া; অগপত যোগদান কেইবা শতাধিক কংগ্ৰেছীৰ

পঞ্চায়ত নিৰ্বাচনৰ দিন চুমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে নিৰ্বাচনী তৎপৰতা।...

Read moreDetails

১৫-১৭ নৱেম্বৰলৈ গুৱাহাটীত সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন

গুৱাহাটীত অনুষ্ঠিত হ'ব সৰ্বভাৰতীয় পৰীক্ষা পৰিষদ সমূহৰ ৪৭ সংখ্যক সন্মিলন। খানাপাৰৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অহা ১৫-১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব এই...

Read moreDetails

শিৱসাগৰত ৰহস্যজনক অৱস্থাত পুখুৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ

শিৱসাগৰৰ ঘিলাগুৰি অঞ্চলত আজি পুৱা এটা পুখুৰীত উপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

Read moreDetails
Page 4869 of 5964 1 4,868 4,869 4,870 5,964

Stay Connected

Recent News