ক্ৰীড়া

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ছুইজাৰলেণ্ডৰ লুচাৰ্ণা চহৰত অনুষ্ঠিত ২০২৬ বৰ্ষৰ তৃতীয়খন ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতীয় সেনা বাহিনীত কৰ্মৰত লক্ষ্য আৰু উজ্জ্বল কুমাৰ সিঙে দেশৰ...

Read moreDetails

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

তেওঁ বিশ্ব ফুটবলৰ বিস্ময়। ৩৯ বছৰ বয়সতো তেওঁ খেলপথাৰত দুৰন্ত তৰুণ। প্ৰতিখন মেচতে ইটোৰ পিছত সিটোকৈ অভিলেখ ভংগ কৰি সৃষ্টি...

Read moreDetails

মেছিৰ মিয়ামিত নিষ্প্ৰভ ক্রিষ্টিয়ানো ৰোনাল্ডো! পৰ্তুগালৰ সৈতে ড্ৰ’ কৰি গ্ৰুপৰ শীৰ্ষত কলম্বিয়া

ইণ্টাৰ মিয়ামি। লিয়নেল মেছিৰ চহৰ। যিখন চহৰত কেইবছৰমান আগতেও ফুটবলৰ প্ৰতি বিশেষ আগ্ৰহ নাছিল, এতিয়া মেছিৰ কৃপাত প্ৰতিটো ঘৰতে ফুটবলৰ...

Read moreDetails

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

বিশ্বকাপত একেৰাহে তিনিখন খেলত ড্ৰ কৰিছে ইৰানে। পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰাক লৈ অনিশ্চয়তাত ভুগিছে দলটো। ইয়াৰ মাজতে ফিফা আৰু সংস্থাটোৰ...

Read moreDetails

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

বিশ্বকাপত অভিষেক ঘটোৱাৰ সময়তে কেপ ভাৰ্ডেই লিখিছে নতুন কাহিনী। প্ৰথম দুখন মেচত স্পেইন আৰু উৰুগুৱেক স্তব্ধ কৰি তেওঁলোকে আচৰিত কৰি...

Read moreDetails

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই দুটা দলৰ শিবিৰত অশান্তিৰ সৃষ্টি হৈছে। প্ৰশিক্ষকৰ সৈতে খেলুৱৈসকলৰ মতৰ মিল হোৱা নাই। প্ৰশিক্ষকৰ পৰিকল্পনা খেলুৱৈসকলৰ পছন্দ হোৱা...

Read moreDetails

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

আমেৰিকাৰ মাটিত ফৰাচী বিপ্লৱ। বিশ্ব মঞ্চত যুঁজখন আছিল কাইলিয়ান এমবাপে আৰু আৰলিং হালাণ্ডৰ মাজত। কোনে ভাবিছিল যে এই মেচখনত তৃতীয়...

Read moreDetails

উত্তেজনাপূৰ্ণ মেচত ৩-২ গ’লত পৰাস্ত কৰিলে তুৰস্কই; পৰাজয়ৰ পিছতো পৰৱৰ্তী ৰাউণ্ডলৈ আমেৰিকা

চলিত বিশ্বকাপৰ গ্ৰুপ ডিৰ শেষৰখন মেচত তুৰস্কই প্ৰায় অঘটন ঘটালে। ইতিমধ্যে প্ৰতিযোগিতাখনৰ পৰা তেওঁলোক বাহিৰ হৈছে। কিন্তু তেওঁলোকৰ শেষৰখন মেচত...

Read moreDetails

ছুইডেনৰ বিৰুদ্ধে ড্ৰ’ খেলিলে জাপানে; নকআউটত ব্ৰাজিলৰ সন্মুখীন হ’ব এছিয়াৰ দেশখনে

২০২৬ চনৰ ফিফা বিশ্বকাপৰ অন্যতম প্ৰতিযোগিতামূলক গ্ৰুপ আছিল ‘এফ’। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগতেই এই গ্ৰুপটোক লৈ যথেষ্ট চৰ্চা হৈছিল আৰু...

Read moreDetails

ছিনিয়ৰ ক্ৰিকেটাৰৰ সৈতে একেটা ড্ৰেছিং ৰুম ব্যৱহাৰ কৰিব নোৱাৰিব সূৰ্যবংশীয়ে, কাৰণটো কি?

ভাৰতৰ ১৫ বছৰীয়া যুৱ চাঞ্চল্য বৈভৱ সূৰ্যবংশী ইতিহাস ৰচনাৰ পথত। ৰাষ্ট্ৰীয় ছিনিয়ৰ দলত প্ৰথমবাৰৰ বাবে আমন্ত্ৰণ পোৱাৰ পিছত ইংলেণ্ড ভ্ৰমণত...

Read moreDetails
Page 15 of 470 1 … 14 15 16 … 470

Stay Connected

Recent News