জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পাছত সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়তো সৃষ্টি হোৱা ব্যাপক অস্থিৰতাৰ অন্তত বিশ্ববিদ্যালয়খনত পুনৰ শৈক্ষিক...
Read moreDetailsআজি উচ্চতৰ মাধ্যমিক (এইচ এছ)ৰ ফলাফল ঘোষণাৰ পাছত অনুষ্ঠিত এক সংবাদ মেলত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে শিক্ষা ব্যৱস্থাৰ কেইবাটাও...
Read moreDetailsনিশাৰ আন্ধাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৯ জন লোক নিহত হৈছে। নাইজেৰিয়াৰ আদামাৱা ৰাজ্যৰ গুইয়াকু গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা।...
Read moreDetailsঅসম ৰাজ্যিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২৬ৰ ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত উত্তীৰ্ণৰ সামগ্ৰিক হাৰ ৯১.৫৪...
Read moreDetails'ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০' ৰ পৰিকাঠামোক গুৰুত্ব প্ৰদান কৰি এক ঐতিহাসিক পদক্ষেপ হিচাপে গৌৰৱময় টাই-আহোম ভাষাক শৈক্ষিক দিশৰ জৰিয়তে বিশ্ব দৰবাৰত...
Read moreDetailsৰাষ্ট্ৰীয় ঘাইপথসমূহত সুৰক্ষিত যাতায়াত কৰাটো প্ৰত্যেক নাগৰিকৰ সাংবিধানিক অধিকাৰ তথা সেয়া সংবিধানৰ ২১ নং অনুচ্ছেদৰ অধীনত 'জীৱনৰ অধিকাৰ' ৰ এক...
Read moreDetailsউত্তৰাখণ্ডত অৱস্থিত ৰাজাজী বাঘ সংৰক্ষিত বনাঞ্চল। এটা সংৰক্ষিত অঞ্চল। আৰু তাৰ ভিতৰতে বিজেপিৰ মন্ত্ৰী খাজন দাসে পুত্ৰৰ বিয়াৰ প্ৰস্তুতি আৰম্ভ...
Read moreDetailsমহাৰাষ্ট্ৰৰ বন্দৰ আৰু মীন মন্ত্ৰী নীতিশ ৰাণেক এমাহৰ কাৰাদণ্ড বিহা হৈছে। ২০১৯ চনত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ অভিযন্তাৰ গাত বোকা...
Read moreDetailsগুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ এটি প্ৰতিনিধি দলে আজি দিছপুৰৰ জনতা ভৱনত অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটাক সাক্ষাৎ...
Read moreDetailsনৰ্থ-ইষ্ট এন এছ এছ (ৰাষ্ট্ৰীয় সেৱা আঁচনি) মহোৎসৱ- ২০২৬ ত অসমক প্ৰতিনিধিত্ব কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ৬ গৰাকী শিক্ষাৰ্থীয়ে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd