ক্ৰীড়া

ৰাজকোটত যশস্বীৰ অনন্য যশস্যাঃ গঢ়িলে কেইবাটাও ঈৰ্ষণীয় অভিলেখ

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাৰ তৃতীয়খন মেচত আজি বৃ্হৎ জয়েৰে অগ্ৰগতি লাভ কৰিছে ভাৰতে। ভাৰতৰ এই বিজয়ত অন্যতম খনিকৰ ৰূপে...

Read moreDetails

ইতিহাস ৰচি বেডমিণ্টন এছিয়া টিম চেম্পিয়নশ্বিপৰ খিতাপ দখল ভাৰতৰ মহিলা বেডমিণ্টন দলৰ

মালয়েছিয়াত আজি এক ন-ইতিহাস ৰচিছে ভাৰতৰ মহিলা বেডমিণ্টন দলে দেওবাৰে। থাইলেণ্ডক ৩-২ ব্যৱধানত পৰাস্ত কৰি ভাৰতে প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠত্ব অৰ্জন...

Read moreDetails

দিশহাৰা বাজবলঃ বৃ্হৎ জয়েৰে শৃংখলাত অগ্ৰগতি ভাৰতৰ

ৰাজকোটত শোচনীয়ভাৱে আত্মসমৰ্পণ কৰিছে বাজবল শৈলীয়ে। ভাৰতীয় বলিং আক্ৰমণৰ চমকৰ সমুখত, বিশেষকৈ ‘ৰাজকোটৰ ৰজা’ ৰবীন্দ্ৰ জাদেজাৰ তাণ্ডৱত বিধ্বস্ত ইংৰাজ বাহিনীয়ে...

Read moreDetails

তৃতীয় টেষ্টৰ পৰা নাম প্ৰত্যাহাৰ কৰিলে অশ্বিনে; ৰাজকোটত ১০ জনেৰে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব ভাৰতে!

ভাৰত-ইংলেণ্ড শৃংখলাৰ তৃতীয় টেষ্টৰ পৰা আঁতৰি গৈছে ৰবিচন্দ্ৰন অশ্বিন। শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে অৱগত কৰিছে যে তাৰকা অফ স্পিনাৰগৰাকীয়ে পাৰিবাৰিক...

Read moreDetails

প্ৰেৰণাদায়ক অভিভাৱকঃ ছৰফৰাজৰ পিতৃলৈ ‘থাৰ’ উপহাৰ আনন্দ মহিন্দ্ৰাৰ

ইংলেণ্ডৰ বিপক্ষে চলিত ৰাজকোট টেষ্টত কালি ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল যুৱ তাৰকা ছৰফৰাজ খানৰ। শেহতীয়া দুই-তিনিটা ছিজনত দুৰন্ত প্ৰদৰ্শনেৰে...

Read moreDetails

‘৫০০ ক্লাৱ’ত অশ্বিনঃ বিশ্বৰ নৱম, দেশৰ দ্বিতীয় বলাৰ হিচাপে স্পৰ্শ ঈৰ্ষণীয় মাইলষ্ট’ন

ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট কেৰিয়াৰত স্পৰ্শ কৰিছে ৫০০ উইকেটৰ ঈৰ্ষণীয় মাইলষ্ট’ন। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন...

Read moreDetails

অনুশোচনাত দগ্ধ জাদেজাঃ ছৰফৰাজক প্ৰশংসাৰে কৰিলে ভুল স্বীকাৰ

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দুৰ্দমনীয় প্ৰদৰ্শন, প্ৰদৰ্শনৰ ধাৰাবাহিকতাৰে ভাৰতীয় ক্ৰিকেটৰ এক নৱ সম্ভাৱনা ৰূপে চৰ্চিত হৈ পৰিছিল এক উদীয়মান তাৰকা। কিন্তু...

Read moreDetails

ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন প্ৰত্যাহাৰ ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙৰ

বিভিন্ন বিতৰ্কই জোকাৰি যোৱা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ ওপৰত থকা নিলম্বন তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ প্ৰত্যাহাৰ কৰিছে মল্লযুঁজৰ সৰ্বোচ্চ সংস্থা ইউনাইটেড ৱৰ্ল্ড...

Read moreDetails

প্ৰায় ৯০ ডিগ্ৰী টাৰ্ণ! শ্বেন ৱাৰ্ণ-মুৰলীথৰণ নহয়, চৰ্চাত ‘শতিকাৰ শ্ৰেষ্ঠ ডেলিভাৰী’; চাওক ভিডিঅ’

বল অৱ দ্য চেঞ্চুৰী মনত আছেনে? কিংবদন্তি অষ্ট্ৰেলিয়াৰ লেগ স্পিনাৰৰ সেই ডেলিভাৰী! শ্বেন ৱাৰ্ণৰ মৃত্যু হৈছে যদিও তেওঁৰ বহু কৃতিত্ব...

Read moreDetails

খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

ইণ্ডোনেছিয়াৰ ফুটবলৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিটোৱে যিকোনো লোককে জোকাৰি যাব পাৰে। যোৱা শনিবাৰে বেয়া বতৰৰ মাজতে পশ্চিম জাভাৰ চিলিৱাংগী...

Read moreDetails
Page 117 of 474 1 … 116 117 118 … 474

Stay Connected

Recent News