যোৱা ৩ জুনত অৰুণাচল প্ৰদেশত নিৰুদ্দিষ্ট হোৱা ভাৰতীয় বায়ুসেনাৰ এ এন-৩২ বিমানখনৰ ধ্বংসাৱেশৰ সন্ধান পোৱা গৈছে। অৰুণাচল প্ৰদেশৰ লিপোৰ সমীপত...
Read moreDetailsৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা বকোত ঈদৰ সাংস্কৃতিক অনুষ্ঠানত শিল্পীক উলংগ নৃত্য প্ৰদৰ্শনৰ বাবে হেঁচা দিয়া ঘটনাৰ সৈতে জড়িত চাৰিজন...
Read moreDetailsনলবাৰী জিলাৰ যুৱ সমাজ কৰ্মী, বিশিষ্ট অভিনেতা দিলীপ কুমাৰ দাসে 'ড০ এল পি জে আব্দুল কালাম' ৰাষ্ট্ৰীয় বঁটা বুটলি নলবাৰী...
Read moreDetailsধুবুৰী জিলাৰ বিলাসীপাৰাৰ গৌৰাংনগৰত আজি পুৱাৰ ভাগতে সংঘটি এক ভয়াৱহ দুৰ্ঘটনাত একেটা পৰিয়ালৰে শিশুসহ ৪ জন লোক নিহত হয়। ঘটনাৰ...
Read moreDetailsগুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত আৰু বিশ্ববিদ্যালয়খনৰ ছাত্ৰী নিৱাসত থকা এগৰাকী ছাত্ৰীক যৌন নিৰ্য্যাতন কৰা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ বিশ্ববিদ্যালয়খনৰ আন...
Read moreDetails৩ জুনত যোৰাহাটৰ পৰা অৰুণাচল প্ৰদেশৰ মেচুকা অভিমুখে উৰা মৰা বায়ু সেনা বাহিনীৰ (এ এন-৩২) বিমানখন আকাশমাৰ্গৰ পৰা নিৰুদ্দেশ হোৱাৰ...
Read moreDetailsসমগ্ৰ দেশত PUBG গেমৰ আসক্তিৰ ফলত বহুকেইজন কিশোৰে প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই এইবাৰ পৰিসৰ বৃদ্ধি কৰি অসমৰ গুৱাহাটী মহানগৰীকো...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰৰ তদন্তকাৰী সংস্থা নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি চমুকৈ ‘নিয়া’ই আজি দুজন আত্মসমৰ্পণকাৰী আলফা সদস্যক ধলাৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত...
Read moreDetailsগৌৰীপুৰত প্ৰেমিকে কিশোৰী প্ৰেমিকাক প্ৰথম অৱস্থাত বিহ খুৱাই ইয়াৰ পিছতে জ্বলাই হত্যা কৰা ঘটনা আজি পোহৰলৈ অহাত ঘটনাটোৱে স্থানীয় লোকৰ...
Read moreDetailsকামৰূপৰ বাথানত এগৰাকী মহিলাই প্ৰেমিকৰ সৈতে মিলি নিজৰ স্বামীক হত্যা কৰি ব্ৰহ্মপুত্ৰত পেলাই দিয়া ঘটনাই সমগ্ৰ কামৰূপত চাঞ্চল্যৰ সৃষ্টি কৰিছে।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd