উত্তৰ-পূব

দুজন সাক্ষীক ‘হোষ্টাইল’ ঘোষণা : অভি-নীল হত্যাকাণ্ড গোচৰৰ পৰৱৰ্তী শুনানি ১২ জুলাইত

কাৰ্বি আংলং জিলাৰ ডকমকাৰ কাণ্ঠিলাংছ'ত বিগত বৰ্ষৰ ৮ জুনত সংঘটিত দেশ কঁপোৱা নিলোৎপল-অভিজিত হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাতে দুজন...

Read moreDetails

কেৱল মনোৰঞ্জনৰ বাবে ছবি কৰিবলৈ আগ্ৰহী নহয় ৰীমা দাস : পুনৰ নিৰ্মাণ কৰিব ‘ভিলেজ ৰকষ্টাৰ্ছ’

‘ভিলেজ ৰকষ্টাৰ্ছ’ চলচ্চিত্ৰখনেৰে বিশ্বৰ চলচ্চিত্ৰ জগতত পৰিচিতি লাভ কৰা, স্বৰ্ণকমল বিজয়ী খ্যাতিমান পৰিচালক ৰীমা দাসে শনিবাৰে সন্ধিয়া তেওঁৰ গৃহ চহৰ...

Read moreDetails

শিৱসাগৰত ধৰ্মীয় নেতৃবৰ্গৰ লগত শিশু সুৰক্ষা বিষয়ক পৰামৰ্শ সভা

মহিলা আৰু শিশু সকলৰ সুৰক্ষা আৰু কল্যাণ সুনিশ্চিত কৰাৰ অৰ্থে শনিবাৰে শিৱসাগৰত বিভিন্ন ধৰ্মীয় নেতৃবৰ্গৰ সৈতে দিনজোৰা কাৰ্যসূচীৰে জিলা পৰ্যায়ত...

Read moreDetails

বিশ্বনাথত ভয়ংকৰ পথ-দুৰ্ঘটনা; দুজন বাইক আৰোহীৰ সৈতে ভস্মীভূত যাত্ৰীবাহী বাছ

বিশ্বনাথৰ সাধাৰৰুত আজি নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। মটৰ চাইকেল আৰু যাত্ৰীবাহী বাছৰ মুখামুখি সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।...

Read moreDetails

১৩৫০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে লিখা আলোচনী উন্মোচন শিৱসাগৰত

শিৱসাগৰ নগৰত আজি অনুষ্ঠিত এক ব্যতিক্ৰমী অনুষ্ঠানত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ১৩৫০খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে হাতে লিখি উলিওৱা ১৩৫০ খন আলোচনী...

Read moreDetails

ডিমৰীয়াৰ ১০খন বিদ্যালয়ক আদৰ্শৰূপে গঢ়িব ইণ্ডিগ’ এয়াৰলাইনছ-এছ আৰ এফ ফাউণ্ডেশ্যনে

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ডিমৰীয়া উন্নয়ন খণ্ডৰ ১০খন বিদ্যালয়ক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে গঢ় দিয়াৰ পদক্ষেপ লৈছে ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থা...

Read moreDetails

অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ

নগাঁৱৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ সন্মুখত অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি এক ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰূপায়ণ কৰে।...

Read moreDetails

নিপন গোস্বামীৰ মৃত্যুৰ উৰাবাতৰি বিয়পোৱাসকলৰ বিৰুদ্ধে গোচৰ

শুকুৰবাৰে অসমৰ অভিনয় ক্ষেত্ৰখনৰ এগৰাকী উজ্জ্বল তাৰকা নিপন গোস্বামীৰ দেহাৱসান হোৱা বুলি প্ৰকাশ পোৱা এটা বাতৰিয়ে ছ’চিয়েল মিডিয়াত খলকনি তুলিছিল।...

Read moreDetails

“শুংসূত্ৰহীন” অসমৰ ৬১টা হাতী

বনৰে হওক বা বন্দীয়েই হওক, অসমৰ হাতীয়েই হৈছে ভাৰতৰ অবৈধ জন্তু বেহাৰ সৰ্বাধিক নিপীড়িত ভুক্তভোগী। নৰ্থইষ্ট নাও-এ সংকলন কৰা প্ৰতিবেদন...

Read moreDetails

যোৰহাট মেডিকেল কলেজত এপ্ৰিলৰ পৰা জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৬টি শিশুৰ মৃত্যু

যোৱা তিনি মাহত জাপানীজ এনকেফেলাইটিছৰ ফলত যোৰহাট জিলাত ৮ গৰাকী লোকে প্ৰাণ হেৰৱাইছে, ইয়াৰে ভিতৰত ৬টি শিশু আছে। যোৱা এপ্ৰিলৰ...

Read moreDetails
Page 4357 of 6191 1 … 4,356 4,357 4,358 … 6,191

Stay Connected

Recent News