প্ৰতিবন্ধী তথা বিশেষভাৱে সক্ষম লোকসকলক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পৰা বঞ্চিত কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম চৰকাৰ এই গুৰুতৰ অভিযোগ...
Read moreDetailsঅসমৰ ভয়াবহ বানপানীৰ সময়ত অসমবাসীৰ লগতে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলে সহায়ৰ হাত আগবঢ়োৱাৰ লগতে ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰে বানপৰিস্থিতি...
Read moreDetailsকৰ আয়ুক্ত, অসমৰ কাৰ্য্যালয়ত ১৮ টা কনিষ্ঠ সহায়কৰ পদত নিযুক্তিৰ বাবে ভাৰতীয় নাগৰিকৰ পৰা আবেদন আহ্বান কৰিছে বিভাগটোৱে। শীঘ্ৰে বিভাগটোৱে...
Read moreDetailsআজি সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলক এটা মজলীয়া ধৰণৰ ভূমিকম্পই জোকাৰি যায়। দুপৰীয়া প্ৰায় ২ বাজি...
Read moreDetailsদীৰ্ঘ আঠ দিনৰ মুৰত সুচল হ'ল লামডিং-বদৰপুৰ পাহাৰীয়া ৰে’লপথ। নেৰানেপেৰা বৰষুণৰ কাৰণে পাহাৰীয়া ৰে’লপথৰ জাতিঙ্গা লাম্পুৰ আৰু নিউ হাৰাঙ্গাজাও ষ্টেশ্যনৰ...
Read moreDetailsভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ক্ৰিকেট ভৱিষৎ কি হ’ব তাক লৈ সৰৱ চৰ্চা চলি থকাৰ সময়তে এক...
Read moreDetails‘’ভাৰত বিশ্বৰ শৰণাৰ্থীসকলৰ ৰাজধানী হ’ব নোৱাৰে।‘’ অসমৰ নাগৰিকপঞ্জী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ক এইদৰে উত্তৰ দিলে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই লগতে এন আৰ...
Read moreDetailsফুটবল প্লেয়াৰ্ছ এছ’চিয়েশ্যন অব ইণ্ডিয়া (এফ পি এ আই)ই প্ৰদান কৰি অহা ইণ্ডিয়ান ফুটবল এৱাৰ্ড’ছৰ চলিত বছৰৰ বঁটা সমূহ ২১...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ সম্ভাৱনা নস্যাৎ কৰিছে। ‘’কোনো ৰাজ্যকে বিশেষ ৰাজ্যৰ মৰ্যাদা...
Read moreDetailsঅসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্ৰক্ৰিয়াত প্ৰকাশকলৈ সন্দৰ্ভত প্ৰথমবাৰৰ বাবে বাংলাদেশ চৰকাৰে আশংকা ব্যক্ত কৰিছে। বাতৰি অনুসৰি, বাংলাদেশৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd