উত্তৰ-পূব

হিন্দু বাংলাদেশী বিষয়টোত বিজেপি অকলশৰীয়া : প্ৰমাণ হ’ল সৰ্বাত্মক বন্ধ আৰু অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীত

আজি ৰাজ্যৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে দিয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আৰু চৰকাৰৰ অংশীদাৰ দল অগপৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ সফল ৰূপায়ণে এটা কথা...

Read moreDetails

২৫ অক্টোবৰত টুক্ৰেশ্বৰী মন্দিৰত ‘শৰতৰ জোনাকত এখন্তেক’ শীৰ্ষক অনুষ্ঠান 

গোৱালপাৰা জিলাৰ কৃষ্ণাই প্ৰেছ ক্লাৱৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো অহা ২৫ অক্টোবৰত অনুষ্ঠিত হ’ব "শৰতৰ জোনাকত এখন্তেক" শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান...

Read moreDetails

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

কলিয়াবৰত পুৱাই ৰেল অৱৰোধ কাৰ্যসূচী পালন কৰা হৈছে। কলিয়াবৰৰ জখলাবন্ধাত শিলঘাট-গুৱাহাটী পেচেঞ্জাৰ ট্ৰেইন অৱৰোধ কৰা হয় । নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ৰ...

Read moreDetails

বৰপেটাৰ পাটবাউসী সত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল: সত্ৰৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান ঘোষণা

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৮ বছৰ ৬ মাহ কাল নিবাস কৰা বৰপেটা জিলাৰ ঐতিহ্যমণ্ডিত পাটবাউসী সত্ৰত আজি উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ...

Read moreDetails

কাজিৰঙাত দুৰ্ঘটনাত পতিত জিপছী; কথমপি প্ৰাণ ৰক্ষা ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ

সোমবাৰে নিশা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ পৰা আহি থকাৰ সময়ত কুঠৰিত এক দূৰ্ঘটনাত পতিত হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ...

Read moreDetails

জয়সাগৰ সেনা চাউনীৰ অভিযানত আইইডিৰে সৈতে আলফা (স্বা:) সদস্য আটক

ডাও ডিভিজনৰ অন্তৰ্গত ভাৰতীয় সেনাৰ জয়সাগৰ সেনা চাউনীৰ এটা সেনাৰ দলে অভিযান চলাই মি: আলী নামৰ আলফাৰ (স্বা:) সদস্যজনক আটক...

Read moreDetails

পুনেত আগোমণি প্ৰৱাসী সংঘৰ উদ্যোগত আয়োজিত দুৰ্গোৎসৱৰ সফল সামৰণি

যোৱা ১৪ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত যথেষ্ট উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰা হয় শাৰদীয় দুৰ্গা...

Read moreDetails

১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবই : ফেপেৰি পাতিবলৈ এৰা নাই বিধায়ক শিলাদিত্যই

অহা ১৭ নৱেম্বৰত গুৱাহাটীত সভা অনুষ্ঠিত কৰিবলৈ বদ্ধ পৰিকৰ বিধায়ক শিলাদিত্য দেৱ। সোমবাৰে হোজাইৰ গড়কাপ্টানী বিভাগৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এখন...

Read moreDetails

আৰক্ষীৰ সন্মুখতে ডিব্ৰুগড়ত বন্ধ সমৰ্থকে বলপূৰ্বকভাৱে বন্ধ কৰিলে ব্যৱসায়িক প্ৰতিষ্ঠান

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বাতিলৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত প্ৰায় ৬০ টাকৈ জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ নগাঁৱতো সৰ্বাত্মক

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে আজি জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে...

Read moreDetails
Page 5039 of 6192 1 … 5,038 5,039 5,040 … 6,192

Stay Connected

Recent News