উত্তৰ-পূব

অসমত ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হ’ব আধাৰ কাৰ্ড প্ৰস্তুত প্ৰক্ৰিয়াৰ কাম

অহা ফেব্ৰুৱাৰি মাহৰ পৰা সমগ্ৰ অসমত আধাৰ কাৰ্ড তালিকাভুক্তৰ কাম আৰম্ভ হ’ব। ৰাজ্যৰ  ৩৩খন জিলাৰ ১০টা সংমণ্ডলৰ ৭৯৯৬ টা গাওঁ...

Read moreDetails

ছিংগাপ’ৰত আছিয়ান দেশসমূহক গুৱাহাটীত দূতাৱাস স্থাপনৰ আহ্বান মুখ্যমন্ত্ৰীৰ

যোৱা দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছিংগাপ’ৰ আৰু অন্যান্য আছিয়ান (ASEAN) দেশসমূহক গুৱাহাটীত তেওঁলোকৰ দূতাৱাস স্থাপন কৰাৰ বাবে আহ্বান জনায়।...

Read moreDetails

মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল মণিপুৰক

আজি দিনৰ ভাগত মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্ত অঞ্চলত ৰিখতাৰ স্কেলত ৬ মাপৰ এক মৃদু প্ৰাবল্য ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ভাৰতীয় ভূমিকম্প নিৰীক্ষণ...

Read moreDetails

‘চলো পালটাই’ শ্লোগানেৰে ত্ৰিপুৰা নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে

‘চলো পালটাই’ ‘চলো পালটাই’ এই শ্লোগানেৰে আসন্ন ত্ৰিপুৰা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে। ৰবিবাৰে আম্বাছা আৰু...

Read moreDetails

আজিৰ পৰা ইম্ফলত অষ্টম ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পিয়নশ্বিপৰ আৰম্ভণি

ইম্ফলৰ খুমান লাম্পাক ক্ৰীড়া ক্ষেত্ৰৰ খুমান লাম্পাক এছত্ৰ' টাৰ্ফ হকী ষ্টেডিয়ামত অষ্টম ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় হকী চেম্পীয়নশ্বিপৰ আজি আনুষ্ঠানিক শুভাৰম্ভ হয়। ১৫...

Read moreDetails

গুৱাহাটীত ১১ আৰু ১২ জানুৱাৰিত ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক

গুৱাহাটীৰ তাজ ৱিৱান্তাত অনুষ্ঠিত হ’ব ইষ্ট ইণ্ডিয়া ফেশ্বন ৱীক। জানুৱাৰিৰ ১১ আৰু ১২ তাৰিখে এই দুদিনীয়া মহা উৎসৱ অনুষ্ঠিত হ’ব।...

Read moreDetails

আৰক্ষীৰ অভিযানত আটক এনডিএফবি সংবিজিত গোটৰ দুজন মধ্যস্থতাকাৰী

আৰক্ষীয়ে চিৰাং-কোকৰাঝাৰ-ওদালগুৰিৰ বিভিন্ন ঠাইত অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰোধী অভিযান। ঠিক সেইদৰে ৰবিবাৰে ৰাতিপুৱা ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অধীনৰ ছাগলীয়াঝাৰ...

Read moreDetails

আজিৰে পৰা আৰম্ভ হ’ল ১৫সংখ্যক সৰ্বভাৰতীয় আনথাইগ্ৰা বডোছা ভলীবল প্ৰতিযোগিতাৰ

খাগ্ৰাবাৰী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত ১৫সংখ্যক সৰ্বভাৰতীয় আনথাইগ্ৰা বডোছা ভলীবল প্ৰতিযোগিতাখন আজিৰে পৰা ওদালগুৰিৰ খাগ্ৰাবাৰী জনতা হাইস্কুল আৰু মধ্য ইংৰাজী...

Read moreDetails

বহু বাদ-বিবাদ একাষৰীয়া কৰি আক্ৰাছুৰ দুটা গোটৰ একত্ৰীকৰণ

কোচ জনগোষ্ঠীৰ বাবে সুখবৰ কঢ়িয়াই বহু বাদ-বিবাদ একাষৰীয়া কৰি অৱশেষত আক্ৰাছুৰ দুয়োটা গোটক একত্ৰীকৰণৰ সিদ্ধান্তত উপনীত হ’ল দুয়োটা গোটৰ নেতা-বিষয়ববীয়া।...

Read moreDetails

অসম চুক্তিৰ আধাৰত হ’ব লাগে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ- ৰিপুন বৰা

‘অসম চুক্তিৰ আধাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম-কাজ হ’ব লাগে। অসম চুক্তিক কেৱল এক চুক্তি বুলিব নোৱাৰি। অসম চুক্তিৰ আধাৰত ভাৰতীয়...

Read moreDetails
Page 5997 of 6113 1 5,996 5,997 5,998 6,113

Stay Connected

Recent News