হিমন্ত বিশ্ব শৰ্মাৰ ‘দায়িত্বজ্ঞানহীন’ মন্তব্য; প্ৰতিবাদত ঢাকাৰ ভাৰতীয় ৰাষ্ট্ৰদূতক তলব তাৰিক চৰকাৰৰ

অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাৰ ‘দায়িত্বজ্ঞানহীন’ মন্তব্যত লজ্জানত হৈ পৰিছে ভাৰত। হিমন্তৰ বিতৰ্কিত মন্তব্যৰ প্ৰতিবাদত তাৰিক ৰহমান...

Read moreDetails

নিৰ্বাচনী ফলাফলক লৈ আশাবাদী ৰকিবুল হুছেইন : এগজিট প’লক বিশ্বাস নকৰিবলৈ আহ্বান

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰিছে। তেওঁ স্পষ্টকৈ কৈছে যে সংবাদ...

Read moreDetails

শিলচৰত ২০ কোটি টকীয়া বৃহৎ বিনিয়োগ প্ৰৱঞ্চনা : গ্ৰেপ্তাৰ বি-টেক ডিগ্ৰীধাৰী যুৱক

শিলচৰত শ্বেয়াৰ বজাৰত বিনিয়োগ কৰি অধিক মুনাফা লাভৰ প্ৰলোভনেৰে কোটি কোটি টকা লুটি নিয়াৰ এক ভয়ংকৰ জালিয়াতিৰ ঘটনা পোহৰলৈ আহিছে।...

Read moreDetails

নেপাল চৰকাৰৰ সংকট আৰু কিছু চিন্তা

২০২৫ চনৰ চেপ্টেম্বৰ মাহত নেপালত নৱপ্রজন্ম বা GenZৰ আন্দোলনে দীর্ঘদীনিয়া ক্ষোভৰ বহিঃপ্রকাশৰ ৰূপ লৈছিল। ক্ষমতাশালীৰ ক্ষমতাৰ অপব্যৱহাৰৰ বিৰুদ্ধে সৰৱ হৈ...

Read moreDetails

গুৱাহাটীত বৃহৎ ঋণ প্ৰৱঞ্চনাৰ চক্ৰ ফাদিল : দুই বেংক বিষয়া আটক, মাষ্টাৰমাইণ্ড পূজা কলিতা পলাতক

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ এক ভয়ংকৰ ঋণ প্ৰৱঞ্চনাৰ ঘটনা পোহৰলৈ আহিছে। সহজতে ঋণ আৰু আৰ্থিক সাহায্য প্ৰদানৰ প্ৰলোভনেৰে একাংশ মহিলাক লক্ষ্য...

Read moreDetails

বৰ্তমানৰ পৰিৱৰ্তনশীল বিশ্ব আৰু পশ্চিম এছিয়াৰ সংকট: গুৱাহাটী বিশ্ববিদ্যালয়ত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

বৰ্তমানৰ দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ পৰিস্থিতিত পশ্চিম এছিয়াৰ গুৰুত্ব আৰু প্ৰভাৱ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ত এখন গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হৈ...

Read moreDetails

মঠঘৰীয়াৰ ভয়ংকৰ দুৰ্ঘটনাত তিনি যুৱতীৰ মৃত্যুৰ পিছতে নিলম্বন গুৱাহাটীৰ BAR-ৰ অনুজ্ঞাপত্ৰ

গুৱাহাটীৰ ভঙাগড়ৰ জি এছ ৰোডৰ ৰুদ্ৰাক্ষ মলত অৱস্থিত ডি টিপ্সি গাওঁ (এক্স’ৰ’) নামৰ বাৰ-কাম-ৰেষ্টুৰেণ্টৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হৈছে। মহানগৰীত সংঘটিত...

Read moreDetails

ইৰাণ-ঘনিষ্ঠ হেকাৰ গ্ৰুপে ২,৩৭৯ জন আমেৰিকান সৈনিকৰ ব্যক্তিগত তথ্য চুৰি কৰি দিছে ভাবুকি! দাবী প্ৰতিবেদনৰ

ইৰাণৰ সৈতে জড়িত হেকাৰ গ্ৰুপ ‘হাণ্ডালা’ই দুহেজাৰৰো অধিক আমেৰিকান সৈনিকৰ ব্যক্তিগত তথ্য চুৰি কৰিছে। কেৱল সেয়াই নহয়, সেই তথ্য তেওঁলোকে...

Read moreDetails

হাতত ইৰিক্সাৰ হেণ্ডেল, বুকুত আকাশলংঘী সপোন: সংগ্ৰামক সাৰথি কৰি সফলতাৰ শিখৰত অসমৰ জীয়ৰী ৰীমা টেৰাংপী

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলিল কাৰ্বি আংলং জিলাৰ ৰীমা টেৰাংপী নামৰ এগৰাকী অদম্য সাহসী ছাত্ৰী। চৰম দৰিদ্ৰতাৰ মাজতো কেৱল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বলত ৰীমা টেৰাংপীয়ে কলা শাখাৰ পৰীক্ষাত এক চমকপ্ৰদ ফলাফল লাভ কৰি সমাজৰ আগত এক অনন্য নিদৰ্শন দাঙি ধৰিছে। পঢ়া-শুনাৰ খৰচ যোগাৰ কৰিবলৈ দিনৰ ভাগত পথত ই-ৰিক্সা চলাই আৰু নিশাৰ ভাগত অধ্যয়নত মনোনিৱেশ কৰি লাভ কৰা এই সফলতাই বৰ্তমান সকলোকে অভিভূত কৰি তুলিছে।  প্ৰাপ্ত তথ্য অনুসৰি, কাৰ্বি আংলং জিলাৰ এক অতি দুখীয়া পৰিয়ালৰ সন্তান ৰীমাই আৰ্থিক অনাটনৰ বাবে নিজৰ শিক্ষা জীৱন আধাতে...

Read moreDetails

মৰ্মান্তিক ঘটনা! চলন্ত গাড়ীত অগ্নিকাণ্ড, জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫ জনৰ; চিনাৰ উপায় নাই মৃতদেহ

চলন্ত গাড়ীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সেই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় ৫ জনৰ। ৰাজস্থানৰ আলৱাৰৰ দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত বুধবাৰে নিশা...

Read moreDetails
Page 88 of 5966 1 87 88 89 5,966

Stay Connected

Recent News