ৰাজ্য জোকাৰি যোৱা গুৱাহাটী আইআইটিৰ চাৰি জন ছাত্ৰক আৰক্ষীৰ তদন্তৰ খাতিৰতে ছাত্ৰাবাসতে পৃথকে পৃথকে আবদ্ধ কৰি ৰখা হৈছে। উক্ত ছাত্ৰ...
Read moreDetailsহেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ চৌদিশে এতিয়া শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। ৰঙালীক আদৰিবলৈ এতিয়া সকলো ব্যস্ত।...
Read moreDetailsঅসম আন্দোলনৰ সময়ৰে পৰা অথবা তাৰো আগৰে পৰা অসমৰ সমাজ-ৰাজনীতিৰ সৈতে পৰিচিত হৈ পৰা লোক জন আজি আৰু নাই। একালৰ...
Read moreDetailsদেওবাৰে মাজনিশা কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ঘৰত হঠাতে উপস্থিত হয় কোকৰাঝাৰ আৰক্ষী।...
Read moreDetailsআলফা স্বাধীনে কুইপৰ কৰ্মচাৰী ৰাম কুমাৰক মুকলি কৰি দিছে। প্ৰায় ৪ মাহ ধৰি নিজৰ জিম্মাত ৰখাৰ পাছত আলফা স্বাধীনে তেওঁক...
Read moreDetailsদেওবাৰে শেষ নিশা বিধানসভা নিৰ্বাচনৰ কোকৰাঝাৰ পূব সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসভৱনত আৰক্ষীয়ে এক অপ্ৰৰেচিত অভিযান চলায়। অভিযোগ...
Read moreDetailsটীয়কৰ পৰ্বতীয়া গাঁৱৰ পংকজ বৰুৱা নামৰ এগৰাকী সংস্কৃতিবান যুৱকৰ অশেষ পৰিশ্ৰম আৰু অঞ্চলটোৰ কেইবাজনো উদীয়মান যুৱকৰ প্ৰচেষ্টাত দেওবাৰে সন্ধিয়া এক আধ্যাত্মিক পৰিবেশত ...
Read moreDetailsছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণৰ ঘটনাত শ্বহীদ হ’ল অসমৰ আৰু এগৰাকী বীৰ জোৱান বজালীৰ সৰুপেটাৰ ভাৰেগাঁৱৰ CRPFৰ পৰিদৰ্শক দিলীপ কুমাৰ দাস।...
Read moreDetailsদেওবাৰে সন্ধিয়া হঠাতে অহা এজাক ধুমুহাৰ ফলত বৃহত্তৰ তামুলপুৰ মহকুমাত বিস্তৰ ক্ষতি সাধন হোৱাৰ লগতে এজন লোক নিহত হয় আৰু...
Read moreDetailsক্ৰীড়া প্ৰতিভাৰ সন্ধানত গোলাঘাট কমাৰবন্ধাত আজিৰে পৰা আৰম্ভ হৈছে ভলীবল প্ৰশিক্ষণ শিৱিৰ। কমাৰবন্ধা ক্ৰীড়া সন্থাৰ উদ্যোগত যুৱক- যুৱতীসকলৰ বাবে নিয়মীয়াকৈ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd