শীর্ষ সংবাদ

কৰ্ণাটকৰ ৰাসায়নিক কাৰখানাত বিষাক্ত গেছ নিৰ্গমণ: শ্বাসৰুদ্ধ হৈ ৩ শ্ৰমিকৰ কৰুণ মৃত্যু, বহু লোক চিকিৎসাধীন

বৃহস্পতিবাৰে পুৱা কৰ্ণাটকৰ য়াদগিৰ জিলাৰ এখন ৰাসায়নিক কাৰখানাত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। কাৰখানাটোৰ পৰা হঠাতে বিষাক্ত গেছ নিৰ্গমন হোৱাৰ ফলত...

Read moreDetails

দিল্লীৰ প্ৰতিবাদত ১২ বছৰীয়া শিশু! আয়োজকৰ বিৰুদ্ধে পকচো আইনত গোচৰ ৰুজুৰ দাবী শিলিগুৰিৰ অধিবক্তাৰ

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ দিল্লীৰ যন্তৰ মন্তৰত আয়োজিত প্ৰতিবাদক কেন্দ্ৰ কৰি এক নতুন আইনী জটিলতাৰ সৃষ্টি হৈছে। যোৱা ২০...

Read moreDetails

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

  দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত সলনি হ'ল  নিম্ন আদালতৰ ৰায়। নিজৰেই কনিষ্ঠ সহকৰ্মীক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলোৱাৰ গোচৰত...

Read moreDetails

অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

প্ৰখ্যাত পৰিৱেশবিদ তথা শিক্ষাকৰ্মী সোনম ৱাংচুকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিশ্ৰুতি ভংগৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ২৬ দিনীয়া অনশন ভঙাৰ সময়ত...

Read moreDetails

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

নতুন দিল্লীৰ যন্তৰ-মন্তৰত 'জেন-জি' প্ৰজন্মৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলশ্ৰুতিত কেন্দ্ৰীয় চৰকাৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক বৰ্খাস্ত কৰিবলৈ বাধ্য হোৱা ঘটনাৰ কেইদিনমানৰ পাছতেই...

Read moreDetails

এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

বৰ্তমান সময়ত দেশৰ লগতে বিশ্বজুৰি এইচ১এন১ অৰ্থাৎ সোৱাইন ফ্লুৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। নেচনেল চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰোলৰ তথ্য...

Read moreDetails

মোহন ভাগৱতে জেন জিৰ মনৰ ভাষা বুজি পাব জানো?

আজি মুম্বাইৰ নীতা-মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰত আৰ এছ এছ প্ৰধান মোহন মধুকৰ ভাগৱতে ভাৰতৰ ১০০ খন চহৰৰ পৰা অহা ১৫-১৯...

Read moreDetails

কেৱল বিধায়কৰ সংখ্যাগৰিষ্ঠতা থাকিলেই দলৰ ওপৰত কৰ্তৃত্ব খটাব নোৱাৰিব: উচ্চতম ন্যায়ালয়

নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা যিমানেই নাথাকক কিয়, মূল ৰাজনৈতিক দলৰ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনাক বিধায়ক বা সংসদীয় দলে কোনোপধ্যে অতিক্ৰম কৰিব নোৱাৰে।...

Read moreDetails

অইল-অ’এনজিচিক অধিক আৰ্থিক সহায়ৰ দাবী আলফাৰ : ২০০ কোটি টকাকৈ অনুদানৰ আহ্বান

নিষিদ্ধ বিদ্ৰোহী সংগঠন সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)-এ এক বিবৃতিযোগে অসমৰ শেহতীয়া বান আৰু প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনৰুদ্ধাৰৰ বাবে...

Read moreDetails

নতুন দিল্লীত শ্বেখ হাছিনাৰ সংবাদমেলক লৈ বাংলাদেশৰ তীব্ৰ ক্ষোভ; প্ৰত্যৰ্পণৰ দাবীত অটল ঢাকা

ভাৰতৰ ৰাজধানী নতুন দিল্লীত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই সম্বোধন কৰা এখন ভাৰ্চুৱেল সংবাদমেলক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বাংলাদেশ...

Read moreDetails
Page 112 of 6001 1 … 111 112 113 … 6,001

Stay Connected

Recent News