উত্তৰ-পূব

জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সীমান্তত বাহৰ পাতিছে ৩০০-৪০০ পাকিস্তানী সন্ত্ৰাসবাদীয়ে : স্থলসেনা প্ৰধান

পাকিস্তানৰ দ্বাৰা প্ৰশিক্ষিত ৩০০-৪০০ সন্ত্ৰাসবাদীয়ে লাইন অফ কন্ট্ৰোল অতিক্ৰম কৰি জম্মু-কাশ্মীৰত প্ৰৱেশৰ বাবে সাজু হৈ আছে বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য...

Read moreDetails

বাৰ্ড ফ্লু সত্বেও অন্ধ্ৰপ্ৰদেশত প্ৰতি কিলো কুকুৰাৰ মাংসৰ দাম হৈছেগৈ ১০০০ টকা!

দেশৰ কেইবাখনো ৰাজ্যত এতিয়া বাৰ্ডফ্লুৰ সংহাৰ চলিছে। এনে পৰিস্থিতিত বহু ৰাজ্যত ব্যাপক হাৰত চলিছে হাঁহ-কুকুৰা নিধন অভিযান। বহু ৰাজ্যই আকৌ...

Read moreDetails

হৃদৰোগত আক্ৰান্ত হৈ হাৰ্দিক আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃৰ দেহাৱসান

ভাৰতীয় দলৰ ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডেয়া আৰু ক্ৰুণাল পাণ্ডেয়াৰ পিতৃ হিমাংশু পাণ্ডেয়াৰ আজি ৰাতিপুৱা বিয়োগ ঘটে। মৃত্যুৰ সময়ত হিমাংশু পাণ্ডেয়াৰ বয়স...

Read moreDetails

সংকটজনক অৱস্থাত আই চি য়ুত ভৰ্তি প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

হৃদৰোগ জনিত সমস্যাত আক্ৰান্ত হৈ শুকুৰবাৰে নিশা গুৱাহাটীৰ ডাউট টাউন হস্পিটেলত চিকিৎসাধীন হৈছে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।...

Read moreDetails

মিজোৰামত জনসাধাৰণৰ উপাসনাৰ বাবে ফেব্ৰুৱাৰিৰ পৰা পুনৰ খুলিব গীৰ্জা

বিগত ১০ মাহৰো অধিক সময় মিজোৰামত গীৰ্জা সমূহ বন্ধ হৈ থকাৰ পাছত ফেব্ৰুৱাৰিৰ পৰা পুনৰ গীৰ্জা সমূহ উপাসনাৰ বাবে খোলাৰ...

Read moreDetails

দেশৰ ৩০০৬ টা কেন্দ্ৰত প্ৰদান কৰা হ’ব কোভিড ভেকচিন,এইসকল লোকে ল’ব নোৱাৰিব ভেকচিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমগ্ৰ দেশতে কোভিচৰ প্ৰথম পৰ্যায়ৰ ভেকচিন  প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভনি ঘটোৱাৰ লগে লগে দেশৰ ৩০০৬...

Read moreDetails

অসম ৰাইফলছৰ অভিযানত অস্ত্ৰ-শস্ত্ৰ সহ য়ুএনএলএফ বিদ্ৰোহী আটক

অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া অভিযানত বিষ্ণুপুৰ জিলাত এগাৰকী সন্দেহযুক্ত য়ুএনএলএফৰ কেডাৰক আটক কৰা হয়। আটক হোৱা সন্দেহযুক্ত য়ুএনএলএফ...

Read moreDetails

ভাৰত-বাংলাদেশৰ মাজত ৱাঘা সীমান্তৰ নিচিনা দৈনিক পেৰেড অনুষ্ঠিত কৰাৰ প্ৰস্তুতি

ভাৰত আৰু বাংলাদেশ সীমান্ততো ভাৰত-পাকিস্তানৰ মাজত বাঘা-আত্তাৰি সীমান্তত হোৱাৰ দৰে পেৰেড অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে দুয়োখন দেশে। অসমৰ কৰিমগঞ্জ...

Read moreDetails

পাশৱিক!লিংগ পৰিৱৰ্তনেৰে ১৩ বছৰীয়া কিশোৰক কিশোৰীলৈ ৰূপান্তৰিত কৰি দীৰ্ঘদিন ধৰি গণ ধৰ্ষণ

গাৰ নোম শিঁয়ৰি উঠা ঘটনা এটা সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত। এটি ১৩ বছৰীয়া কিশোৰৰ লিংগ পৰিৱৰ্তন কৰি...

Read moreDetails

চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ এইগৰাকী অভিনেত্ৰীক, কিন্তু কিয়?

কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই—এ গ্ৰেপ্তাৰ কৰিলে বংগৰ অভিনেত্ৰী শুভ্ৰা কুণ্ডুক। যোৱা নিশাই গ্ৰেপ্তাৰ কৰা অভিনেত্ৰীগৰাকীক আজি চিবিআই—এ ওড়িশাৰ ভূৱনেশ্বৰলৈ নিব...

Read moreDetails
Page 2612 of 6176 1 … 2,611 2,612 2,613 … 6,176

Stay Connected

Recent News