উত্তৰ-পূব

মানৱতাৰ নিদৰ্শন! বৃদ্ধাশ্ৰমত মৃত্যু হোৱা পৰিচয়বিহীন বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰিলে কটনৰ ছাত্ৰ হীৰকে

মানৱতাৰ নিদৰ্শনেৰে মাদাৰ অ'ল্ড এইজ হ'ম নামৰ বৃদ্ধাশ্ৰমটোত ২৩ ছেপ্তেম্বৰৰ সন্ধিয়া শেষ নিঃশ্বাস ত্যাগ কৰা কেও-কিছু নোহোৱা বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰিবলৈ...

Read moreDetails

বন বিভাগৰ দ্বাৰা জাগুনত দুখনকৈ অবৈধ শিল ভৰ্তি ডাম্পাৰ জব্দ

তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত জাগুন আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ টিৰাপ নৈৰ বক্ষ উদং কৰি একাংশ চোৰাং শিল...

Read moreDetails

মাগুৰী-মতাপুং বিলত খাৰুৱা তেলৰ প্ৰদূষণ বন্ধৰ দাবীত জিলা উপায়ুক্তলৈ স্মাৰকপত্ৰ

তিনিচুকীয়া জিলা উপায়ুক্তক আজি অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ বাঘজান-মধূবন সংযোগী পাইপলাইনৰ পৰা খাৰুৱাতেল নিৰ্গত হোৱাৰ ফলত মাগুৰী-মতাপুং বিল আৰু ইয়াৰ...

Read moreDetails

নগাঁও আদালতত সাক্ষ্যদান প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ

প্ৰবীন কংগ্ৰেছী নেতা অনিল ৰাজাই প্ৰাক্তন মন্ত্রী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তৰা গোচৰৰ বিৰুদ্ধাচাৰণ কৰি প্ৰাক্তন মন্ত্রীগৰাকীয়েও শেহতীয়াকৈ অনিল ৰাজাৰ ওপৰত...

Read moreDetails

বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত ৮ উইকেটত পৰাস্ত অসম

চেন্নাইত অনুষ্ঠিত হৈ থকা বিজয় হাজাৰে ট্ৰফী এদিনীয়া ক্ৰিকেটত অব্যাহত আছে অসমৰ শোচনীয় প্ৰদৰ্শন। আজি ঝাৰখণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা মেচখনতো...

Read moreDetails

কয়াকুছি মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আচনিৰ প্ৰতিষ্ঠা দিৱস উদযাপন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বিদ্যানগৰী তথা বিশ্ব বিখ্যাত ঢাৰিনগৰীস্থিত কয়াকুছি মহাবিদ্যালয়ত  দিনযোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় সেৱা আচনি বা এনএছএছৰ প্ৰতিষ্ঠা...

Read moreDetails

ঐতিহ্য সংৰক্ষণ সমিতিৰ পদক্ষেপ : ডিজিটেলি সংৰক্ষণ কৰিব ৰাজ্যৰ বহুমূলীয়া পাণ্ডুলিপিবোৰ

ৰাজ্যত ঐতিহ্য সংৰক্ষণ আৰু অধ্যয়নৰ ক্ষেত্ৰত বিভিন্ন ধৰণে কাম কৰি থকা ঐতিহ্য সংৰক্ষণ সমিতি, অসমে পুৰণি পাণ্ডুলিপি বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰা...

Read moreDetails

যোৰহাটত বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি

বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদৰ (Council of  Scientific and Industrial Research  চমুকৈ CSIR) ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি...

Read moreDetails

বোকাখাতত সাংবাদিকক লৈ বিৰূপ মন্তব্য কৰা এ বি ভি পিৰ সদস্যই খুজিলে ক্ষমা

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ পিছত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে এ বি ভি পিৰ...

Read moreDetails
Page 5131 of 6192 1 … 5,130 5,131 5,132 … 6,192

Stay Connected

Recent News