উত্তৰ-পূব

হত্যা নে আত্মহত্যা!

যোৱা ১৩ জানুৱাৰিত “আত্মহত্যা” কৰা নলবাৰীৰ মুকালমুৱা আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কিশোৰ দাসক হত্যা কৰা হৈছে, দাবী পৰিয়ালৰ। পৰিয়ালৰ সন্দেহৰ তালিকাত...

Read moreDetails

বিভিন্ন দাবীত কোকৰাঝাৰত গৰীয়া মৰিয়া দেশী জাতীয় পৰিষদৰ অনশন

বিজেপি চৰকাৰে যোৱা নিৰ্বাচনৰ ইস্তাহাৰত গৰীয়া মৰিয়া দেশী জনগোষ্ঠী তথা ইছলাম ধৰ্মীয় খিলঞ্জীয়া অসমীয়াসকলৰ বাবে সুকীয়া জৰীপ, বিশেষ অৰ্থনৈতিক পেকেজ...

Read moreDetails

হিমন্তই ধৰ্মীয় সংখ্যাগুৰু সকলৰ মনত মুছলমান বিদ্বেষী ভাৱ জগোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ সময়তে বিধেয়কখনৰ বিৰোধিতাৰে ওলাই আহিছে কটন মুছলিম ছাত্ৰাবাসৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা; ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ সৈতে মহন্তৰ বৈঠক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দেশৰ বিৰোধী শক্তি সমূহক একত্ৰিত কৰাৰ উদ্দেশ্যেৰে দিল্লী আৰু কলকাতাত কেইবাটাও ৰাজনৈতিক দলৰ নেতাৰ সৈতে প্ৰাক্তন...

Read moreDetails

সাংগঠনিক নিষ্ক্ৰীয়তাৰ বাবে বৃঃ অঃ যুঃ মঃৰ গোলাঘাট জিলা সমিতি ভংগ

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে আজি এক প্ৰেছ বিবৃতিযোগে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ গোলাঘাট জিলা সমিতিখন ভংগ কৰা বুলি...

Read moreDetails

‘পৰিস্থিতি হ’ব বিষময়’

নাগৰিকত্ব বিধেয়ক বাতিল নকৰিলে পৰিস্থিতি বিষময় হ’ব বুলি বিজেপিক সকীয়াই দিছে অসম সাহিত্য সভা আৰু খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাই। শনিবাৰে...

Read moreDetails

বোকাখাতত জীপাল সংগঠনৰ নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জোঁৰ সমদল

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বোকাখাতত জীপাল কৃষক শ্ৰমিক সংগঠনৰ উদ্যোগত এক জোঁৰ সমদল বাহিৰ কৰা হয়। বোকাখাতৰ বালিজান গাঁৱৰ পৰা...

Read moreDetails

অগপক ঘৰৰ বোৱাৰী আখ্যা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ

আজি বোকাখাতৰ ধনশিৰিমুখত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে অগপক ঘৰৰ বোৱাৰী...

Read moreDetails

লেখাপানীত সেনাৰ অভিযান, মাৰণাস্ত্ৰসহ এন এছ চি এন (কে)ৰ লিংকমেন আটক

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপং টাউন চিপত শুকুৰবাৰে নিশা টিপংস্থিত সেনাৰ ৯ নং ৰাজ ৰাইফলছ আৰু লেখাপানী আৰক্ষীয়ে অভিযান...

Read moreDetails

বনৰীয়া হাতীৰ তাণ্ডৱত গৃহহীন হৈ পৰিছে নাগ্ৰীজুলিৰ কাউলীবাসী; ১৩ বছৰীয়া কিশোৰ আহত

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বিভিন্ন ঠাইত দীৰ্ঘদিনৰে পৰা অব্যাহত আছে হাতী-মানুহৰ ভয়াৱহ সংঘাত। শুকুৰবাৰে অৰ্থাৎ ১৮ জানুৱাৰীত নিশা খাদ্যৰ সন্ধানত...

Read moreDetails
Page 4781 of 6192 1 … 4,780 4,781 4,782 … 6,192

Stay Connected

Recent News