উত্তৰ-পূব

জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই

২০১৯-২০ বৰ্ষৰ বাবে চুক্তিবদ্ধ হোৱা ভ্ৰাম্যমাণ থিয়েটাৰৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰাঞ্জনা দত্তৰ চুক্তি বাতিল কৰিলে বৰদৈচিলা থিয়েটাৰ কৰ্তৃপক্ষই। বৰদৈচিলা থিয়েটাৰৰ প্ৰযোজক...

Read moreDetails

নামতি বিদ্যুৎ উপ-কেন্দ্ৰৰ গাফিলতিৰ বাবে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুৰ সৈতে যুঁজিছে এগৰাকী কৰ্মচাৰীয়ে

শিৱসাগৰ জিলাৰ নামতি বিদ্যুৎ উপ কেন্দ্ৰৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে আজি দুপৰীয়া বিভাগটোৰ এজন অস্থায়ী কৰ্মচাৰী বিদ্যুৎস্পৃ্ষ্ট হৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হ’বলগীয়া...

Read moreDetails

এন আৰ চি, নদীবান্ধ, স্বচ্ছ ভাৰত, যোগ দিৱস, প্ৰতিটো বিষয়ত বিজেপিক কঠোৰ সমালোচনাৰে তৰুণ গগৈৰ সংবাদমেল

আজি অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এখন সংবাদ মেল আয়োজন কৰি বিভিন্ন প্ৰসংগ উত্থাপনেৰে বিজেপিক তীব্ৰ সমালোচনা কৰে। নাগৰিকত্ব...

Read moreDetails

ঘৰত যদি সৰু ল’ৰা-ছোৱালী আছে তেন্তে এইবোৰ বস্তুৰ পৰা সাৱধান হওঁক

বৰ্তমান সময়ত এনেকুৱা ব্যক্তি কমেই ওলাব যিয়ে নেকি ডিয়’ড্ৰেন্ট বা পাৰফিউম (সুগন্ধি) ব্যৱহাৰ নকৰে। লাগিলে আপোনাৰ বয়স যিমানেই নহওক, আপুনি...

Read moreDetails

ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ দলৰ মাজুলী ভ্ৰমণ : উপায়ুক্ত কাৰ্যালয়ত বৈঠক

ভূমিকম্প, বান আদি প্ৰাকৃতিক দুৰ্যোগৰ সময়ত মাজুলীৰ শিশুসকলক বিপৰ্যয়ৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ তেওঁলোকক মানসিক ভাৱে সাজু কৰি তুলিবলৈ বিশেষ...

Read moreDetails

ভাৰত তথা অসমৰ বজাৰত উপলব্ধ হ’ব তেল নোহোৱাকৈ চলা গাড়ী; মূল্য হ’ব কিমান ?

ভাৰতীয় গাড়ী নিৰ্মাতা প্ৰতিষ্ঠান সমূহতে বিশ্বৰ আগশাৰীৰৰ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহৰ ভাৰতীয় বজাৰৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্ট্ৰিক বাহন নিৰ্মান কৰিবলৈ লোৱা...

Read moreDetails

বিশ্বকাপ ২০১৯ : ৩০ জুনত ইংলেণ্ডৰ বিৰুদ্ধে হ’ব লগা খেলখনত গেৰুৱা জাৰ্চি পিন্ধিব ভাৰতীয় দলটোৱে, কিন্তু কিয়?

আই চি চি বিশ্বকাপ ২০১৯’ৰ আগন্তুক ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত ভাৰতীয় দলটোৱে তেওঁলোকৰ বিকল্প জাৰ্চি পৰিধান কৰিব লাগিব। পিছপিনৰ পৰা...

Read moreDetails

বায়ুসেনাৰ ১৩ জন শ্বহীদ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

অৰুণাচল প্ৰদেশৰ চিয়মি জিলাত সংঘটিত বিমান দুৰ্ঘটনাত শ্বহীদ হোৱা ১৩ জনকৈ বায়ু সেনাৰ বীৰ জোৱানক আজি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে...

Read moreDetails

সুখবৰ : ৰাজ্যিক কৰ্মচাৰীৰ সুবিধাৰ্থে ‘আপোন ঘৰ’ আঁচনিৰ ম্যাদ বৃদ্ধি

পুনৰ এক সুখবৰ আহিছে ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে। কিয়নো ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ‘আপোন ঘৰ’ৰ ম্যাদ বৃদ্ধি কৰা হৈছে। কৰ্মচাৰীসকলক অতি...

Read moreDetails

ভাষিক-সাংস্কৃতিক-সামাজিক সুৰক্ষাৰ স্বাৰ্থত গৃহীত কৰা হ’ব নাগৰিকত্ব বিধেয়ক : ৰাষ্ট্ৰপতি কোবিন্দ

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছতহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰা হ’ব বুলি বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে আজি কিছুদিন...

Read moreDetails
Page 4377 of 6191 1 … 4,376 4,377 4,378 … 6,191

Stay Connected

Recent News