ক্ৰীড়া

ইতিহাস গঢ়া মৰক্কোৰ জয়ৰ পিছত ভাইৰেল হৈ পৰিছে ছাকিৰাৰ টুইট-‘দিছ টাইম ফৰ আফ্ৰিকা’

Shakira celebrates Morocco’s win ৰোনাল্ডোৰ পৰ্তুগালক পৰাজিত কৰি মৰক্কো বিশ্বকাপৰ ছেমি ফাইনেলত উপনীত হোৱাৰ পিছতে পপ তাৰকা ছাকিৰাই আফ্ৰিকাৰ দেশখনক...

Read moreDetails

FIFA World Cup 2022: ফৰাচী যোদ্ধাৰ আগত নতশিৰ ব্ৰিটিছ বাহিনী! ইংলেণ্ডৰ সপোন চূৰ্ণ কৰি ছেমি ফাইনেলত ফ্ৰান্স

Defending Champion France beat England বৰ্তমানৰ চেম্পিয়ন ফ্ৰান্সে ইংলেণ্ডৰ বিৰুদ্ধে এক ৰোমাঞ্চকৰ যুঁজত জয়লাভ কৰি আন এখন বিশ্বকাপৰ ফাইনেলৰ পথত...

Read moreDetails

FIFA WC 2022: পৰ্তুগালৰ বিদায়! ইতিহাস গঢ়ি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত মৰক্কো

The first African team to reach the WC semifinal কাটাৰ বিশ্বকাপৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত মৰক্কোৱে পৰ্তুগালক ১-০ গ'লত পৰাস্ত...

Read moreDetails

FIFA World Cup 2022: তীব্ৰ উত্তেজনামূলক যুঁজত নেদাৰলেণ্ডক হৰুৱাই ফুটবল বিশ্বকাপৰ ছেমি ফাইনেলত আৰ্জেণ্টিনা

কাটাৰ ফুটবল বিশ্বকাপৰ দ্বিতীয় কোৱাৰ্টাৰ ফাইনেলত অপৰাজিত নেডাৰলেণ্ড আৰু লিঅ’নেল মেছিৰ আৰ্জেণ্টিনা মুখামুখি হৈছিল। শুকুৰবাৰে মাজনিশা লুচাইল আইকনিক ষ্টেডিয়ামত ছেমি...

Read moreDetails

নায়ক ডমিনিক লিভাকোভিচ! ব্ৰাজিলক পৰাস্ত কৰি বিশ্বকাপ ফুটবলৰ ছেমি ফাইনেলত ক্ৰোৱেছিয়া

Croatia beat Brazil on penalties জিকিলেই ছেমি ফাইনেল নিশ্চিত,হাৰিলে বিদায়। এনে কঠিন সমীকৰণৰ কোৱাৰ্টাৰ ফাইনেল খেলখনত পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিল...

Read moreDetails

দুৰ্ভাগ্য! বিপক্ষৰ বেটাৰক পেভিলিয়নমুখী কৰাৰ প্ৰচেষ্টাত চাৰিটা দাঁত হেৰুৱালে শ্ৰীলংকাৰ ক্ৰিকেটাৰে

আঘাত ক্ৰীড়াৰ এটা অংশ। নিজৰ সৰ্বস্ব উজাৰি দিয়াৰ চেষ্টাত এগৰাকী ক্ৰীড়াবিদ আঘাতৰ সন্মুখীন হোৱাটো তেনেই চিনাকি দৃশ্য। এনে আঘাতে কেতিয়াবা...

Read moreDetails

হৃদয় বিদাৰক! ক্ৰিকেট খেলি থাকোতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু দশম শ্ৰেণীৰ ছাত্ৰৰ

পুনৰ হঠাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা ঘটনা। এইবাৰ ঘটনাটো আৰু অধিক মৰ্মান্তিক। উত্তৰ প্ৰদেশৰ কানপুৰৰ দশম শ্ৰেণীৰ এজন ছাত্ৰই...

Read moreDetails

FIFA World Cup 2022: খেলপথাৰলৈ ঘুৰি আহিল চাম্বাৰ ছন্দ! দক্ষিণ কোৰিয়াক বিদায় দি কোৱাৰ্টাৰ ফাইনেলত ব্ৰাজিল

বহু দিনৰ পিছত ফুটবল খেলপথাৰত দেখা পোৱা গ’ল চাম্বা নৃত্য। হালধীয়া-নীলা জাৰ্চী ধাৰীসকলৰ নৃত্যই মুগ্ধ হৈ পৰিল ফুটবল বিশ্ব। নিৰ্ধাৰিত...

Read moreDetails

FIFA World Cup 2022: কাটাৰত জমি উঠিছে খেল! কোৱাৰ্টাৰত নেডাৰলেণ্ডৰ মুখামুখি হ’ব আৰ্জেণ্টিনা

Argentina will face the Netherlands in the quarter-final কাটাৰ বিশ্বকাপৰ নকআউট পৰ্যায়ৰ প্ৰথম দিনা কোনো অঘটন নঘটিল। আশা কৰা মতেই...

Read moreDetails

বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ

শুকুৰবাৰে গ্ৰুপৰ অন্তিমখন খেলত ছাৰ্বিয়াই চুইজাৰলেণ্ডৰ মুখামুখি হয়। তাৰ আগতেই  আভ্যন্তৰীণ খেলিমেলিত অস্থিৰ হৈ পৰে দলটো। এগৰাকী তাৰকা ফুটবল খেলুৱৈক...

Read moreDetails
Page 174 of 474 1 … 173 174 175 … 474

Stay Connected

Recent News