উত্তৰ-পূব

ৰাজ্যসভাৰ সাংসদ মেৰীকমৰ আশা নতুন বাজেটে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিব

আজি বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা 'কেন্দ্ৰীয় বাজেট-২০১৯' সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰে যিবোৰ কাম কৰি আছে...

Read moreDetails

বৰপেটাত ৰাজ্যিক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰৰ শুভাৰম্ভ

প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলাইচিছ আঁচনিৰ অধীনত আজি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বিনামূলীয়া ডায়েলাইচিছ কেন্দ্ৰটো শুভাৰম্ভ কৰা হয়...

Read moreDetails

প্ৰতিবাদৰ ‘অপৰাধ’ত বিদ্যাৰ্থী বহিষ্কাৰ, ছয়গাওঁ কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ

“মহাবিদ্যালয়বিৰোধী কাৰ্য্য-কলাপ আৰু কলেজৰ নীতি উলংঘা কৰা”ৰ অপৰাধত ছয়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষই চন্দন দাস আৰু উপাসনা দাস নামৰ দুগৰাকী বিদ্যাৰ্থীক বৃহস্পতিবাৰে...

Read moreDetails

অতুল বৰা, ফণীভূষণ চৌধুৰীৰ উপস্থিতিত অগপত যোগদান এ আই য়ু ডি এফৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলমৰ

লোকসভা নিৰ্বাচনত অসম গণ পৰিষদে এখন আসনতো জয় লাভ কৰিবলৈ সক্ষম নহলেও শুকুৰবাৰে অগপত যোগদান কৰে এ আই য়ু ডি...

Read moreDetails

চামগুৰিত নিলম্বিত প্ৰধান শিক্ষকে পুনৰ বিদ্যালয়ত যোগদান কৰিবলৈ অহাত উত্তপ্ত পৰিস্থিতি

নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি এজন বিতৰ্কিত প্রধান শিক্ষকে যোগদান কৰিবলৈ যোৱাত বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি...

Read moreDetails

মানুহে মানুহৰ বাবে|| ৰুগীয়া যুৱকৰ সাহায্যাৰ্থে শিৱসাগৰৰ ৰাজপথত ৰাইজ

ভাৰতৰ অৰ্থনীতি বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ দহটা (সুব্ৰমনিয়ন স্বামীৰ মতে ক্ৰয় ক্ষমতাৰ ভিত্তিত তৃতীয়) ব্যৱস্থাৰ এটা হ’লেও মানৱ উন্নয়নত দেশখন যুদ্ধবিধ্বস্ত...

Read moreDetails

বাজেট দাখিলৰ পাছত দাম বৃদ্ধি পাবলগীয়া সামগ্ৰীসমূহ

আজি কেন্দ্রীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত সকলো দলৰ সদস্যসকলৰ উপস্থিতিত ২০১৯-২০ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰে। বিত্তীয় বাজেট-২০১৯ অনুসৰি...

Read moreDetails

কেন্দ্ৰীয় বিত্তীয় বাজেট-২০১৯ : দাম বৃদ্ধি পাব বিড়ী, চিগাৰেট, গুটখা আৰু পান-মছলা আদিৰ

কেন্দ্ৰীয় বিত্তীয় বাজেটৰ পৰা প্ৰতিবছৰে বেছিভাগ ঔদ্যোগ-প্ৰতিষ্ঠানে সদায় লাভৰ বাবে আশা কৰে যদিও চিগাৰেট আৰু অন্যান্য ধঁপাত জতীয় সামগ্ৰী নিৰ্মানকাৰী...

Read moreDetails

কেন্দ্ৰীয় বিত্তীয় বাজেট-২০১৯ : ইলেক্ট্ৰিক বাহন ক্ৰয়ৰ বাবে লোৱা ঋণত ১.৫ লাখ টকালৈ আয়কৰ ৰেহাই

চলিত বছৰত ভাৰতবৰ্ষত বহুসংখ্যক ইলেক্ট্ৰিক বাহনে বজাৰ দখল কৰিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে ভাৰতত ইলেক্ট্ৰিক বাহনৰ বিক্ৰীৰ সংখ্যা...

Read moreDetails

জিঅ’ গিগাফাইবাৰ এফেক্ট – কেনেকৈ ৫০ Mbps আনলিমিটেড ব্ৰডবেণ্ড সেৱা উপভোগ কৰিব; চাওঁক

ঘৰুৱা ব্ৰডবেণ্ড সেৱাৰ ক্ষেত্ৰত নতুন সম্পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময় হৈছে কিয়নো চলিত বৰ্ষৰে শেষৰ পিনে কোনো এটা সময়ত ৰিলায়েন্স...

Read moreDetails
Page 4344 of 6191 1 … 4,343 4,344 4,345 … 6,191

Stay Connected

Recent News