উত্তৰ-পূব

ওৰাঙত দেউতাকৰ পৰা ধন দাবী কৰিবলৈ অপহৰণৰ নাটক কৰা কিশোৰ আটক

এখন বলীউডী থ্ৰিলাৰৰ দৰে ওদালগুৰিৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত চামুৱাগাঁৱৰ বাসিন্দা এজন ১৪ বছৰীয়া কিশোৰ আৰু তেওঁৰ বন্ধু কেইজনমানক আৰক্ষীয়ে...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাইত কৃষক মুক্তিৰ গণ সত্যাগ্ৰহ

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি...

Read moreDetails

বৰপেটাত ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদত বহা নাৰ্ছ আৰু আৰক্ষীৰ মাজত হতাহতি

ন্যায্য অধিকাৰৰ বাবে প্ৰতিবাদত বহা সদৌ অসম নাৰ্ছ সন্থাক চৰকাৰে আলোচনাৰ বাবে মাতি অপমান কৰাৰ পাছত আজি ৰাজ্যখনৰ বিভিন্ন ঠাইত...

Read moreDetails

কৰ্কটৰ যুগান্তকাৰী গৱেষণাত আইআইটি গুৱাহাটীৰ গৱেষকৰ সাফল্য

কৰ্কটৰ ওপৰত গুৰুত্বপূৰ্ণ গৱেষণাপত্ৰ প্ৰকাশ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ বৈজ্ঞানিকসকলে। এই গৱেষণাপত্ৰখনত উৎপত্তিস্থানৰ পৰা ফালৰি কাটি যোৱা কৰ্কট কোষৰ...

Read moreDetails

মেঘদূত ভৱনৰ ছাদৰ ওপৰৰ পৰা পৰি এজন লোকৰ ৰহস্যজনক মৃত্যু

গুৱাহাটী মহানগৰীৰ পানবজাৰস্থিত মেঘদূত ভৱনৰ ছাদৰ ওপৰৰ পৰা পৰি আজি এজন লোকৰ ৰহস্যজনক মৃত্যু হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে।...

Read moreDetails

জাঁজী হাঁহচৰা এলেকাত মাৰণাস্ত্ৰৰে গুলিওৱাৰ ভাবুকি দি গৰু চুৰি

যোৰহাট জিলাৰ টীয়ক থানাৰ অন্তৰ্গত জাঁজী হাঁহচৰা অঞ্চলত যোৱা নিশা এটা দুৰ্বৃত্তৰ দলে গৃহস্থক গুলীওৱাৰ ভাবুকিৰে এজনী গাই গৰু লৈ...

Read moreDetails

বিৰোধৰ বাবে নাগৰিকত্ব বিধেয়ক স্থগিত : শীতকালীন অধিৱেশনত উত্থাপিত হোৱাৰ আশা ক্ষীণ

২৭ নৱেম্বৰ মঙলবাৰে যুটীয়া সংসদীয় কমিটীৰ বৈঠকৰ পাছত কথা স্পষ্ট হৈ পৰিছে কেন্দ্ৰই নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ স্থগিত ৰাখছে। ঘাইকৈ...

Read moreDetails

Video|| অৱশেষত ৰাজ্যজুৰি নাৰ্ছক আক্ৰমণ বিজেপি চৰকাৰৰ, ব্যাহত স্বাস্থ্য সেৱা

সমগ্ৰ অসম জুৰি প্ৰতিবাদত বহা ১২ হাজাৰ নাৰ্ছৰ সৈতে তৎকালীন আলোচনাৰে পৰিস্থিতি মোকাবিলা কৰাৰ সলনি বুধবাৰে ৰাজ্যজুৰি প্ৰতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ...

Read moreDetails

আলফাৰ পৰা মুক্ত হৈয়ো ঘন অৰণ্যত বাট হেৰুওৱা অপূৰ্ব কাকতী অৱশেষত চাংলাঙত উপস্থিত

জাগুনৰ এটা শিলভঙা উদ্যোগৰ মেনেজাৰ অপূৰ্ব কাকতীক(৩০) কালি আলফা স্বাধীনে মুকলি কৰি দিছিল যদিও আজি পুৱা ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা ঘন...

Read moreDetails

নগাঁৱত নিৰ্বাচন কেন্দ্ৰিক সংঘাত : এ আই য়ু ডি এফ কৰ্মীৰ আক্ৰমণত গুৰুতৰভাৱে আহত কংগ্ৰেছৰ সদস্য

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী কেন্দ্ৰিক সংঘাত। মঙলবাৰে নিশা তেনে...

Read moreDetails
Page 4926 of 6192 1 … 4,925 4,926 4,927 … 6,192

Stay Connected

Recent News