ক্ৰীড়া

বৈভৱৰ শতকেও জিকাব নোৱাৰিলে RR-ক; ঈশানৰ পৰাক্ৰমেৰে জয়পুৰত জয় SRH-ৰ

বৈভৱ সূৰ্য্যবংশীৰ অভিলেখ আৰু বিধ্বংসী শতক - সকলো যেন নিমিষতে ম্লান হৈ পৰিল। প্ৰথমে বেটিং কৰি ৰাজস্থান ৰয়েলছে ৬ উইকেটত...

Read moreDetails

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃমহাবিদ্যালয় ভলীবল, বাস্কেটবল, বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্পৰ্টছ বৰ্ড আৰু স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উদ্যোগত ক্রীড়াৰ জৰিয়তে শাৰীৰিক সক্ষমতা, মানসিক দৃঢ়তা, ঐক্য আৰু দলীয় মনোভাৱ বিকাশ...

Read moreDetails

অথলে গ’ল সুদৰ্শনৰ শতক, পুনৰ কোহলীৰ বিৰাট ইনিংছ; গুজৰাটক হৰুৱালে বাংগালুৰুৱে

শতক অৰ্জন কৰে প্ৰতিপক্ষৰ খেলুৱৈয়ে। তথাপিও ক্ৰিকেট অনুৰাগীৰ হৃদয়ত সাঁচ বহুৱালে ৮১ ৰানৰ ইনিংছটোৱে। কাৰণ সেইটো বিৰাট কোহলীৰ বেটৰ পৰাই...

Read moreDetails

সঞ্জুৰ অনবদ্য শতক, আকিলৰ দুৰ্দান্ত বলিং; মুম্বাইক ১০৩ ৰানত পৰাস্ত কৰিলে চি এছ কেই

আই পি এলৰ দুই প্ৰবল প্ৰতাপী দলৰ যুঁজত অসহায়ভাৱে আত্মসমৰ্পণ কৰিলে মুম্বাই ইণ্ডিয়ানছে। চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে হাৰ্দিক পাণ্ডিয়াৰ দলটো...

Read moreDetails

কানপুৰত আইপিএলৰ বৃহৎ জুৱা চক্ৰ উৎখাত: ৩.৯১ কোটি নগদ ধনসহ ৫ জন আটক

উত্তৰ প্ৰদেশৰ কানপুৰ আৰক্ষীয়ে চলিত আইপিএল ক্ৰিকেট প্ৰতিযোগিতাক কেন্দ্ৰ কৰি চলাই থকা এক বৃহৎ আন্তঃৰাজ্যিক জুৱা চক্ৰ উৎখাত কৰিবলৈ সক্ষম...

Read moreDetails

শেষৰ অভাৰত নাটকীয় জয়, খলনায়কৰ পৰা নায়ক প্ৰফুল্ল হিংগে; CSK-ক ৭ ৰানত হৰুৱালে SRH-য়ে  

আন এখন মেচত দেখা গ’ল শেষ অভাৰৰ শ্বাসৰুদ্ধকৰ নাটক। শনিবাৰে আই পি এলৰ দ্বিতীয়খন মেচ শেষ অভাৰৰ উত্তেজনাপূৰ্ণ যুঁজলৈ পৰিণত...

Read moreDetails

ধূসৰ হৈ আহিছে কাম্বলিৰ স্মৃতিশক্তি, মগজুত গোট খাইছে তেজ; ব্ৰেইন ষ্ট্ৰোক হোৱাৰ আশংকা চিকিৎসকৰ

ডেৰ বছৰ আগতে গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছিল। তাৰ পৰা কিছু সুস্থ হৈ ঘৰলৈ উভতি আহিছিল। অৱশ্যে প্ৰাক্তন...

Read moreDetails

বিশ্ব দবাৰ মঞ্চত ভাৰতীয় কন্যাৰ দপদপনি: ছাইপ্ৰাছত চূড়ান্ত বিজয় সাব্যস্ত কৰি বিশ্ব খিতাপৰ দিশে অগ্ৰসৰ বৈশালী

ভাৰতীয় গ্ৰেণ্ডমাষ্টাৰ আৰ. বৈশালীয়ে ২০২৬ বৰ্ষৰ ফিডে মহিলা শাখাত ঐতিহাসিক বিজয় সাব্যস্ত কৰি প্ৰথমগৰাকী ভাৰতীয় হিচাপে এই সন্মানীয় খিতাপ অৰ্জন...

Read moreDetails

বুমৰাহৰ প্ৰথমটো বলতে ছিক্সাৰ বৈভৱৰ! বৰ্ষাবিঘ্নিত বৰ্ষাপাৰাত ৰানৰ বৰষুণ; মুম্বাইক হৰুৱালে ৰাজস্থানে

মেচখনৰ নিৰ্ধাৰিত সময়ত ধাৰাসাৰ বৰষুণ হয়। প্ৰায় ৩ ঘণ্টা অপেক্ষাৰ অন্তত খেল আৰম্ভ হয়। কিন্তু গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হাজাৰ হাজাৰ...

Read moreDetails

পাকিস্তান ছুপাৰ লীগৰ মাজতে গ্ৰেপ্তাৰ ডেভিদ ৱাৰ্নাৰ; ক’ত, কিয় গ্ৰেপ্তাৰ হ’ল খেলুৱৈগৰাকী?  

অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ডেভিদ ৱাৰ্নাৰক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে মদ্যপান কৰি গাড়ী চলোৱাৰ অভিযোগ উঠিছে। অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ মতে,...

Read moreDetails
Page 35 of 474 1 … 34 35 36 … 474

Stay Connected

Recent News