উত্তৰ-পূব

১৭ নৱেম্বৰৰ সমাৱেশ প্ৰতিহত কৰাৰ সংকল্প : হাতত হেংদাঙ ল’লে আহোম সেনাই

১৭ নৱেম্বৰত খানাপাৰাত অনুষ্ঠিত হ’ব লগা থলগিৰি বিৰোধী শক্তিক প্ৰতিহত কৰিবলৈ হাতত হেংদাঙ ল’লে আহোম সেনা আৰু টাই আহোম মহিলা...

Read moreDetails

মুখ্য মন্ত্ৰী আহিব : যুদ্ধকালীন তৎপৰতাৰে পথৰ গাঁত পোতাত লাগিছে গড়কাপ্তানী বিভাগ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাইলৈৰ বৰপেটাৰ পাটবাউসী সত্ৰ ভ্ৰমণক লৈ তৎপৰ হৈ পৰিছে ৰাইজৰ কৰ-কাতলেৰে নিৰ্মিত ৰাজ্যৰ বাট-পথৰ মেৰামতিৰ ক্ষেত্ৰত...

Read moreDetails

নামতিত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ সফল সামৰণি

শিৱসাগৰ জিলাৰ নামতিত যোৱা ১৪ অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা প্ৰতিযোগিতাখনৰ ২১ অক্টোবৰ অৰ্থাৎ দেওবাৰে সফল সমাপ্তি ঘটে।...

Read moreDetails

দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা অতিৰিক্ত উপায়ুক্ত পুলক মহন্তক নিলম্বন

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে যোৱা ১৬ অক্টোবৰত অসম ভ্ৰমণ কৰাৰ তেওঁৰ প্ৰতি অসন্মান প্ৰদৰ্শন কৰা কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত...

Read moreDetails

নগাঁৱত চাঞ্চল্য : ঘৰৰ চোতালতে প্ৰাক্তন সেনা জোৱানক গুলীয়াই হত্যা

ক্ৰমাৎ অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা নগাঁৱত আজি সন্ধিয়া সংঘটিত এক চাঞ্চল্যকৰ ঘটনাত ননৈৰ এজন প্ৰাক্তন সেনাবাহিনীৰ লোকক নিজ ঘৰৰ চোতালতে দুৰ্বৃত্তই...

Read moreDetails

বাঙালী-অসমীয়াৰ সম্পৰ্কত ব্যাঘাত নজন্মাবলৈ বিধায়ক শিলাদিত্য দেবক সকীয়নি লাচিত সেনাৰ

হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে কুচকাৱাজ চলাই থকাৰ সমান্তৰালকৈ বিষয়টোক লৈ মন্তব্য কৰিবলৈ গৈ প্ৰায়েই বিতৰ্কিত মন্তব্য...

Read moreDetails

শিৱসাগৰ ষ্টেশ্যন চাৰিআলিত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী; এজনক গ্ৰেপ্তাৰ

আজি সন্ধিয়া ৭.৩০ মান বজাত শিৱসাগৰ নগৰৰ ষ্টেশ্যন চাৰিআলিত সেনা বাহিনীৰ অভিযানত বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ চহৰখনতে এতিয়া...

Read moreDetails

৪৬টা সংগঠনৰ অসম বন্ধৰ আহ্বানলৈ কেইবাটাও কাৰ্বি সংগঠনৰ সমৰ্থন

কাৰ্বি আংলঙৰ বাওঁ ভাৱধাৰাৰ সংগঠন—পাৰ্বত্য ৰাজ্য দাবী সমিতি (Hill State Demand Committee  চমুকৈ HSDC) ইয়াৰ শাখা কাৰ্বি ছাত্ৰ সন্থা আৰু...

Read moreDetails

৪৬টা সংগঠনৰ আন্দোলনলৈ সমৰ্থন আগ বঢ়ালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে

“নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ জাতীয়-জনগোষ্ঠীয় দল-সংগঠনবোৰে লোৱা অন্দোলনৰ কাৰ্য্যসূচীৰ প্ৰতি আমাৰ সমৰ্থন আছে। এই বিধেয়কখনেৰে বিজেপিয়ে অসমৰ ৰাইজক প্ৰতাৰণা...

Read moreDetails

চিঙৰা খাই এজনৰ মৃত্যু, তিনিজনৰ অৱস্থা গুৰুতৰ; ৰহাত চাঞ্চল্য

নগাঁও জিলাৰ ৰহাত খাদ্যত বিষক্ৰিয়া হৈ এজন শ্ৰমিক নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে অসুস্থ হৈ পৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ...

Read moreDetails
Page 5041 of 6192 1 … 5,040 5,041 5,042 … 6,192

Stay Connected

Recent News