Popular Stories

সংস্কৃতি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ সংঘাত নে সমন্বয়? আগষ্টত ভূপালৰ ব্ৰিকছ সন্মিলনত হ’ব বিস্তৃত চৰ্চা

অহা ৬ আৰু ৭ আগষ্টত মধ্যপ্ৰদেশৰ ভূপালত ১১ খন উদীয়মান অৰ্থনীতিৰ দেশৰ সংগঠন ব্ৰিকছৰ সাংস্কৃতিক মন্ত্ৰী পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ সন্মিলন...

Read moreDetails

‘ককৰোচ জনতা পাৰ্টি’ৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী: শিক্ষা মন্ত্ৰীৰ পদত্যাগৰ দাবীৰে ৬ জুনত যন্তৰ মন্তৰ উত্তাল কৰাৰ প্ৰস্তুতি

নিট (NEET) পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য পৰীক্ষাসমূহত সংঘটিত অনিয়মৰ প্ৰতিবাদত শেহতীয়াকৈ চৰ্চালৈ অহা ব্যংগাত্মক ৰাজনৈতিক অভিযান 'ককৰোচ জনতা পাৰ্টি'ৰ...

Read moreDetails

কলকাতাৰ বুকুৰ পৰা আঁতৰিল এছিয়াৰ সৰ্বোচ্চ মেছিৰ প্ৰতিমূৰ্তি! নিৰাপত্তাৰ স্বাৰ্থত প্ৰশাসনৰ বৃহৎ পদক্ষেপ

কলকাতাৰ লেক টাউন অঞ্চলত স্থাপিত এছিয়াৰ সৰ্বোচ্চ বুলি বিবেচিত লিঅ'নেল মেছিৰ ৭০ ফুট উচ্চতাৰ বিশাল প্ৰতিমূৰ্তিটো সোমবাৰে, ১ জুন তাৰিখে...

Read moreDetails

নতুন দিল্লীৰ স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰত অগ্নিকাণ্ড: শিক্ষা মন্ত্ৰালয়ত জুই লগাৰ খবৰ নস্যাৎ কৰিলে কৰ্তৃপক্ষই

সোমবাৰে পুৱা নতুন দিল্লীৰ কেন্দ্ৰীয় ভাগত অৱস্থিত স্কুল অৱ প্লেনিং এণ্ড আৰ্কিটেকচাৰ ভৱনত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰথম অৱস্থাত...

Read moreDetails

আই পি এল শেষ হোৱাৰ লগে লগে ৰূপালী পৰ্দাত বিস্ময় প্ৰতিভা বৈভৱ! কোন চিনেমাত ল’ব শেখৰ কাপুৰে?

কাৰোবাৰ বাবে তেওঁ ‘বিস্ময় প্ৰতিভা’, আন কাৰোবাৰ বাবে ‘বেবী বছ’। আই পি এলত আধিপত্য বিস্তাৰ কৰি বৈভৱ সূৰ্য্যবংশীয়ে বহু নাম...

Read moreDetails

ট্ৰফীৰ লগতে আই পি এলত টকাৰ বৰষুণ; কোনে কিমান টকা পালে? কোনে পালে কি পুৰস্কাৰ?

২০২৬ চনৰ আই পি এল খিতাপৰ যুঁজখন ৰোমাঞ্চকৰ ফাইনেলত সমাপ্ত হয়। গুজৰাট টাইটানছ (জিটি)ক পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে আই...

Read moreDetails

‘কিং’ কোহলীৰ বেটিঙেৰে পুনৰ চেম্পিয়ন বেংগালুৰু; ঢোকে ঢোকে পানী খালে ‘প্ৰিন্স’ গিলৰ গুজৰাটে

পুনৰ আই পি এল চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। ফাইনেলত গুজৰাট টাইটানছক ৫ উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ দখল...

Read moreDetails

সীমান্তত পুনৰ নগাৰ আগ্ৰাসন! উৰিয়ামঘাটত বন বিভাগৰ শিবিৰ জ্বলাই দিলে শতাধিক নগা আগ্ৰাসীয়ে

শনিবাৰে বিয়লিৰ ভাগত অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ অন্তৰ্গত উৰিয়ামঘাটৰ খেৰবাৰী অঞ্চলত শতাধিক নগা দুৰ্বৃত্তই অতৰ্কিতে আক্ৰমণ চলাই বন বিভাগ আৰু চি...

Read moreDetails

৩০ বিধ জীৱনদায়িনী ঔষধৰ সৰ্বোচ্চ দাম বান্ধি দিলে কেন্দ্ৰই: পুনৰ প্ৰহসন নে জনদৰদ চৰকাৰ?

সাধাৰণ ৰাইজক চিকিৎসা খণ্ডৰ অত্যধিক ব্যয়ৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ৰাসায়নিক আৰু সাৰ...

Read moreDetails

টি-টুৱেণ্টিত বিশ্ব অভিলেখ নেপালৰ: যুৱৰাজৰ অভিলেখ স্পৰ্শ কৰা কোন এইগৰাকী ক্ৰিকেটাৰ!

দেওবাৰে টি-টুৱেণ্টি ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি নেপালে চীনৰ বিৰুদ্ধে ৩১৩ ৰানৰ বিশাল স্ক'ৰ থিয় কৰাবলৈ সক্ষম হয়।...

Read moreDetails
Page 148 of 1527 1 … 147 148 149 … 1,527

Stay Connected

Recent News