ক্ৰীড়া

ভাৰতে গুৱাহাটীৰ সৰুসজাইৰ পৰা আৰম্ভ কৰিব বিশ্বকাপ অভিযান!

২০২২ চনত কাটাৰত অনুষ্ঠিত হ’ব লগীয়া ফিফা বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ বাবে ভাৰতীয় ফুটবল দলে অহা ৫ ছেপ্তেম্বৰত নিজৰ অভিযান আৰম্ভ...

Read moreDetails

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আন এগৰাকী অসম কন্যাৰ সাফল্য : পদক নিশ্চিত ভাগ্যৱতী কছাৰীৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াত আৰু এগৰাকী অসম কন্যাই আঁজুৰি আনিলে অনন্য কৃতিত্ব। আন্তঃৰাষ্ট্ৰীয় বক্সিঙত এই সফলতা কঢ়িয়াই অনা খেলুৱৈগৰাকী হ’ল ভাগ্যৱতী কছাৰী। বেংককত...

Read moreDetails

জাৰ্মানীৰ শ্ৰেষ্ঠ গ’লকীপাৰ অলিভাৰ কানে গুৱাহাটীত স্থাপন কৰিব গ’লকীপিঙৰ প্ৰশিক্ষণ একাডেমি

ফুটবলৰ গ’লকীপাৰৰ পাৰদৰ্শিতা বৃদ্ধিৰ অগ্ৰণী প্ৰশিক্ষণ একাডেমি গ’লপ্লেৰ চিফ অপাৰেটিং অফিচাৰ মৰিটজ মেটছে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ব্ৰহ্মপুত্ৰ ৰাজ্যিক...

Read moreDetails

প্ৰশিক্ষকৰ দৌৰ : ভাৰতীয় ক্ৰিকেট দলৰ বাবে ভাল প্ৰশিক্ষক কোন হ’ব শাস্ত্ৰী, মুদী, কাৰ্ষ্টেন, জয়াবৰ্ধনে নে ছেগৱাগ?

বিশ্বকাপৰ ছেমিফাইনেলৰ পৰা বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় ক্ৰিকট দলৰ অপ্ৰত্যাশিত বিদায়ৰ পাছতে ক্ৰিকেট অনুৰাগী সকলৰ মাজত দলৰ প্ৰশিক্ষক সলনি কৰাৰ...

Read moreDetails

স্বৰ্ণকন্যা হিমা : কোনে কেনেকৈ জনালে অভিনন্দন?

নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীৰ নয়নৰ মণি হৈ পৰিছে অসম কন্যা হিমা দাস। ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীকে ধৰি দেশৰ চলচ্চিত্ৰ তথা ক্ৰীড়া...

Read moreDetails

২০ দিনত পাঁচটাকৈ স্বৰ্ণ পদক অৰ্জন কৰাৰ পিছতো যোগ্যতা অৰ্জন কৰিব পৰা নাই হিমাই

তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদকেৰে দেশবাসীক গৌৰৱান্বিত কৰা অসম কন্যা হিমা দাসৰ সন্মুখত আছে যথেষ্ট প্ৰত্যাহ্বান। যুৰোপৰ বিভিন্ন দেশত...

Read moreDetails

কাশ্মীৰত হ’ব লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীৰ প্ৰশিক্ষণ : সেনা প্ৰধান ৰাৱাটৰ অনুমতি

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক‘কেপ্টেইন কুল’ তথা প্ৰাদেশিক সেনাৰ লেফটেনেন্ট কৰ্ণেল মহেন্দ্ৰ সিং ধোনীয়ে সেনাৰ প্ৰশিক্ষণৰ বাবে অধিক সময় জম্মু-কাশ্মীৰত...

Read moreDetails

স্বৰ্ণকন্যা হিমাৰ সাফল্যত ৰাষ্ট্ৰপতিকে ধৰি দেশৰ তাৰকা-মহাতাৰকাৰ শুভেচ্ছা

ইটোৰ পিছত সিটো একেলেঠাৰিয়ে তিনি সপ্তাহৰ ভিতৰত পাঁচটাকৈ সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা...

Read moreDetails

বক্সাৰ শিৱ থাপাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেছিডেন্স কাপত চেম্পিয়নৰ খিতাপ দখল

ভাৰতৰ তাৰকা বক্সাৰ তথা অসম সন্তান শিৱ থাপাই আজি কাজাখাস্তানৰ আস্তানত অনুষ্ঠিত হৈ থকা প্ৰেছিডেন্স কাপৰ বক্সিং টুৰ্নামেণ্টত দুৰ্দান্ত প্ৰদৰ্শনেৰে...

Read moreDetails

কেপ্টেইন কুল’ৰ চমক : আগন্তুক দুমাহ টীম ইণ্ডিয়া নহয়, সেনাৰ সৈতে কটাব ধোনীয়ে

ভাৰতৰ অপ্ৰতিদ্বন্দ্বী উইকেটকীপাৰ বেটছমেন তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ অৱসৰ আৰু ৱেষ্টইণ্ডিজ ভ্ৰমণৰ সকলো জল্পনা-কল্পনাৰ যতি পেলালে। ৩৮...

Read moreDetails
Page 369 of 468 1 … 368 369 370 … 468

Stay Connected

Recent News