Popular Stories

বকৰিদৰ প্ৰাকক্ষণত গো-হত্যা নিবাৰণৰ আবেদন: জৰুৰী শুনানিৰ দাবী নাকচ উচ্চতম ন্যায়ালয়ৰ

মঙলবাৰে উচ্চতম ন্যায়ালয়ে পবিত্ৰ বকৰিদৰ প্ৰাকক্ষণত গো-হত্যা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ নিৰ্দেশ বিচাৰি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ (PIL) তাৎক্ষণিক...

Read moreDetails

বিজয়ক দেখি মোৰ ঈৰ্ষা হয়! ১৫ বছৰীয়া সংগ্ৰামৰ অন্তত অন্ধ্ৰৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ বিশেষ মন্তব্য

অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী তথা জনসেনা পাৰ্টিৰ প্ৰতিষ্ঠাপক পৱন কল্যাণে শেহতীয়াকৈ তামিলনাডু বিধানসভা নিৰ্বাচনত অভিনেতাৰ পৰা ৰাজনীতিকলৈ ৰূপান্তৰিত হোৱা বিজয়ৰ দ্ৰুত...

Read moreDetails

জলবায়ু পৰিৱৰ্তন আৰু কংক্ৰিটৰ চহৰৰ প্ৰভাৱ: গ্ৰীষ্মপ্ৰৱাহ আৰু সঘনাই হোৱা বিদ্যুৎ কৰ্তনে ব্যাহত কৰিছে জনজীৱন

জলবায়ু পৰিৱৰ্তন আৰু অবিন্যস্ত নগৰীকৰণৰ ভয়াবহ পৰিণতিস্বৰূপে ভাৰতত এতিয়া দিনৰ সমান্তৰালকৈ নিশাৰ অস্বাভাৱিক গৰমে জনস্বাস্থ্য আৰু শক্তি খণ্ডৰ প্ৰতি তীব্ৰ...

Read moreDetails

“আমি কোনো ফিল্মষ্টাৰ নহয়…” ৰিয়ান পৰাগৰ কথাত বৈভৱ সূৰ্য্যবংশীৰ চাৱনি; মিনিটতে ভাইৰেল ভিডিঅ’

আই পি এল ২০২৬ৰ কোৱালিফায়াৰ মেচৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ আৰু দলৰ যুৱ অ’পেনাৰ বৈভৱ সূৰ্যবংশীৰ এটা আমোদজনক...

Read moreDetails

‘ককৰোচ জনতা পাৰ্টি’ক লৈ তোলপাৰৰ মাজতে পইতাচোৰাক লৈ চমকপ্ৰদ গৱেষণা! কি তথ্য ওলাল?

কিছুমানৰ দেখিলেই গা শিৰশিৰাই উঠে, আন কোনোৱে কয় যে এনে অদ্ভুত জীৱ আন কোনো নাই। পাকঘৰৰ চুকত বা বাথৰুমৰ নলাত...

Read moreDetails

শিৱসাগৰত ভয়ংকৰ গুলীচালনা! আলফাৰ নামত ধন দাবী কৰিবলৈ গৈ আৰক্ষীৰ গুলীত ধৰাশায়ী দুই অপৰাধী

শিৱসাগৰ জিলাৰ বগীদল মলা গাঁৱত আৰক্ষী আৰু আলফাৰ নামত ধন দাবী কৰা এটা সন্দেহযুক্ত চক্ৰৰ মাজত এক সংঘৰ্ষ সংঘটিত হয়,...

Read moreDetails

তথ্য জনাৰ অধিকাৰ আইনৰ আওতাৰ পৰা বাহিৰত বিচিচিআই; ২০১৮ চনৰ নিজৰেই নিৰ্দেশনা খাৰিজ কেন্দ্ৰীয় তথ্য আয়োগৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড চমুকৈ বিচিচিআই তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ৰ অধীনত উত্তৰদায়ী নহয় বুলি কেন্দ্ৰীয় তথ্য আয়োগে এক গুৰুত্বপূৰ্ণ...

Read moreDetails

বগা হাতীত পৰিণত ৰাজ্যৰ অধিকাংশ ৰাজহুৱা প্ৰতিষ্ঠান! কেগৰ প্ৰতিবেদনে উদঙালে ৰাজ্যৰ বিত্তীয় অব্যৱস্থাপনাৰ ভয়ংকৰ ছবি

ৰাজ্যৰ ৩১টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত  অসম চৰকাৰে ১০,৯০৩ কোটি টকাৰ বিশাল ধনৰাশি বিনিয়োগ কৰিছে যদিও ইয়াৰ পৰা চৰকাৰে লাভ কৰা...

Read moreDetails

বাজেট অনুমোদন অবিহনে ব্যয় ৫০৯ কোটি টকা! কেগৰ প্ৰতিবেদনত ফাদিল অসম চৰকাৰৰ চূড়ান্ত বিত্তীয় বিসংগতি

কেগৰ শেহতীয়া ২০২৪-২৫ বৰ্ষৰ লেখাপৰীক্ষা প্ৰতিবেদনত অসম চৰকাৰৰ এক গুৰুতৰ বিত্তীয় বিশৃংখলতা পোহৰলৈ আহিছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ৰাজ্য চৰকাৰে...

Read moreDetails

সামান্য বৰষুণতেই উটি গ’ল নৱনিৰ্মিত ঘাইপথৰ একাংশ! চৰকাৰ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ৰাইজৰ

ধুবুৰীৰ তামৰহাট অঞ্চলত শেহতীয়াকৈ হোৱা প্ৰবল বৰষুণৰ ফলত নৱনিৰ্মিত ১২৭(বি) নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ এক বৃহৎ অংশ বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। ঘাইপথটোৰ...

Read moreDetails
Page 159 of 1527 1 … 158 159 160 … 1,527

Stay Connected

Recent News