উত্তৰ-পূব

সকাহ! দেশত দৈনিক কৰ’না আক্ৰান্তক অতিক্ৰমি আৰোগ্যৰ হাৰ; মৃত্যুৰ হাৰো হ্ৰাস

দেশত কৰ’না সংক্ৰমণৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰি থকাৰ সময়তে বৃহস্পতিবাৰে কিছু স্বস্তিৰ খৱৰ পোৱা গৈছে। দেশত কৰ’না আৰোগ্যৰ হাৰে দৈনিক...

Read moreDetails

দুগ্ধপান কৰাই থকা মহিলাই ভেকচিন ল’ব পাৰিব নে? কি কলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে?

দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে সন্ত্ৰাস চলাই থকাৰ সময়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা এক ভাল খবৰ আহিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল...

Read moreDetails

স্বাস্থ্য মন্ত্ৰীৰ নিজ সমষ্টিতে স্বাস্থ্য বিভাগৰ ফোঁপালা স্বৰূপ উদঙালে খোদ সমষ্টিবাসীয়ে

স্বাস্থ্য মন্ত্ৰীৰ কেশৱ মহন্তৰ নিজা সমষ্টিতে স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙালে সমষ্টিবাসীয়ে। যোৱা সোমবাৰে কলিয়াবৰৰ বামুনি পথাৰৰ অম্বুৰীশ দাস নামৰ...

Read moreDetails

যোৱা ২৪ ঘণ্টাত ৫২ কাৰাবন্দীসহ ডিব্ৰুগড়ত তিনি শতাধিক কৰোনাত আক্ৰান্ত : আৰু ১০ আক্ৰান্তৰ মৃত্যু

অপৰিৱৰ্তনীয় হৈয়ে আছে ডিব্ৰুগড় জিলাৰ কোভিড পৰিস্থিতি। বুধবাৰে দিনটোত ডিব্ৰুগড়ত ৩৭৫ গৰাকী লোকৰ শৰীৰত কোভিড অৱস্থিতি ধৰা পৰাৰ বিপৰীতে মৃত্যু...

Read moreDetails

অৱশেষত অনিৰ্ণয়তাৰ অৱসান : অসমৰ প্ৰথমগৰাকী ব্লেক ফাংগাছ ৰোগীৰ মৃত্যু

অসমৰ প্ৰথমগৰাকী ব্লেক ফাংগাছ ৰোগীৰ মৃত্যু হৈছে। নগাঁও জিলাৰ ধিঙৰ পলমণি বৰা নামৰ ২৭ বছৰীয়া যুৱকজন ব্লেক ফাংগাছ ৰোগত আক্ৰান্ত...

Read moreDetails

কৃষ্ণাইত একেখন গাঁৱৰে ৩০ গৰাকী লোক কৰোনাত আক্ৰান্ত : হস্তিনাপুৰক কন্টেইনমেন্ট জ’ন ঘোষণা

গোৱালপাৰা জিলাত পুনঃ বৃদ্ধি পাইছে কনটেইনমেন্ট জ’নৰ সংখ্যা৷ জিলাখনত ইতিমধ্যে নাৰেংগাবাৰী, বৰবৰী, ডুবাপাৰা আৰু পাখিৰীগুৰি, লালাৰড়ী অঞ্চলটোক কন্টেইনমেন্ট জ’ন হিচাপে...

Read moreDetails

কোনো কাম পেলাই নৰখাৰ মানসিকতাই হৈছে সফলতাৰ চাবিকাঠি : উপায়ুক্ত বিভাষ চন্দ্ৰ মোদী

গোলাঘাট জিলাৰ উপায়ুক্ত বিভাষ চন্দ্ৰ মোদীক বুধবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিদায় সম্ভাষণ জনোৱা হয়। উপায়ুক্ত হিচাপে গোলাঘাটত এবছৰৰো অধিক কাল...

Read moreDetails

কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনৰে ভিডিঅ’ কনফাৰেন্স স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

অসমত ক'ভিড আক্ৰান্তৰ শৰীৰত ব্লেক ফাংগাছৰ উপস্থিতিৰ আংশকাক লৈ তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ। ব্লেক ফাংগাছৰ বিষয়টো অধ্যয়ন কৰি ৰাজ্য...

Read moreDetails

অসমত আজিৰ দিনটোত কোভিডত মৃত্যু ৮৯ গৰাকী লোকৰ, আক্ৰান্ত ৬১৪৩ গৰাকী লোক

ৰাজ্যৰ কোভিড পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । আজিৰ দিনটোতে কালান্তক কোভিডে কাঢ়ি নিছে গৰাকী ৮৯ গৰাকী লোকৰ প্ৰাণ ।...

Read moreDetails

ৰাছিয়ালৈ গৈ ভেকচিন ল’বৰ মন আছে নেকি? দিল্লীৰ এটা পৰ্যটন সংস্থাৰ অভিনৱ উদ্যোগ

ইচ্ছুক ব্যক্তিয়ে বিদেশলৈ গৈ ভেকচিন গ্ৰহণ কৰিব পাৰিব। লগতে দুয়ো পালি টিকাৰ মাজৰ সময়ৰ ব্যৱধানত দেশখন ভ্ৰমণো কৰিব পৰা যাব।...

Read moreDetails
Page 2233 of 6168 1 2,232 2,233 2,234 6,168

Stay Connected

Recent News