শীর্ষ সংবাদ

বাজেট মাত্ৰ ৭.৫ লাখ ডলাৰ, উপাৰ্জন ৮০ মিলিয়ন : বছৰটোৰ আটাইতকৈ হিট ছবিখন আপুনি চালেনে?

এই বছৰ বক্স অফিচত বহু ডাঙৰ বাজেটৰ বোলছবি ব্যৱসায়িকভাৱে সফল হৈছে। কিন্তু খৰচৰ তুলনাত লাভৰ হিচাপত সকলোকে আচৰিত কৰি তুলিছে...

Read moreDetails

পেহেলগাম আক্ৰমণত পাক সন্ত্ৰাসবাদীয়ে ব্যৱহাৰ কৰিছিল আমেৰিকাৰ কেমেৰা! সেনাৰ তদন্তত পোহৰলৈ আহিছে বহু নতুন তথ্য

পেহেলগামৰ আক্ৰমণৰ সময়ত সন্ত্ৰাসবাদীৰ হাতত আছিল অত্যাধুনিক প্ৰযুক্তিৰ কেমেৰা। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই কেমেৰা আহিছিল আমেৰিকাৰ পৰা। পেহেলগাম...

Read moreDetails

ৰাজ্যত অৱসান ঘটিব ধৰ্মভিত্তিক ব্যক্তিগত আইনৰ; বিধানসভাত উত্থাপন ঐতিহাসিক ইউনিফৰ্ম চিভিল কোড, ২০২৬

অসমৰ সকলো নাগৰিকৰ বাবে বিবাহ, বিবাহ বিচ্ছেদ, সম্পত্তিৰ উত্তৰাধিকাৰ আৰু লিভ-ইন সম্পৰ্কৰ ক্ষেত্ৰত এক উমৈহতীয়া আইনী গাঁথনি প্ৰণয়ন কৰাৰ লক্ষ্যৰে...

Read moreDetails

ব্যক্তিগতকৰণৰ গৰাহত অসম ৰাজ্যিক পৰিবহণ নিগম : পুঁজিপতিৰ হাতলৈ যাব বেতকুছিৰ আই এছ বি টি

এসময়ত অসমৰ ৰাজপথত দপদপাই থকা ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচিত 'ৰঙা বাছ'সমূহ এতিয়া যেন ইতিহাস হ’বলৈ গৈ আছে। ৰাজ্য চৰকাৰে উন্নয়নৰ...

Read moreDetails

চীনৰ পৰাই সম্পন্ন কৰিলে হায়দৰাবাদত থকা ৰোগীৰ অস্ত্ৰোপচাৰ : প্ৰযুক্তিৰ দ্বাৰা ইতিহাস ৰচনা কৰিলে ভাৰতীয় চিকিৎসকে

চিকিৎসা বিজ্ঞানৰ ইতিহাসত এক নতুন অভিলেখ গঢ়ি তুলিলে এগৰাকী ভাৰতীয় মূত্ৰৰোগ বিশেষজ্ঞই। প্ৰায় তিনি হাজাৰ কিলোমিটাৰ দূৰত বহিয়েই তেওঁ সফলতাৰে...

Read moreDetails

বিড়ম্বনা! শাহু মাককেই গৰ্ভৱতী কৰিলে জোঁৱায়েকে ; ধেমালিৰ চলেৰে আৰম্ভ হোৱা সম্পৰ্কই ল’লে ভয়ানক ৰূপ

নাইজেৰিয়াৰ নাছাৰাৱা ষ্টেটত এক অতি আচৰিত আৰু অস্বস্তিকৰ পাৰিবাৰিক ঘটনা সংঘটিত হৈছে। ৪৫ বছৰীয়া কৃষক আৰু কাঠমিস্ত্ৰী জন উলাহাৰ বিৰুদ্ধে...

Read moreDetails

ভাৰতৰ অৰ্থনীতি: স্থিতিস্থাপক কিন্তু গাঁথনিগতভাৱে দুৰ্বল

​ভাৰত বৰ্তমান কোনো জৰুৰীকালীন "১৯৯১ চনৰ দৰে পৰিশোধ-সন্তুলনৰ সংকট" (balance-of-payments crisis)-ৰ মুখামুখি হোৱা নাই। আচলতে, কেইবাটাও মেক্ৰ’ইকনমিক বা সমষ্টিবাদী অৰ্থনৈতিক...

Read moreDetails

সংবাদ মাধ্যমত বক্তব্য নহয়; ত্বিশাৰ মৃত্যুৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ ওপৰত গুৰুত্ব উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে অনুভৱ কৰিছে যে বিবাহৰ কেইমাহমানৰ ভিতৰত নয়ডাৰ যুৱতী ত্বিশা শৰ্মাৰ অস্বাভাৱিক মৃত্যুৰ নিৰপেক্ষ আৰু স্বচ্ছ তদন্তৰ প্ৰয়োজন। ত্বিশাৰ...

Read moreDetails

আঘাতপ্ৰাপ্ত মেছি? বিশ্বকাপৰ পূৰ্বে উদ্বিগ্ন আৰ্জেণ্টিনা শিবিৰ! ইণ্টাৰ মিয়ামীয়ে কি ক’লে?

বিশ্বকাপ আৰম্ভ হ’বলৈ মাত্ৰ কেইটামান দিন বাকী আছে। ইয়াৰ মাজতে আৰ্জেণ্টিনা শিবিৰত চিন্তা বাঢ়িল। ইণ্টাৰ মিয়ামীৰ খেলৰ সময়ত হঠাতে খেলপথাৰ...

Read moreDetails

আকৰ্ষণ হেৰুৱাইছে ভাৰতীয় বজাৰে! দেশ এৰি গৈছে ২.২২ লাখ কোটি টকাৰ বিনিয়োগ

পশ্চিম এছিয়াৰ যুদ্ধত ‘বন্ধ’ হৈ থকা হৰমুজ প্ৰণালীৰ লগতে ‘অন্য’ দালাল ষ্ট্ৰীটৰ এটা অংশত অতিৰিক্ত মূল্য চাপৰ ফলত বিদেশী বিনিয়োগকাৰীৰ...

Read moreDetails
Page 325 of 6055 1 … 324 325 326 … 6,055

Stay Connected

Recent News