উত্তৰ-পূব

কঠোৰ এন আৰ চি কৰ্তৃপক্ষ : শুনানিত গাফিলতিৰ বাবে পাঁচগৰাকী বিষয়াক নিলম্বন

চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিন কাষ চাপি অহাৰ সময়তে দাবী আৰু নিষ্পত্তি প্ৰক্ৰিয়াৰ বাবে নিষ্পত্তিকাৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা...

Read moreDetails

কেন্দ্ৰীয় বাজেটত উত্তৰ-পূবৰ বাবে পূৰ্বৰ বাজেটৰ তুলনাত ২১ শতাংশ ধন বৃদ্ধি

শুকুৰবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা কেন্দ্ৰীয় বাজেট-২০১৯ত অসমকে ধৰি উত্তৰ-পূবলৈ বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ অধীনত ধাৰ্য্য ধনৰ পৰিমাণ হ’ল...

Read moreDetails

স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিবৰ দ্বাৰা শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিৰোধৰ বাবে গঠিত টাস্ক ফৰ্চৰ কাম-কাজৰ পৰ্যালোচনা

শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণৰ উপস্থিতিত শুকুৰবাৰে অনুষ্ঠিত এক সভাত  স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব মনালিছা গোস্বামীয়ে জিলাখনত জাপানীজ এনকেফেলাইটিছ...

Read moreDetails

লিডুৰ মাইনিং কোম্পানীত উত্তপ্ত পৰিস্থিতি : প্ৰাপ্যৰ পৰা বঞ্চিত কৰি কোম্পানীৰ পলোৱাৰ প্ৰচেষ্টা

উত্তৰ পূব কয়লা ক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ অন্তৰ্গত  ঠিকাভিত্তিক মাইনিং কোম্পানীসমূহত কৰ্মৰত শ্ৰমিক-কৰ্মচাৰী সকলৰ অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত  নহয়। যিহেতু তিনিবছৰ বা সৰ্বাধিক পাঁচ...

Read moreDetails

অসমৰ সাংসদ আৰু কেডাৰ বিষয়াৰ সৈতে মুখ্য মন্ত্ৰীৰ সভা আৰু নৈশ ভোজ : বিৰোধী দলৰ সাংসদক নিমন্ত্ৰণ নজনোৱাত ক্ষোভ প্ৰকাশ দেবব্ৰত শইকীয়াৰ

৩ জুলাইৰ নিশা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ পৰা নৱ নিৰ্বাচিত বিজেপি আৰু মিত্ৰজোঁটৰ সাংসদ তথা কেডাৰ বিষয়াসকলৰ সৈতে...

Read moreDetails

লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ গগৈৰ দেহাৱসান

লিডু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমীয়া প্ৰতিদিন কাকতৰ লিডুৰ প্ৰথমজন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষ্মীনাথ গগৈ(৮৬) ৰ আজি নিশা...

Read moreDetails

তিনিচুকীয়াত খেলি থাকোতে টিপং নৈৰ পানীত পৰি শিশু সন্ধানহীন

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপং নৈৰ পাৰত খেলি থাকোতে এগৰাকী শিশু নৈৰ পানীত পৰি সন্ধানহীন...

Read moreDetails

কেন্দ্ৰীয় বাজেট ২০১৯-২০: কাৰ কি প্ৰতিক্ৰিয়া?

নৰেন্দ্ৰ মোদীৰ প্ৰধান মন্ত্ৰিত্বৰ দ্বিতীয়খন চৰকাৰৰ প্ৰথমখন বাজেট কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে দাখিল কৰাৰ পিছতে বিভিন্ন মহলে প্ৰতিক্ৰিয়া...

Read moreDetails

কেন্দ্ৰীয় বাজেটত ঘোষণা : আয়কৰ আদায় দিয়াৰ বাবে পান কাৰ্ডৰ প্ৰয়োজন নাই, আধাৰ কাৰ্ডে যথেষ্ট

উত্তৰ-পূব তথা সমগ্ৰ ভাৰতবৰ্ষৰ আয়কৰ দাতা সকলৰ বাবে ভাল খবৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে শুকুৰবাৰে বাজেট দাখিল কৰাৰ সময়ত...

Read moreDetails

বৰপেটাত সংবিধান সভা, উপস্থিত হৰ্ষ মান্দেৰ

সংবিধান সেৱক নামৰ এক সংস্থাৰ উদ্যোগত আৰু  বৰপেটা জিলাৰ বৃহত্তৰ গোমাফুলবাৰী অঞ্চলৰ সচেতন-শিক্ষিত সমজুৱাৰ সহযোগত বৃহস্পতিবাৰে গোমাফুলবাৰী মাদ্ৰাছা ছেণ্টাৰ প্ৰাংগণত...

Read moreDetails
Page 4343 of 6191 1 … 4,342 4,343 4,344 … 6,191

Stay Connected

Recent News