উত্তৰ-পূব

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

মাত্ৰ কেইখন মান ফটোৱে এতিয়া জীৱন তিক্ততাৰে ভৰাই তুলিছে কলকাতাৰ এগৰাকী অধ্যাপিকাৰ। কলকাতাৰ ছেইণ্ট জেভিয়াৰ বিশ্ববিদ্যালয় এগৰাকী অধ্যাপিকাই বিকিনি পিন্ধি...

Read moreDetails

দেশৰ স্বাধীনতাৰ ৭৫ বছৰীয়া অমৃত মহোৎসৱৰ অন্যতম কাৰ্যসূচী হৰ ঘৰ ত্ৰিৰংগা শীৰ্ষক সজাগতা ৰেলী টীয়কত

মধ্য যোৰহাট উন্নয়ন খণ্ডৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জিৱিকা মিছনৰ উদ্যোগত তথা কাঞ্চনঘংঙা আৰু মহুৱা মণ্ডল পৰ্য্যায়ৰ সহযোগত কৃষি সখী,বেংক...

Read moreDetails

Maina nayak মইনা নায়কক মন্ত্ৰী সঞ্জয় কিষাণে প্রদান কৰিলে ১৩ লাখ ৪১হাজাৰ ৪৯৮ টকাৰ চেক

ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাত আঘাতপ্ৰাপ্ত মইনা নায়কৰ খবৰ ললে মন্ত্ৰী সঞ্জয় কিষাণে। দীৰ্ঘদিন ধৰি GMCH ত চিকিৎসাধীন হৈ আছে মইনা...

Read moreDetails

নীতিশ কুমাৰ সুবিধাবাদী নে এগৰাকী সুচতুৰ ৰাজনীতিক

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পুনৰবাৰ এন ডিএৰ পৰা ওলাই আহি ইউ পি এৰ লগ লাগিছে।এন ডি এৰ মুখ্যমন্ত্ৰী হিচাপে কালি...

Read moreDetails

এগৰাকী ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি অভিযোগ-প্ৰতি অভিযোগত জৰ্জৰিত এখন বিদ্যালয়

যোৱা ৬ আগষ্টত গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত মৃত্যুক আঁকোৱালি লৈছিল এগৰাকী ছাত্ৰীয়ে। গুৱাহাটীৰ নিকলছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী আছিল...

Read moreDetails

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰীৰ নুনমাটি অঞ্চলত সংঘটিত হৈছে এক নিৰ্লজ্জ কাণ্ড। যোৱা সোমবাৰে অঞ্চলটোত এগৰাকী ছয় বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰাৰ অভিযোগ...

Read moreDetails

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

কামৰূপ (গ্ৰাম্য) জিলাৰ ছয়গাঁও অঞ্চলত মঙ্গলবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। অঞ্চলটোৰ এগৰাকী মহিলাই তেওঁৰ শাহু আৰু ঘৰৰ বনকৰা কৰ্মীগৰাকীৰ...

Read moreDetails

চেৰফাংগুৰিত আৰক্ষীৰ অভিযান: নাগালেণ্ডৰ লটাৰী টিকটসহ চাৰিজনক গ্ৰেপ্তাৰ

কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিত আজি আৰক্ষীয়ে এক অভিযানত লাভ কৰিছে বিশেষ সফলতা। কোকৰাঝাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অসম অভিমুখে আহি...

Read moreDetails

গোৱালপাৰাত অঘটন: ভূঁই ৰুই ঘৰলৈ উভতাৰ পথতে বজ্ৰপাতত মৃত্যু যুৱতীৰ

গোৱালপাৰা জিলাৰ ধনুভাঙাত আজি পুৱাৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা। অঞ্চলটোত বজ্ৰপাতত কৰুণভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে এগৰাকী যুৱতীয়ে৷...

Read moreDetails

গৃহৰক্ষী জোৱানলৈ সুখবৰ! ৯ হাজাৰ টকাৰ পৰিৱৰ্তে ২৩ হাজাৰ টকালৈ ভাট্টা বৃদ্ধিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

সুদীৰ্ঘ সময় ধৰি নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে আন্দোলন কৰি অহা অসমৰ গৃহৰক্ষী জোৱানলৈ আহিছে এক সুখবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক...

Read moreDetails
Page 1447 of 6159 1 1,446 1,447 1,448 6,159

Stay Connected

Recent News