উত্তৰ-পূব

মণিপুৰৰ জনতাৰ বিজেপিক সুদুত্তৰ; দুয়োখন লোকসভাৰ আসনত জয় নিশ্চিত কংগ্ৰেছৰ

অগ্নিগৰ্ভা মণিপুৰৰ খবৰ ল’বলৈ আহৰি নোহোৱা প্ৰধানমন্ত্ৰীক ভোটেৰে উত্তৰ দিলে মণিপুৰী জনতাই৷মণিপুৰৰ দুটা লোকসভা ক্ৰমে ইনাৰ মণিপুৰ আৰু আউটাৰ মণিপুৰত...

Read moreDetails

কাশ্মীৰত উলটিল খেল! পৰাজয় মানি ল’লে ওমৰ আব্দুল্লা আৰু মেহবুবা মুফতিয়ে

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই বাৰামুল্লা লোকসভাৰ আসনৰ পৰা পৰাজয় মানি লৈ বৰ্তমান ইউএপিএ গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ থকা...

Read moreDetails

যোৰহাট লোকসভাত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈ

যোৰহাট লোকসভা সমষ্টিত বৃহৎ জয়ৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈ৷যোৰহাট সমষ্টিত ভোট গণনা হোৱাৰ লগে লগে ৰাইজৰ মাজত উৎসুকতা গঢ় লৈ...

Read moreDetails

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ব্যাপক ব্যৱধানত জয়ী হোৱাৰ দিশে সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ১,৫৭,৬৯৫ৰো অধিক ভোটত আগবাঢ়ি থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জয়লাভৰ পথত আগবাঢ়িছে। কিন্তু সোণোৱালক কঠোৰ প্ৰত্যাহ্বান...

Read moreDetails

নিৰ্বাচনী ফলাফল ঘোষণা চলি থকাৰ মাজতে শ্বেয়াৰ বজাৰত খহনীয়া; ক্ষতিৰ শীৰ্ষত আদানী বন্দৰ

শ্বেয়াৰ বজাৰত পতনৰ মাজতে আদানী গ্ৰুপৰ শ্বেয়াৰত খহনীয়া নামিছে। নিফটিৰ শীৰ্ষ পতনৰ ভিতৰত আদানী প’ৰ্টছ প্ৰায় ১৩ শতাংশ হ্ৰাসৰ সৈতে...

Read moreDetails

ভোট গণনাৰ বাবে আজি গুৱাহাটীত যাতায়ত নিষেধাজ্ঞা; কি আছে নিৰ্দেশনাত?

আজি (৪ জুন) মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সাধাৰণ পথ ব্যৱহাৰকাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে জৰুৰীকালীন যান-বাহনৰ...

Read moreDetails

ভোট গণনাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান অসম নাগৰিক সমাজৰ

ভোটগণনাৰ সময়ত শাসকীয় পক্ষই ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰি যাতে কোনো উপায় অৱলম্বন কৰি প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান...

Read moreDetails

হত্যা-হিংসাই উদঙাইছে আইন! ঠিকাদাৰ সুনীল গগৈৰ হত্যাৰ ন্যায়িক তদন্ত দাবী আপৰ

"ঢকুৱাখনাৰ জলজীৱনৰ ঠিকাদাৰ সুনীল গগৈৰ নৃশংস হত্যাকাণ্ডই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিয়ন্ত্ৰণত থকা গৃহদপ্তৰৰ চৰম ব্যৰ্থতা উদঙাই দিছে।...

Read moreDetails

‘মোডীৰ বিৰুদ্ধে আছে ঢৌ, এক্সিট প’ল ভুৱা!’ দাবী বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী প্ৰভাকৰৰ

"নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ঢৌৱে কাম কৰিছে। এই সকলোবোৰ এক্সিট প’ল ভুৱা।" এই মন্তব্য বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী পৰকলা...

Read moreDetails

মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ক্লাউডিয়া শ্বেইনবাম

ক্লাউডিয়া শ্বেইনবাম মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। দেওবাৰে শাসকীয় মৰেনা দলে তেওঁক বিজয়ী ঘোষণা কৰে। টেলিভিছন চেনেল এনএমএএছ...

Read moreDetails
Page 798 of 6156 1 797 798 799 6,156

Stay Connected

Recent News