Popular Stories

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে লতাশিল থানাত এজাহাৰ দাখিল

ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গুৱাহাটীৰ লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে 'দ্য অসম চিভিল ছ’চাইটি' নামৰ সংগঠনটোৱে।...

Read moreDetails

থলুৱা উদ্যোগক বিশ্বমুখী কৰাৰ লক্ষ্যৰে ‘GUenARK 2026’ শীৰ্ষক অনুষ্ঠানৰ শুভাৰম্ভ

থলুৱা উদ্যোগ খণ্ডক শক্তিশালী আৰু সুসংগঠিত ৰূপত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এক বিশেষ কাৰ্যসূচী আৰম্ভ হৈছে। উদীয়মান...

Read moreDetails

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে মমতা বেনাৰ্জীয়ে: মুখ্য নিৰ্বাচন আয়ুক্তৰ আচৰণক লৈ তীব্ৰ সমালোচনা

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগৰ কাম-কাজ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আচৰণক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।...

Read moreDetails

কেন্দ্ৰীয় বাজেট ২০২৬-২৭: গ্ৰাম্য নিয়োগ আঁচনিৰ ৰূপান্তৰক লৈ বিভ্ৰান্তি; ‘১০০ ৰ পৰা ১২৫ দিনৰ নিয়োগৰ প্ৰতিশ্ৰুতি’ এক ভেকোভাওনা নেকি?

কেন্দ্ৰীয় বাজেটত গ্ৰাম্য নিয়োগ আঁচনিৰ বাবে কৰা আবণ্টনক লৈ এতিয়া সৰ্বত্ৰে তীব্ৰ সমালোচনা আৰম্ভ হৈছে। নাগৰিক সমাজৰ বিভিন্ন গোট আৰু...

Read moreDetails

টি-২০ বিশ্বকাপ ২০২৬: ভাৰতৰ বিৰুদ্ধে নেখেলে পাকিস্তানে; তীব্ৰ জোকাৰণি ক্ৰীড়াজগতত

অহা ১৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ আটাইতকৈ চৰ্চিত ভাৰত বনাম পাকিস্তানৰ মেচখনক লৈ চৰম অনিশ্চয়তাই দেখা দিছে। পাকিস্তান চৰকাৰৰ...

Read moreDetails

বেলুচিস্তানত ভয়াৱহ কূটাঘাত: মহিলা আত্মঘাতী আক্ৰমণকাৰীৰ ফটো প্ৰকাশ কৰি পাকিস্তানক মুকলি প্ৰত্যাহ্বান

পাকিস্তানৰ বেলুচিস্তানত শেহতীয়াকৈ সংঘটিত হোৱা ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাই সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বৃহৎ পৰিসৰৰ আক্ৰমণৰ দায়িত্ব স্বীকাৰ...

Read moreDetails

কেন্দ্ৰীয় বাজেট ২০২৬: ভাৰতীয় অৰ্থনীতিক নতুন গতি দিবলৈ সাজু চৰকাৰ, অনিল আগৰৱালৰ প্ৰশংসা

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ উত্থাপন কৰা ২০২৬ বৰ্ষৰ বাজেটক দেশৰ বিকাশৰ এক শক্তিশালী আধাৰ হিচাপে অভিহিত কৰিছে বেদান্ত লিমিটেডৰ অধ্যক্ষ অনিল...

Read moreDetails

২০২৬-ৰ নিৰ্বাচনৰ পূৰ্বে শান্তি চুক্তিৰ পূৰ্ণ ৰূপায়ণৰ টোপ: আলফাৰ বাবে ৫০০ কোটিৰ পেকেজ ঘোষণা

কেন্দ্ৰীয় চৰকাৰে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেটত আলফাৰ (ULFA) আলোচনাপন্থী গোটৰ বাবে ৫০০ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰিছে। এই...

Read moreDetails

এতিয়াও কোম্পানীতকৈ সাধাৰণ মানুহৰ পৰা অধিক কৰ সংগ্ৰহ কৰি আছে কেন্দ্ৰীয় চৰকাৰে!

দেশৰ কৰ ব্যৱস্থাত হোৱা পৰিৱৰ্তন আৰু ইয়াৰ ফলত সৃষ্টি হোৱা আৰ্থিক বৈষম্যক লৈ এক বিশেষ তথ্য পোহৰলৈ আহিছে। শেহতীয়া চৰকাৰী...

Read moreDetails

সংসাৰৰ সুখৰ বাবে পিতৃ মাতৃয়ে নিজৰ ভূমিকা সলনি কৰাটো কিয় জৰুৰী?

পিতৃ মাতৃয়ে কেতিয়াও নিজৰ সন্তানৰ অমঙ্গল নিবিচাৰে আৰু এই কথাষাৰ সম্পূৰ্ণ সঁচা। কিন্তু বহু সময়ত দেখা যায় যে পিতৃ মাতৃয়ে...

Read moreDetails
Page 299 of 1553 1 … 298 299 300 … 1,553

Stay Connected

Recent News