উত্তৰ-পূব

ডিমৌত সৰ্বাত্মক অসম বন্ধৰ প্ৰভাৱ : ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ আটাছুৰ

জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ ডিমৌতো...

Read moreDetails

প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া নৰ্থ-ইষ্ট অলিম্পিক গেইমছত অংশগ্ৰহণৰ বাবে মণিপুৰলৈ ৰাওনা অসম মহিলা ফুটবল দল

অহা ২৪-২৮ অক্টোবৰলৈ মণিপুৰৰ ৰাজধানী চহৰ ইম্ফলত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব নৰ্থ-ইষ্ট অলিম্পিক গেইমছ। মণিপুৰ অলিম্পিক সন্থাৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত...

Read moreDetails

বৰপেটাত অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক : মুখ্য মন্ত্ৰীৰ ভ্ৰমণক লৈ তৎপৰ আৰক্ষী প্ৰশাসন

নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬’ বাতিলৰ লগতে কেইবাটাও দাবীৰ সমৰ্থনত প্ৰায় ৬০ টাকৈ জাতীয় সংগঠনে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া অসম বন্ধৰ...

Read moreDetails

ৰাজ্যিক নিৰ্বাচন আয়োগলৈ বিজেপিৰ আহ্বান : শীঘ্ৰে ঘোষণা কৰক পঞ্চায়ত নিৰ্বাচনৰ দিন

সোমবাৰে গুৱাহাটীস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হোৱা বিজেপিৰ ৰাজ্যিক সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভাৰ পাছতে বিজেপিয়ে অতি শীঘ্ৰে ৰাজ্যিক নিৰ্বাচন আয়োগক...

Read moreDetails

নিগম-নিকায়ৰ অধ্যক্ষ নিযুক্তি : অসন্তুষ্ট বিজেপি বিধায়ক তেৰছ গোৱালাৰ পদত্যাগ

সোমবাৰে ৰাজ্যৰ ৪০ টা নিগম-নিকায়ত অধ্যক্ষ তথা উপাধ্যক্ষ পদত নিযুক্তি দিয়াৰ পিছত বঞ্চিত একাংশ বিধায়ক অসন্তুষ্ট হৈ পৰিছে। দুলীয়াজান সমষ্টিৰ...

Read moreDetails

নাগৰিকত্ব বিধেয়ক প্ৰসংগত আজি যুটীয়া সংসদীয় সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে  নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ বাবে উঠি পৰি লগাৰ সময়তে অসমৰ আঞ্চলিক দল...

Read moreDetails

অসম বন্ধত গুৱাহাটীত স্তব্ধ জনজীৱন : তিনিজন প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ

গুৱাহাটী মহানগৰীতো নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ বিৰোধিতাৰে প্ৰায় ৬০ টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান জনোৱা অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ...

Read moreDetails

ৰাজ্যৰ ৪০টা নিকায়-নিগমত অধ্যক্ষ-উপাধ্যক্ষ নিযুক্তিত মুখ্যমন্ত্ৰীৰ অনুমোদন

বিজেপিকে ধৰি মিত্ৰজোঁটৰ অসন্তুষ্ট নেতা-বিধায়কক সংস্থাপিত কৰাৰ লগতে আগন্তুক পঞ্চায়ত তথা লোকসভা নির্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ ৪০ টা নিকায়-...

Read moreDetails

নাগৰিকত্ব বিধেয়ক বাতিলৰ দাবীত একগোট হৈ প্ৰতিবাদ অগপ-কৃষক মুক্তিৰ লগতে কেইবাটাও দল-সংগঠনৰ

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ বিভিন্ন দল-সংগঠন একত্ৰিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে সোমবাৰে জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে তামুলপুৰত কেইবাটাও...

Read moreDetails

৫০০ কোটি টকীয়া বীমা কেলেংকাৰিত আটক এল আই চিৰ এজেন্ট

ৰাজ্যত সংঘটিত প্ৰায় ৫০০ কোটি টকীয়া বীমা কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বৰপেটা আৰক্ষীয়ে সোমবাৰে আৰু এজন লোকক আটক কৰিছে ৷...

Read moreDetails
Page 5040 of 6192 1 … 5,039 5,040 5,041 … 6,192

Stay Connected

Recent News