ইৰানৰ বিৰুদ্ধে চলোৱা অপাৰেচন এপিক ফিউৰী নামৰ সামৰিক অভিযানত আমেৰিকাই এক বৃহৎ বিমান সংক্ৰান্তীয় লোকচানৰ মুখামুখি হৈছে। আমেৰিকাৰ সংসদ অৰ্থাৎ...
Read moreDetailsএতিয়াৰে পৰা দৃষ্টিহীনসকলৰ জীৱনৰ অন্ধকাৰ দূৰ কৰিবলৈ চকুৰ অস্ত্ৰোপচাৰৰ প্ৰয়োজন নহ’ব, বৰঞ্চ প্ৰযুক্তিৰ যাদুৰে তেওঁলোকৰ জীৱন পোহৰাই তুলিব পৰা যাব।...
Read moreDetailsকাৰখানাত হাড়ভঙা পৰিশ্ৰম আৰু মালিকপক্ষৰ চৰম দুৰ্ব্যৱহাৰৰ বাবে শ্ৰমিকসকল একগোট হোৱা বা বাওঁপন্থী আদৰ্শৰ প্ৰতি আকৰ্ষিত হোৱাৰ ইতিহাস আমাৰ সমাজত...
Read moreDetailsভাৰতীয় সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ এক গৌৰৱোজ্জ্বল খবৰ কঢ়িয়াই আনি আনন্দ আৰু সুপৰ্ণা শৰ্মাই লাভ কৰিছে বিশ্বৰ অন্যতম সন্মানীয় পুলিৎজাৰ বঁটা। বৰ্তমানৰ...
Read moreDetailsকৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ বাবে চাকৰি হেৰুওৱাৰ আশংকাক লৈ চলি থকা বিতৰ্কৰ মাজতে অ’পেন এআইৰ মুখ্য কাৰ্যবাহী বিষয়া চেম অল্টমেনে...
Read moreDetailsআমুৰ ফেলকন চৰাই আপপাঙে নিজৰ ৬০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উভতনি যাত্ৰা আৰম্ভ কৰিছে। তামিলনাডুৰ পৰিৱেশ বিভাগৰ অতিৰিক্ত মুখ্য সচিব সুপ্ৰিয়া সাহুৱে...
Read moreDetailsভাৰত বৰ্তমান বিশ্বৰ সেইসমূহ নিৰ্বাচিত দেশৰ তালিকাত অন্তৰ্ভুক্ত হৈছে, য’ত জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামে স্থানীয় আইনৰ প্ৰয়োজনীয়তাৰ...
Read moreDetailsভাৰতীয় সেনাৰ শক্তি আৰু সুৰক্ষা বৃদ্ধি কৰাৰ লক্ষ্যৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মঙলবাৰে অৰ্থাৎ ২১ এপ্ৰিলত...
Read moreDetailsডিঙিত বিহুৱান আৰু পটভূমিত বিহু গীতৰ সুৰ বাজি আছে। মহাকাশত ওপঙি থকা অৱস্থাত নাছাৰ এগৰাকী মহাকাশচাৰীয়ে ‘বিহু’ নৃত্য কৰি আছে।...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে আদালতত দাখিল কৰা এক শপতনামাত উল্লেখ কৰিছে যে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম ‘এক্স’ এ ভাৰতত লাভ কৰি অহা ‘ছেফ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd