উত্তৰ-পূব

গৌৰীসাগৰত বিদ্যালয়ৰ সমীপতে অগ্নিদগ্ধ দশম শ্ৰেণীৰ ছাত্ৰী; প্ৰেমিক আটক

শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত শিক্ষানুষ্ঠান গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্ৰিয়েল ইনষ্টিটিউটত সংঘটিত এক হৃদয়বিদাৰক ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি...

Read moreDetails

Video|| কৰিমগঞ্জত দলে বলে দেশলৈ মুছ্লমান বাংলাদেশী

নৰেন্দ্ৰ মোদী চৰকাৰে বিদেশীক ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব দিব খোজাৰ সময়তে কৰিমগঞ্জত দল বান্ধি বিতাড়ন কৰা হৈছে মুছলমান বাংলাদেশীক। জিলাখনৰ...

Read moreDetails

জনশতাব্দী এক্সপ্ৰেছত জুই; কথমপি প্ৰাণ ৰক্ষা ৰে’লযাত্ৰীৰ

এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নামনিমুৱা এখন যাত্ৰীবাহী ৰে’লৰ যাত্ৰীসকল। উল্লেখযোগ্য যে মৰিয়নীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা...

Read moreDetails

ডিব্ৰুগড়ত ধঁপাত নিয়ন্ত্ৰণ সন্দৰ্ভত ৰাজ্যিক কৰ্মশালা

ধঁপাত নিয়ন্ত্ৰণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা নতুন দিল্লীৰ 'কনজিউমাৰ ভয়ছ' আৰু অসমৰ 'কনজিউমাৰচ লীগেল প্ৰটেকচন ফ’ৰাম'ৰ উদ্যোগত শনিবাৰে...

Read moreDetails

নাগৰিকত্ব বিধেয়কে উত্তৰ-পূবত বিভেদ আনিছে : অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাং

অলপতে বিজেপি ত্যাগ কৰা অৰুণাচলৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গেগং আপাঙে দলটোক উগ্ৰ সমালোচনা কৰি কয় যে বিজেপিয়ে আনিব খোজা নাগৰিকত্ব...

Read moreDetails

জি আই এম টি, তেজপুৰত কেৰিয়াৰ কৰ্মশালা

তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টে’কনলজি চমুকৈ জি আই এম টিত অহা ৬ ফেব্ৰুৱাৰিত আয়োজন কৰা হৈছে এখনি...

Read moreDetails

কংগ্ৰেছতকৈ জাতি ডাঙৰ; বিজেপি মুখে বৰাক সম্ৰাট গৌতম ৰয়?

হিন্দু ধৰ্ম আৰু বাঙালী জাতিৰ বিৰুদ্ধে যাব নোৱাৰে বুলি ঘোষণা কৰি পুত্ৰ ৰাহুল ৰয়ে শনিবাৰে কংগ্ৰেছ ত্যাগ কৰাৰ পিছত একে...

Read moreDetails

নলবাৰীৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নলবাৰীৰ প্ৰস্তাৱিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণস্থলী শনিবাৰে ৰাতিপুৱা পৰিদৰ্শন কৰে ৰাজ্যখনৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীৰ পৰিদৰ্শন কালত তেওঁৰ...

Read moreDetails

মৃত খনি শ্ৰমিকৰ অৱশেষ বিচাৰি আত্মীয়ৰ হাহাকাৰ

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰৰ এটা অবৈধ কয়লাখনিত ২০১৮ৰ ১৩ ডিচেম্বৰৰ পৰা আবদ্ধ হৈ থকা ১৫গৰাকী খনি শ্ৰমিকক জীয়ন্তে উদ্ধাৰ কৰা...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থনত হাইলাকান্দি জিলা কংগ্ৰেছ সভাপতিৰ পদত্যাগ

সমগ্ৰ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলি থকাৰ মাজতে হাইলাকান্দি জিলা কংগ্ৰেছ সভাপতি তথা প্ৰাক্তন বিধায়ক ৰাহুল...

Read moreDetails
Page 4782 of 6192 1 … 4,781 4,782 4,783 … 6,192

Stay Connected

Recent News