লখিমপুৰত মানুহৰ লাওখোলাসহ তিনিজন লোক গ্ৰেপ্তাৰ : ডাইনীবিদ্যা অনুশীলনৰ সন্দেহ আৰক্ষীৰ

অৰুণাচল-অসম সীমান্তত মানুহৰ লাওখোলাসহ তিনিজন লোক লখিমপুৰ আৰক্ষীৰ হাতত ধৰা পৰা ঘটনাক  কেন্দ্র কৰি  অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ...

Read moreDetails

নাগ্ৰীজুলিত লাডেনৰ আক্ৰমণত  ২৪ ঘণ্টাত  নিহত দুজন

বাক্সা জিলাৰ তামুলপুৰ বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ নাগ্ৰীজুলিত লাডেন সন্ত্ৰাস অব্যাহত আছে। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ  বৃহৎ...

Read moreDetails

অসমলৈ আহিব বাজপেয়ীৰ চিতাভস্ম, গুৱাহাটীত ক’ত জনাব পাৰিব শ্ৰদ্ধাঞ্জলি?

বুধবাৰে অসম পাবহি সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ চিতাভস্ম। বৃহস্পতিবাৰে অসমৰ ব্ৰহ্মপু্ত্ৰ আৰু বৰাক নৈত বাজপেয়ীৰ অস্থি বিসৰ্জন দিয়া হ’ব। দিল্লীৰ...

Read moreDetails

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাত দলবদ্ধ ধৰ্ষণৰ বলি ৭০ বছৰীয়া বৃদ্ধা

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ বিহপুখুৰীত সংঘটিত হল এক জঘন্য কাণ্ড।  ৭০ বছৰতকৈও অধিক বয়সৰ এগৰাকী মহিলাক নিজ গৃহতে কেইজনমান দুৰ্বৃত্তই...

Read moreDetails

নেটাৰ অধ্যক্ষৰ দাবী : সঘন বন্ধ ঘোষণাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে অসমৰ চাহ উদ্যোগ

অসমত সঘনাই দি থকা বন্ধই ৰাজ্যখনৰ চাহ উদ্যোগৰ যথেষ্ট ক্ষতি সাধন কৰিছে বুলি নৰ্থ-ইষ্টাৰ্ন টী এছোচিয়েশ্যন (North Eastern Tea Association)...

Read moreDetails

মাৰ্ঘেৰিটাত আৰক্ষী আৰু গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থাৰ ধঁপাত বিৰোধী অভিযান

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত আজি গুৱাহাটীৰ স্বেচ্ছাসেৱী সংস্থা ‘সম্বন্ধ’ই মাৰ্ঘেৰিটা আৰক্ষীৰ সহযোগত মুকলি কৈ ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ বিৰুদ্ধে অভিযান চলায়।...

Read moreDetails

এবছৰেও সম্পূর্ণ নহ’ল হাৰিপৰা আলিৰ মেৰামতি : মন্ত্ৰী-বিধায়কক কেৰেপ নকৰে শিৱসাগৰৰ গড়কাপ্টানী সংমণ্ডলৰ বিষয়া-ঠিকাদাৰে

শিৱসাগৰ জিলাৰ শিৱসাগৰ বিধানসভা সমষ্টিৰ  অন্তৰ্গত গড়কাপ্টানী বিভাগৰ গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া-অভিযন্তাৰ অদূৰদৰ্শিতা আৰু অকৰ্মণ্যতাৰ বাবে বিভিন্ন অঞ্চলত গ্ৰামাঞ্চলৰ বাট-পথৰ অৱস্থা...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উদ্বিগ্ন লণ্ডনৰ অসমীয়া সম্প্ৰদায়

লণ্ডনত থকা অসমীয়া সম্প্ৰদায়ে প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ এ সৃষ্টি কৰা ভাবুকিৰ প্ৰতি গভীৰভাৱে উদ্বিগ্নতা প্ৰকাশ কৰি ইয়াৰ বিৰোধিতাৰে...

Read moreDetails

এছিয়াডত আশানুৰূপ প্ৰদৰ্শনত ব্যৰ্থ ৰ’দালি বৰুৱা; টাইপেইৰ খেলুৱৈৰ বিপক্ষে ০-৫ পইণ্টৰ ব্যৱধানত পৰাস্ত খেলুৱৈগৰাকী

যোৱা ১৮ আগষ্টৰ পৰা ইণ্ডোনেছিয়াৰ জাকাৰ্টা আৰু পালেমবাঙত আৰম্ভ হোৱা এছিয়াৰ দেশবিলাকৰ মাজৰ শ্ৰেষ্ঠ আৰু বৃহত্তম ক্ৰীড়া প্ৰতিযোগিতা ১৮ সংখ্যক...

Read moreDetails

মেডিকেল পাঠক্রমত নামভর্তি : অসম চৰকাৰৰ স্থায়ী বাসিন্দা সন্দৰ্ভত পূৰ্বৰ নীতিকে বাহাল ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

অসমত এম বি বি এছ, বি ডি এছ আৰু আয়ুৰ্বেদিক পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত ৰাজ্যিক সংৰক্ষণৰ অধীনত অসম চৰকাৰে পূৰ্বে লোৱা...

Read moreDetails
Page 5133 of 5957 1 5,132 5,133 5,134 5,957

Stay Connected

Recent News