DMCA.com Protection Status

উত্তৰ-পূব

Video|| লোকেল কুং ফু টীমৰ নতুন এক্সন চিনেমা, অসমত মুক্তি ৭ ডিচেম্বৰত

শীঘ্ৰেই মুক্তি পাব লোকেল কুং ফু-খ্যাত কেনি বসুমতাৰীৰ নতুন অসমীয়া এক্সন চিনেমা চাচপেন্দে’দ ইন্সপেক্তৰ বৰো। “অসমত ৭ ডিচেম্বৰত ৰিলীজ হৈ...

Read more

আজি মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন

আজি অন্তিম দিনা মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰতিনিধি সকলে দাখিল কৰে। মাজুলী জিলাৰ অন্তৰ্গত নৱগঠিত মাজুলী জিলা পৰিষদৰ সদস্য...

Read more

শিল্পৰ স্বাধীনতাৰ পক্ষত ঠিয় দিছে বিশিষ্ট অভিনেতা আদিল হুছেইনে

অসমৰ আন্তৰ্জাতিক খ্যাতি সম্পন্ন অভিনেতা আদিল হুছেইনে কালাকাৰৰ ভাৱ প্ৰকাশৰ স্বাধীনতাৰ হকে মাত মাতিছে। নেটফ্লিক্স (Netflix), আমাজ’ন প্ৰাইম (Amazon Prime)...

Read more

কংগ্ৰেছত ব্যাপক অসন্তুষ্টি; থাওৰাত জ্যেষ্ঠ‍ কংগ্ৰেছ নেতাৰ পদত‍্যাগ

ৰাজ্যৰ চাৰিওফালে এতিয়া বৈছে নিৰ্বাচনী বতাহ। কিন্তু পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে কংগ্ৰেছৰ ভিতৰচ’ৰাত দেখা দিছে ব্যাপক অসন্তুষ্টিয়ে।...

Read more

অৱশেষত আঁতৰিল প্ৰশাসনৰ নিষেধাজ্ঞা; পুনৰ মুকলি হ’ল ‘এক’লেণ্ড পাৰ্ক’

যোৱা ২৪ জুলাইতে কামৰূপ মহানগৰ প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া মহানগৰীৰ সমীপৰ ৰাণীস্থিত এক’লেণ্ড পাৰ্কখন চাৰি মাহৰ অন্তত বুধবাৰৰ...

Read more

মূকাভিনয় প্ৰসাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় জলপানী বঁটাপ্ৰাপ্ত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ অনন্য প্ৰয়াস

মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ব্ৰতী হৈ থকা অসমৰ উদীয়মান তথা প্ৰতিভাৱান মূকাভিনেতা মিনাংক ডেকাই বুধবাৰে শিশু দিৱস উপলক্ষে গুৱাহাটীৰ...

Read more

আজি কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ’ব ববী শৰ্মা বৰুৱাৰ ‘মিচিং’

অসমৰ চলচ্চিত্ৰ পৰিচালিকা ববী শৰ্মা বৰুৱা পৰিচালিত অৰুণাচলৰ চেৰদুকপেন ভাষাত নিৰ্মাণ কৰা ‘মিচিং’(দ্য এপাৰেশ্যন) নামৰ ছবিখন বৰ্তমান কলকাতাত চলি থকা কলকাতা আন্তৰ্জাতিক...

Read more

প্ৰাক্তন ফুটবলাৰ বাইচুং ভূটীয়াই আজি উদ্বোধন কৰিব আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ ফুটবল প্ৰতিযোগিতা

গুৱাহাটীৰ জজ খেলপথাৰত আজিৰ পৰা অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক আন্তঃৰাষ্ট্ৰীয় প্ৰবীণ ফুটবল প্ৰতিযোগিতা। প্ৰতিযোগিতাখনত অংশ লোৱাৰ উদ্দেশ্যে ইতিমধ্যে গুৱাহাটীত আহি...

Read more

শাৰীৰিক অক্ষমতাই হাৰ মনাব নোৱাৰা বিশ্বনাথৰ এজন অসাধাৰণ প্ৰতিভাৰ কিশোৰ

শাৰীৰিক অক্ষমতা কেতিয়াও নিজ প্ৰতিভা বিকাশৰ প্ৰতিবন্ধকতা হ'ব নোৱাৰে। তাকেই যেন প্ৰমাণ কৰাত ব্যস্ত বিশ্বনাথৰ এজন কিশোৰ। বিশ্বনাথৰ কেটলাত বাস...

Read more

নগাঁৱত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত শিশু দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে নগাঁও জিলাতো বুধবাৰে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহৰে শিশু দিৱস উদযাপন কৰে। জিলাখনৰ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়খনৰ...

Read more
Page 4107 of 5334 1 4,106 4,107 4,108 5,334

Recent News