Popular Stories

ৰাম মন্দিৰৰ ট্ৰাষ্ট ভংগ কৰাৰ দাবী হিন্দু মহাসভাৰ! ২ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি

ৰাম মন্দিৰৰ চান্দা চুৰি আৰু অবৈধ ভূমি ক্ৰয়ৰ অভিযোগক কেন্দ্ৰ কৰি শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ প্ৰাক্তন সাধাৰণ সম্পাদক চম্পত...

Read moreDetails

উচ্চতম ন্যায়ালয়ত অপ্ৰস্তুত কেন্দ্ৰীয় চৰকাৰ! ‘আমাৰ অজ্ঞাতসাৰে কেনেকৈ নিৰ্দেশ দিয়া হ’ল’ বুলি প্ৰশ্ন বিৰোধী পক্ষৰ অধিবক্তাৰ

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীআদালত অৱমাননাৰ এক গোচৰৰ শুনানিক লৈ বুধবাৰে উচ্চতম ন্যায়ালয়ত এক অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হয়। আৱেদনকাৰী পক্ষক সম্পূৰ্ণ...

Read moreDetails

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ উজান অংশত সংঘটিত এক ভূমিস্খলনৰ ফলত দিখৌ নদীৰ জলপ্ৰবাহ বাধাগ্ৰস্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ পাছতেই শিৱসাগৰ জিলা...

Read moreDetails

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

আকাশমাৰ্গত সহ-পাইলটৰ অতৰ্কিত আক্ৰমণৰ সন্মুখীন হৈও অদম্য সাহসেৰে শ শ যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা ফ্লায়ডুবাইৰ ভাৰতীয় মূলৰ পাইলট কেপ্তেইন স্মিত...

Read moreDetails

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

জামিন আৱেদন আৰু অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়াত ন্যায়াধীশসকলক ব্যক্তিগত নৈতিকতা তথা দৃষ্টিভংগীৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ বুধবাৰে উচ্চতম ন্যায়ালয়ে এক...

Read moreDetails

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এই শেহতীয়াকৈ কেইবাগৰাকীও অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতেই মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ৩০...

Read moreDetails

সংগীৰ লগত একেলগে বহি খোৱাৰ অভ্যাসেই কমাব পাৰে মধুমেহ! শেহতীয়া গৱেষণাত পোহৰলৈ আহিল আচৰিত তথ্য

আমি কি ধৰণৰ খাদ্য গ্ৰহণ কৰিছোঁ আৰু কিমান পৰিমাণে খাইছোঁ, তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ সাধাৰণতে এইবোৰ বিষয়ৰ ওপৰতেই অধিক...

Read moreDetails

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

এছআইআৰ বিতৰ্ক আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ কাৰ্যকলাপক লৈ বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ই বুধবাৰে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। ইণ্ডিয়া...

Read moreDetails

শক্তি সংকটৰ পাছত এতিয়া খাদ্যৰ হাহাকাৰ! যুদ্ধৰ প্ৰভাৱত জুৰুলা হ’ব দৰিদ্ৰ ৰাষ্ট্ৰ

ইউক্ৰেইন আৰু ইৰাণ-উপসাগৰীয় সংঘাতৰ ফলত সমগ্ৰ বিশ্বই আগন্তুক মাহকেইটাত এক "ভয়াবহ খাদ্য সংকট"ৰ সন্মুখীন হ'ব পাৰে বুলি সতৰ্কবাণী কৰিছে ভাৰতৰ...

Read moreDetails

চিজিপিৰ বিদ্যালয় পৰিদৰ্শনৰ পাছতেই তৎপৰ শিক্ষা বিভাগ: বিনা অনুমতিত ফটো-ভিডিঅ’ গ্ৰহণত নিষেধাজ্ঞা

শেহতীয়াকৈ ককৰোচ জনতা পাৰ্টী চমুকৈ চিজিপিৰ সদস্যসকলে ৰাজ্যৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছতেই অসম চৰকাৰৰ শিক্ষা বিভাগে সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহৰ...

Read moreDetails
Page 16 of 1522 1 … 15 16 17 … 1,522

Stay Connected

Recent News